• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

2 years ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

15 seconds ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

1 hour ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

2 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

3 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

4 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

5 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

6 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

6 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

6 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

7 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

9 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?

editor by editor
April 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সৌৰৰশ্মি আহি তিলক আঁকিলে ৰামলালাৰ কপালত, ৰামলালাক সূৰ্যতিলক দিয়াৰ নেপথ্যৰ বিজ্ঞান জানেনে?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সূৰ্য তেতিয়া মাজআকাশত। ৰামনৱমী উপলক্ষে মন্দিৰত যথেষ্ট ভিৰ। অযোধ্যাৰ ৰামমন্দিৰৰ গৰ্ভগৃহত মাহেন্দ্ৰক্ষণৰ অপেক্ষা কৰিছিল পুৰোহিতসহ মন্দিৰ কৰ্তৃপক্ষৰ অন্য সদস্য়সকলে। অৱশেষত সেই মুহূৰ্ত আহিল। আশা কৰাধৰণেই নীলা ৰঙৰ সূৰ্যৰ ৰশ্মি আহি পৰিল ৰামলালাৰ কঁপালত। ৰাম বিগ্ৰহত সূৰ্যতিলকৰ সেই দৃশ্যৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ দেশবাসী। কাৰণ সূৰ্যৰ তিলক পৰাৰ সেই দৃশ্য দেশজুৰি লাইভ সম্প্ৰচাৰত দেখুওৱাৰ ব্যৱস্থাও কৰা হৈছিল।

বুধবাৰে ৰামনৱমী উপলক্ষে বিশেষ আয়োজন কৰিছে অযোধ্যাৰ ৰাম মন্দিৰ কৰ্তৃপক্ষই। সূৰ্যতিলকৰ ব্য়ৱস্থাও সেইবাবেই কৰা হৈছে। কেইবাজনো ভাৰতীয় বিজ্ঞানী মিনি এনে এক যন্ত্ৰ তৈয়াৰ কৰিছে যাৰ সহায়ত দুপৰীয়া ঠিক ১২ বজাত সূৰ্যৰ ৰশ্মি আহি ৰাম বিগ্ৰহৰ কঁপালত পৰে। ৫.৮ ছেণ্টিমিটাৰৰ পোহৰৰ ৰশ্মি বিগ্ৰহৰ কঁপালত বিচ্ছুৰিত হোৱাৰ ঘটনাকেই সূৰ্যতিলক হিচাপে আখ্যা দিছে মন্দিৰ কৰ্তৃপক্ষই।

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এনডিটিভিৰ প্ৰতিবেদন অনুসৰি এক বিশেষ যন্ত্ৰৰ সহায়ত এই সূৰ্য তিলক দিয়া সম্ভৱ হৈছে। এক শীৰ্ষ স্থানীয় চৰকাৰী প্ৰতিষ্ঠানৰ ১০জন বিজ্ঞানীয়ে ৰাম মন্দিৰৰ বাবে এই যন্ত্ৰটো তৈয়াৰ কৰি উলিয়াইছে। আয়না বা লেন্স ব্য়ৱহাৰ কৰি সেই যন্ত্ৰ মন্দিৰৰ ভিতৰত থকা ৰাম মন্দিৰৰ বিগ্ৰহৰ ওপৰত এনেকৈ বহুওৱা হৈছে যাতে সূৰ্যৰ পোহৰ একাধিক আয়নাত বিচ্ছুৰিত হৈ বিগ্ৰহৰ কঁপাল উজলি উঠে।

চেন্ট্ৰেল বিল্ডিং ৰিচাৰ্ছ ইনষ্টিটিউটৰ বিজ্ঞানী তথা ডাইৰেক্টৰ প্ৰদীপ কুমাৰ ৰামচাৰলাই সূৰ্যতিলকৰ নেপথ্যত থকা বিজ্ঞানৰ বাখ্যা কৰিছে। ৰামচাৰলালে কয়, অপ্ট মেকানিকেল চিষ্টেমত চাৰিখন লেন্স ব্যৱহাৰ কৰা হৈছে। টিল্ট মেকানিজম ব্য়ৱহাৰ কৰি সেই আয়না আৰু লেন্সসমূহ পাইপৰ ভিতৰত লগোৱা হৈছে। পাইপটো মন্দিৰৰ ছাদত দীঘলকৈ লগাই দিয়া হৈছে। সূৰ্যৰ পোহৰ সেই পাইপৰ মুখেৰে ভিতৰলৈ আহি আয়না বা লেন্সত বিচ্ছুৰিত হৈ গৰ্ভগৃহত থকা ৰামলালাৰ মূৰত তিলক হৈ পৰিছে।

তেওঁ লগতে কয়, পাইপেৰে সকলোৰে শেষত থকা লেন্সত পোনতে পোহৰৰ ৰশ্মি পেলোৱা হৈছে। তাৰপিছতেই সূৰ্যৰশ্মি গৰ্ভগৃহত প্ৰৱেশ কৰি এটা ফিল্টাৰৰ মাজেৰে ৰামৰ বিগ্ৰহৰ কঁপালত গৈ পৰিছে। প্ৰতিবছতেই ৰামনৱমীত এনেকৈ সূৰ্যতিলক দিয়াৰ ব্যৱস্থা থাকিব। সূৰ্যৰশ্মি যাতে ৰামলালাৰ কঁপালত এনেকৈ প্ৰত্যেক বছৰে দিব পাৰি তাৰবাবে এই বিশেষ ব্যৱস্থা গঢ়ি তুলিছে বিজ্ঞানীয়ে।

ৰাম মন্দিৰৰ সূৰ্যতিলক সম্পন্ন কৰাৰ নেপথ্যত  আছে ছি বি আৰ আইৰ ওপৰিও বাংগালুৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰফিজিক্সৰ বিজ্ঞানী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?
জীৱনশৈলী

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!
অপৰাধ

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

June 30, 2026
Next Post
মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

মাজ আকাশত আইপেডত চকু! বিমানত জোতা খুলি ৰামলালাৰ সূৰ্যতিলক চালে প্ৰধানমন্ত্ৰী মোদীয়ে, চাওক দৃশ্য

ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

ডুবাইৰ বানত আৱদ্ধ শিল্পী ৰাহুল বৈদ্য, ডুবাইৰ চুবুৰীয়া ৰাষ্ট্ৰ ওমানত বানত মৃত্যু ১৮জন লোকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.