• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা

নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা

8 months ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

3 seconds ago
এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

এপ্ৰিলৰ মাজভাগত শনিৰ উদয়, শনিৰ উদয়ত লাভেই লাভ এই ৫ৰাশিৰ

15 minutes ago
ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

ডাকঘৰৰ কেইখনমান বিশেষ আঁচনি, ক’ত কিমান পাব সুত?

51 minutes ago
শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

শনিৰ কৃপাত ভাগ্য উজলিব ৩ ৰাশিৰ জাতৰ-জাতিকাৰ, পাব ধন-সম্পত্তি!

1 hour ago
সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

সমুদ্ৰত শত্ৰুৰ কাল হ’ব ‘তক্ষক’, কোনোৱে নাপাব উমান

2 hours ago
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

3 hours ago
১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

১ এপ্ৰিলৰ পৰা সলনি হ’ব এইসমূহ নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ জেপত!

3 hours ago
ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

ATM ৰ পৰা ধন উলিওৱাৰ নিয়ম সলনি, ১ এপ্ৰিলৰ পৰা হ’ব কাৰ্যকৰী

4 hours ago
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

5 hours ago
কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

কপাল ফুলিব আপোনাৰ, মাত্ৰ ঘৰৰ সঠিক দিশত ৰাখক ধাতুৰ কাছ!

5 hours ago
মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

মহিলাসকলে হনুমানৰ পূজাত নকৰিব ভুল, ভুগিব ভয়ংকৰ পৰিণাম!

7 hours ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা

editor by editor
July 23, 2025
in Uncategorized
0
নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা
0
SHARES
183
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিশা কৰক এই কেইটা নিয়ম, সদাশিৱে দূৰ কৰিব সকলো সমস্যা

আজি ২৩ জুলাইত কৃষ্ণ পক্ষ শিৱৰাত্ৰী উদযাপন কৰা হৈছে। ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিৰ এই দিনটোত শাৱন শিৱৰাত্ৰি পালন কৰা হয়। বিশ্বাস কৰা হয় যে এই শিৱৰাত্ৰিৰ নিশা যদি কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেতিয়া জীৱনৰ সকলো সমস্যাৰ পৰা সকাহ পোৱা যায়।

জনবিশ্বাস অনুসৰি, শিৱৰাত্ৰিৰ এই দিনটোত মহাদেৱ নিজেই মাতা গৌৰীৰ সৈতে ভ্ৰমণলৈ ওলাই যায়। এনে পৰিস্থিতিত যদি কিছু ব্যৱস্থা গ্ৰহণ কৰা হয়, তেন্তে সকলো ইচ্ছা পূৰণ হয়।

এই নিশা শিৱলিংগত বিল্ব পত্ৰ তথা বেল পাত আৰু গংগাজল আগবঢ়াওক। তিনি পাত থকা বেলপাত বাছি লৈ এটা পাতত ওম, দ্বিতীয় পাতত নম আৰু তৃতীয় পাতত শিৱায় লিখক। ইয়াৰ পিছত একেটা মন্ত্ৰ জপ কৰি শিৱলিংগত অৰ্পণ কৰিব।

ইয়াৰ লগতে গংগাজলো আগবঢ়াওক। পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰক। এই বিধানে ভগৱান শিৱক সন্তুষ্ট কৰাত আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাত সহায় কৰে।

শিৱৰাত্ৰিৰ নিশা গাখীৰ, দৈ, মৌ, ঘিউ আৰু গংগাজল আদি মিশ্ৰণ কৰি শিৱলিংগৰ অভিষেক কৰক। শিৱলিংগৰ অভিষেকে জীৱনৰ দুখবোৰ ধ্বংস কৰে। ইয়াৰ লগতে ‘অনম শিৱায়’ জপ কৰক। এই বিধানে স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে বিশেষভাৱে উপকাৰী।

শাৱন শিৱৰাত্ৰিৰ নিশা মহামৃত্যুঞ্জয় মন্ত্ৰ জপ আৰু ৰুদ্ৰাষ্টক পাঠ কৰাটো অত্যন্ত ফলদায়ক বুলি গণ্য কৰা হয়। এই মন্ত্ৰটো কমেও ১০৮ বাৰ জপ কৰক। জপৰ বাবে ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰক আৰু শান্ত মনেৰে ভগৱান শিৱৰ ধ্যান কৰক। এই মন্ত্ৰই নেতিবাচক শক্তি আঁতৰাই জীৱনত ইতিবাচকতা আনে।

শাৱন শিৱৰাত্ৰিৰ নিশা শিৱ মন্দিৰলৈ গৈ চাকি জ্বলাওক। এই দিনটোত ঘিউৰ চাকি জ্বলাই ভগৱান শিৱৰ নামত উচৰ্গা কৰক। এনে কৰিলে জীৱনৰ পৰা আন্ধাৰ দূৰ হয় আৰু সুখ আৰু সমৃদ্ধিৰ সৃষ্টি হয়। যদি মন্দিৰলৈ যোৱা সম্ভৱ নহয়, তেন্তে ঘৰতে শিৱলিংগৰ সন্মুখত এটা চাকি জ্বলাওক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক
Uncategorized

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

March 20, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
Uncategorized

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 20, 2026
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা
Uncategorized

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

March 11, 2026
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ
Uncategorized

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

February 10, 2026
Next Post
Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

Android ফোনৰ WhatsApp ব্যৱহাৰকাৰীলৈ সুখবৰ, আহি গৈছে বিশেষ বৈশিষ্ট্য, লাভ কৰিব বিশেষ মজা

শোকাৱহ, ঢাকাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি, অধিকাংশই শিশু

শোকাৱহ, ঢাকাৰ বিমান দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩২ লৈ বৃদ্ধি, অধিকাংশই শিশু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.