• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত

2 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

3 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

4 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

5 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

6 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

7 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

8 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

9 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত

সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত

editor by editor
July 18, 2024
in অসম, জীৱনশৈলী, ভাৰত
0
সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ এটা AC কোচ, অন্য ১২ টা AC ডবাও লাইনচ্যুত, আপোনাৰ চিনাকি কোনো যাত্ৰী থাকিলে যোগাযোগ কৰক এই হেল্পলাইন নম্বৰত
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰপ্ৰদেশৰ গোণ্ডাত ভয়াৱহ ৰে’ল দুৰ্ঘটনা৷ চণ্ডীগড়ৰ পৰা ডিব্ৰুগড় অভিমুখী ডিব্ৰুগড় এক্সপ্ৰেছৰ ১০-১২ টা বাগী লাইনচ্যুত হোৱা বুলি প্ৰাথমিক তথ্য প্ৰকাশ পাইছে৷ বৃহস্পতিবাৰে দুপৰীয়া ২.৩০ বজাত গোণ্ডা আৰু মেনকাপুৰৰ মাজৰ জিলাহী ষ্টেচনৰ কাষত এই দুৰ্ঘটনা৷ ট্ৰেইনৰ এটা এ চি কোচ মাৰাত্মকভাৱে ক্ষতিগ্ৰস্থ হোৱা বুলি প্ৰকাশ কৰিলে ৰে’লবিভাগে৷ শেহতীয়া তথ্য অনুসৰি দুৰ্ঘটনাত বৰ্তমানলৈকে ৪গৰাকী লোকৰ মৃত্যু হৈছে৷

প্ৰাথমিক খবৰ অনুসৰি চলিত ট্ৰেইনত হঠাৎ এক বিকট শব্দ শুনা গৈছিল৷ লগে লগেই বাগৰি পৰে কেইবাটাও ডবা৷ প্ৰাথমিকভাৱে জনা গৈছে যে এই দুৰ্ঘটনাত একাধিক লোকৰ প্ৰাণহানিৰ আশংকা আছে৷ দুৰ্ঘটনাৰ পাছতেই যাত্ৰীক ট্ৰেইনৰ পৰা বাহিৰলৈ ওলিওৱা কামত ব্ৰতী হৈছে উদ্ধাৰকাৰী দল৷ কেনেকৈ এই দুৰ্ঘটনা সংঘটিত হ’ল সেই বিষয়ে কোনো স্পষ্ট তথ্য প্ৰকাশ পোৱা নাই৷ উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যেই দুৰ্ঘটনাস্থলীলৈ পঠিওৱা হৈছে পৰ্যবেক্ষণকাৰী দলৰ লগতে উদ্ধাৰকাৰী দল৷ ৰেল দুৰ্ঘটনাত পতিত কেইবাগৰাকীও লোকক তাৎক্ষণিকভাৱে ভৰ্তি কৰোৱা হৈছে নিকটবৰ্তী হাস্পতালত৷

দুৰ্ঘটনাৰ খবৰ ভাইৰেল হোৱা মাত্ৰকে ৰাজ্যৰ মুথ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিস্থিতিৰ খোজখবৰ লোৱা বুলি বিশেষ টুইট শ্বেয়াৰ কৰিছে৷ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে তেওঁ অবিৰাম যোগাযোগ ৰখাৰ খবৰ এক্স হেণ্ডেলত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে৷ ডিব্ৰুগড় এক্সপ্ৰেছ দুৰ্ঘটনাৰ পাছতেই উত্তৰ পূব ৰে’লৰ তৰফৰ পৰা একাধিক হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে৷

ডিব্ৰুগড়ৰ বাবে ৯৯৫৭৫৫৫৯৬০

তিনিচুকীয়াৰ বাবে ৯৯৫৭৫৫৫৯৫৯

শিমলুগুৰিৰ বাবে ৮৭৮৯৫৪৩৭৯৮

মৰিয়নিৰ বাবে ৬০০১৮৮২৪১০

ফৰকাটিঙৰ বাবে ৯৯৫৭৫৫৫৯৬৬

কমাৰ্ছিয়েল কন্ট্ৰলৰ বাবে ৯৯৫৭৫৫৫৯৮৪

গুৱাহাটী ষ্টেচনৰ বাবে ০৩৬১২৭৩১৬২১, ০৩৬১২৭৩১৬২২, ০৩৬১২৭৩১৬২৩

লক্ষ্ণৌ ষ্টেচনৰ বাবে ৮৯৫৭৪০৯২৯২

গোণ্ডা ষ্টেচনৰ বাবে ৮৯৫৭৪০০৯৬৫

দুৰ্ঘটনাৰ পাছতেই কেইবাখনো ট্ৰেইনৰ যাত্ৰাপথ সলনি কৰি দিয়া হৈছে৷ ১৫৭০৭ কাটিহাৰ-অমৃতসৰ এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰি মেনকাপুৰ, অযোধ্যা হৈ চলাচল কৰিব৷ ১৫৬৫৩ গুৱাহাটী কাটৰা এক্সপ্ৰেছৰ যাত্ৰাপথ সলনি কৰি মেনকাপুৰ অযোধ্যা হৈ চলাচল কৰিব বুলি জনাইছে ৰে’লবিভাগে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়
জীৱনশৈলী

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

March 17, 2026
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ
জীৱনশৈলী

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

March 17, 2026
Next Post
ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰী চিপছ খাই হাস্পতালত ভৰ্তি জাপানৰ ১৮ গৰাকী ছাত্ৰ-ছাত্ৰী

গুৰু মঙ্গল যোগত চকুত লগা উন্নতি ৫ ৰাশিৰ জাতকৰ, লাভ কৰিব ভাল দৰমহা সম্পন্ন চাকৰি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন