• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীলৈ আকৌ উভতি আহি আছে ডাইনছ’ৰ যুগ, ৰোবোটিক ডাইনাছ’ৰ কি? পৃথিৱীৰ ক’ত ৰখা হ’ব এই ডাইনাছ’ৰক?

পৃথিৱীলৈ আকৌ উভতি আহি আছে ডাইনছ’ৰ যুগ, ৰোবোটিক ডাইনাছ’ৰ কি? পৃথিৱীৰ ক’ত ৰখা হ’ব এই ডাইনাছ’ৰক?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

16 minutes ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

54 minutes ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

1 hour ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

2 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

3 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

4 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

7 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

15 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

15 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

16 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৃথিৱীলৈ আকৌ উভতি আহি আছে ডাইনছ’ৰ যুগ, ৰোবোটিক ডাইনাছ’ৰ কি? পৃথিৱীৰ ক’ত ৰখা হ’ব এই ডাইনাছ’ৰক?

পৃথিৱীলৈ আকৌ উভতি আহি আছে ডাইনছ’ৰ যুগ, ৰোবোটিক ডাইনাছ’ৰ কি? পৃথিৱীৰ ক’ত ৰখা হ’ব এই ডাইনাছোৰক?

editor by editor
October 25, 2024
in জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত, লেখা
0
পৃথিৱীলৈ আকৌ উভতি আহি আছে ডাইনছ’ৰ যুগ, ৰোবোটিক ডাইনাছ’ৰ কি? পৃথিৱীৰ ক’ত ৰখা হ’ব এই ডাইনাছ’ৰক?
0
SHARES
644
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ পৃথিৱীৰ বুকুলৈ উভতি আহিব ডাইনাছোৰ৷ ভাৱিলেই আচৰিত লাগে৷ বিজ্ঞানীও এই চেষ্টাতেই ব্যস্ত হৈ আছে৷ বিজ্ঞানীয়েই অচিৰেই পৃথিৱীৰ বুকুত জন্ম দিব ডাইনাছোৰৰ৷ কিন্তু সেই ডাইনাছোৰ হ’ব ৰবটিক ডাইনাছোৰ৷ কেইবাটাও প্ৰাচীন প্ৰাণীক আকৌ পৃথিৱীত ৰবট আকাৰে উভতাই অনাৰ কামত ব্যস্ত এতিয়া বহু বিজ্ঞানী৷

পৃথিৱীত এসয়মত ৰাজত্ব কৰিছিল ডাইনাছোৰ৷ তাৰপাছতেই প্ৰকৃতিৰ নিয়মতেই বিলুপ্তও হৈ যায়৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে হাজাৰ হাজাৰ বছৰ পূৰ্বে হেৰাই যোৱা সেই প্ৰাণীসমূহ আজিও মানুহৰ মনত এক ৰহস্য৷ সেয়ে যদি ৰোবোটৰ আকাৰে এই ডাইনাছোৰসমূহ উভতাই অনা হয় তেন্তে বৰ্তমান সমাজত আকৌ নতুনকৈ এইসমূহৰ বিষয়ে জানিবলৈ নতুন প্ৰজন্ম আগ্ৰহী হ’ব৷

আনকি জুৰাছিক পাৰ্কৰ দৰে এখন পাৰ্ক নিৰ্মাণৰ কথাও ভাৱিছে বিজ্ঞানীয়ে৷ ইয়াতেই ডাইনোছোৰৰ জন্মৰ পৰা আৰম্ভ কৰি ডাঙৰ হোৱালৈকে সকলো দেখুওৱা হ’ব৷ পৰ্দাত দেখুওৱা সেই সকলো ছবি বাস্তৱ আকাৰে দেখুওৱা হ’ব৷ এই কামত বিপুল পৰিমানৰ অৰ্থ খৰচ হ’ব৷ অৱশ্যে ক’ত এই ৰোবোটিক পাৰ্কখন নিৰ্মাণ কৰা হ’ব সেয়া এতিয়াও স্থিৰ কৰা হোৱা নাই৷

প্ৰকৃততে ডাইনো ৰোবোট তৈয়াৰ কৰিবলৈ যি সময় লাগিব সেই বিষয়টো মূৰত ৰাখিছে বিজ্ঞানীয়ে৷ হেৰাই যোৱা এই প্ৰাণীসমূহ যদি আকৌ জীৱন্ত আকাৰে দেখুৱাবলৈ সক্ষম হয় তেন্তে এই বিষয়টো জানিবলৈ বহু শিশু আগ্ৰহী হৈ উঠিব৷ আকৌ এক নতুন উত্তেজনা আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক
জীৱনশৈলী

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

October 5, 2026
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়
বাণিজ্য

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

October 5, 2026
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!
বাণিজ্য

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

October 5, 2026
Next Post
পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব…! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

পৃথিৱীয়ে এইবাৰ আমাৰ শক্তি দেখিব...! ইৰান ধ্বং/সৰ নক্সা তৈয়াৰ কৰিছে ইহুদি ৰাষ্ট্রই?

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

এমাহত ২০০০কৈ জমা কৰিলে ৫ বছৰত কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.