• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

4 years ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

34 minutes ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

1 hour ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

1 hour ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

2 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

2 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

3 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

4 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

5 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

6 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

7 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

8 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে

editor by editor
August 17, 2022
in অপৰাধ, অসম
0
শিক্ষাগুৰুৰ লজ্জাজনক কাণ্ড! ৭ম শ্ৰেণীৰ ছাত্ৰী প্ৰেমিকা পলুৱাই নিলে শিক্ষক জাকিৰ হুছেইনে
0
SHARES
44k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমত ঘূৰে ভূমণ্ডল, প্ৰেমত ফুলে শতদল। প্ৰেম হেনো কৰা নাযায়, প্ৰেম হৈ যায় নিজে নিজে। প্ৰেম বোলে দুৰন্ত, ইয়াৰ নিজস্ব গতিক বাধা দিয়াৰ ক্ষমতা কাৰো হাতত নাথাকে। প্ৰেমে জাতি-কূল নামানে, নামানে ভাষা আৰু ভৌগোলিক দূৰত্বৰ দুৰ্ভেদ্য দে‌ৱাল নামানে। প্ৰেমে নামানে বয়সৰ প্ৰাচীৰ, প্ৰেমে নামানে গুৰু আৰু শিক্ষাৰ্থীৰ পৱিত্ৰ সম্পৰ্ক!

হয়, পুনৰ শিক্ষক আৰু ছাত্ৰীৰ প্ৰেমে এইবাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিলাসীপাৰাত৷ এইবাৰ মধ্য বয়সীয়া শিক্ষকে নিজৰ বিদ্যালয়ৰে সপ্তম শ্ৰেণীৰ ছাত্ৰী তথা ১৩ বছৰীয়া কিশোৰী প্ৰেমিকাক পলুৱাই লৈ গ’ল৷

ইতিমধ্যে ঘটনাটোৱে সমগ্ৰ বিলাসীপাৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি বিলাসীপাৰাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত বাহিৰ শালমাৰা এম ভি স্কুলৰ সহকাৰী শিক্ষক জাকিৰ হুছেইনে বিদ্যালয়খনৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকীক পলুৱাই নি বিলাসীপাৰাৰ আনন্দ নগৰৰ আত্মীয় ময়জুদ্দিনৰ ঘৰত ৰাখে৷

লগতে পঢ়ক সাৱধান হওক স্বামীসকল! পত্নীক অত্যাচাৰ কৰিলে এৰিব লাগিব নিজৰে ঘৰ!

ইফালে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দাবী কৰা মতে শিক্ষক জাকিৰ হুছেইনে ছাত্ৰীগৰাকীক স্বাধীনতা দিৱসৰ দিনাই অপহৰণ কৰি নিয়ে৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ দাবী যে শিক্ষক জাকিৰ হুছেইনে অসৎ উদ্দেশ্য চাৰিতাৰ্থ কৰিবলৈ ছাত্ৰীগৰাকীক অপহৰণ কৰি আত্মীয় ঘৰত বন্দী কৰি ৰাখিছিল৷

ছাত্ৰীগৰাকীৰ পৰিয়ালে শিক্ষক জাকিৰ হুছেইনৰ বিৰুদ্ধে আৰক্ষী থানাত অপহৰণৰ অভিযোগ দাখিল কৰে আৰু উক্ত অভিযোগৰ ভিত্তিতে অভিযান চলাই মংগলবাৰে নিশা বন্দিহানা আৰক্ষীয়ে ছাত্ৰীগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷অৱশ্যে অভিযুক্ত শিক্ষক জাকিৰ হুছেইনে সম্প্ৰতি পলাতক৷

আনহাতে ছাত্ৰীগৰাকীৰ পৰিয়ালে ঘটনাটোক অপহৰণ বুলি দাবী কৰিলেও স্থানীয় ৰাইজৰ মতে এয়া প্ৰেমজনিত ঘটনাহে৷ অৰ্থাৎ কিশোৰী ছাত্ৰীগৰাকীৰে মধ্য বয়সীয়া সহকাৰী শিক্ষক জাকিৰ হুছেইনৰ প্ৰেমৰ সম্পৰ্কহে আছিল৷ স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰে সম্পৰ্ক থকাৰ অভিযোগত শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamteacher affairs with his student
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট
অসম

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

July 10, 2026
১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি
অপৰাধ

১৩ কেজি সোণসহ জব্দ হিমালয়সদৃশ সম্পত্তি

July 8, 2026
চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ
অপৰাধ

চৰকাৰী চাকৰি আৰু সম্পত্তিৰ লোভত মাতৃক হ*ত্যা কন্যাৰ

July 8, 2026
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?
অসম

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

July 7, 2026
Next Post
চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

চলি আছিল এখন ভুৱা থানা, চকীদাৰৰ পৰা আৰক্ষী বিষয়ালৈকে আছিল ভুৱা

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.