• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

2 years ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

17 minutes ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

3 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

4 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

5 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

5 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

6 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

6 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

7 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

8 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

মাহত কিমান টকা দৰমহা হ’লে SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ

editor by editor
November 8, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
মাহত কিমান টকা দৰমহা হ’লে  SBIৰ পৰা ৩০ লাখৰ গৃহ ঋণ পাব? জানি থওক হিচাপ
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপোনৰ এখন ঘৰ নিৰ্মাণৰ সপোন কাৰনো নাথাকে? কিন্তু ইয়াৰ বাবে প্ৰচুৰ ধনৰ প্ৰয়োজন৷ বহুতে একেলগে এই ধন যোগাৰ কৰিব নোৱাৰে বাবেই ঘৰ নিৰ্মাণৰ সপোনক সাকাৰ ৰূপো দিব নোৱাৰে৷ কিন্তু হাতত একমুঠ ধন নোহোৱাকৈয়ো আপুনি নিৰ্মাণ কৰিব পাৰে সপোনৰ ঘৰখন৷ তাৰবাবে আপুনি সহায় ল’ব পাৰো হোম লোণৰ৷

মাহেকীয়া EMIৰ মাধ্যমেৰে এই ঋণ আপুনি পৰিশোধ কৰিব পাৰে৷ ধৰা হ’ল কোনোৱে যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৩০ বছৰৰ ম্যাদত ৩০ লাখ টকা গৃহ ঋণ লৈছে তেন্তে মাহিলী EMI কিমান আহিব? ইএম আইৰ পৰিমাণ নিৰ্ভৰ কৰে সুদৰ ওপৰত৷ আকৌ সুদৰ হাৰ ছিবিল স্কোৰৰ ওপৰত ভিত্তি কৰে৷

ছিবিল স্কোৰ বা ক্ৰেডিট স্কোৰ বেছি হ’লে কম সুদৰ হাৰত ঋণ পোৱা যায়৷ সাধাৰণতে ছিবিল স্কোৰ ৩০০ৰ পৰা ৯০০ পয়েণ্টৰ মাজতেই গণনা কৰা হয়৷ বিশেষজ্ঞসকলৰ মতে গ্ৰাহকৰ ছিবিল স্কোৰ যদি কমপক্ষেও ৭৫০ৰ ওপৰত হয় তেন্তে তেওঁ সহজেই ঋণ লাভ কৰিব পাৰে৷ এই বেংকসমূহে প্ৰাথমিক সুদৰ হাৰৰ ওপৰত ঋণ অফাৰ কৰে৷ ছিবিল স্কোৰ উন্নত কৰিবলৈ গ্ৰাহকৰ আৰ্থিক লেনদেন শৃংখলাবদ্ধ হ’ব লাগিব৷ ছিবিল স্কোৰ বেয়া হ’লেই ঋণ পোৱাৰ সম্ভাৱনা কমি যায়৷ ঋণ পালেও সুদৰ হাৰ বেছি হয়৷ দেশৰ সকলোতকৈ ডাঙৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই গৃহ ঋণৰ ক্ষেত্ৰত ৮.৫০%ৰ পৰা ৯.৬৫% সুদৰ অফাৰ কৰে৷ ষ্টেট বেংক অফ ইণ্জিয়াৰ পৰা ৩০বছৰৰ বাবে ৩০লাখ টকাৰ হোম লোন ল’লে প্ৰতি মাহত কিমান টকা ইএমআই দিব লাগিঊ সেয়াও চোৱা হয়৷ ষ্টেট বেংক অফ ইণ্ডিয়াই প্ৰতি বছৰে ৮.৫০% সুদৰ হাৰত ৩০বছৰৰ বাবে ৩০লাখ টকাৰ হোম লোন দিলে প্ৰতি মাহত ২৩,০৬৭ টকা ইএম আই দিব লাগিব৷

কোনোৱে যদি পূৰ্বে লোন নলয় তেন্তে তেওঁলোকে এই হোম লোন লোৱাৰ বাবে মাহিলী বেতন কমেও ৪৬,১৩৪ টকা পাব লাগিব৷ ছিবিল স্কোৰ ভাল নহলে এই সুদৰ হাৰ আৰু বাঢ়ি যাব পাৰে৷ ইয়াৰ ফলত আৰু বেছি পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব৷ মাহিলী ইএমআই বহু বাঢ়ি যাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!
জীৱনশৈলী

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

September 10, 2026
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

September 10, 2026
Next Post
নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

নৱেম্বৰত বুধাদিত্য ৰাজযোগ, সাফল্যৰ শিখৰত ৪ৰাশি! বাঢ়িব ধন, দূৰ হ’ব সকলো বাধা

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

এবছৰৰ খৰচ মাত্ৰ ১১৯৮ টকা! BSNLৰ এই ৪ প্লেন আপোনাৰ বাবেও পাৰফেক্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.