• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

4 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

11 minutes ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

1 hour ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

2 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

2 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

3 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

3 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

5 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

5 hours ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 hours ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

6 hours ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?

editor by editor
November 26, 2022
in জীৱনশৈলী, বিশ্ব
0
এক ৰাতিতেই ৩০ গৰাকী যৌনকৰ্মীৰে গণমিলন! ফিফা বিশ্বকাপত ফুটবলৰ সমান্তৰালকৈ থাকে নেকি যৌনতাৰ খেল?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশ্বকাপ ফুটবল বুলিলেই যেনেকৈ উত্তেজনা থাকে তেনেকৈ থাকে কেলেংকাৰীৰ ঘটনাও৷ বিভিন্ন সময়ত বিভিন্ন দেশৰ ফুটবলাৰেই যে বিতৰ্কত সাঙোৰ খাই এনে নহয়৷ বিতৰ্কত সাঙোৰ খাই প্ৰশিক্ষকৰ নামো৷ কিছু সংখ্যকে বিতৰ্ক ঠেলি ওলায় অহাৰ বিপৰীতে কিছুসংখ্যকৰ বিতৰ্কতেই কেৰিয়াৰ শেষ হয়৷ তেনে কিছু চৰ্চিত বিতৰ্ক হৈছে-

চেক গণৰাজ্য
২০১০ চনত তুমুল বিতৰ্ক হৈছিল চেক গণৰাজ্যৰ কেইগৰাকীমান খেলুৱৈক লৈ৷ প্ৰশিক্ষক পিটাৰ ৰাদাসহ ৬ খেলুৱৈয়ে বহু বিতৰ্কিত ছবি ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত৷ অভিযোগ আছিল শ্লোভাকিয়াৰ বিৰুদ্ধে এখন যোগ্যতা অৰ্জনকাৰী মেচত পৰাজিত হোৱাৰ পিছত, চেক গণৰাজ্যৰ দলটোৱে যৌন কৰ্মীৰ সৈতে ৰাত্ৰি যাপনৰ বাবে গৈছিল৷

ফ্ৰান্স
২০১০ চনতেই বিতৰ্কত সাঙোৰ খাইছিল ফৰাচী ফুটবল দলটোও৷ ফ্ৰান্সৰ খেলুৱৈ কৰিম বেঞ্জিমা আৰু ছিডনী গভলৌকে ধৰি তিনিজন ফুটবল তাৰকাৰ নামেই সাঙোৰ খাইছে যৌন কেলেংকাৰীত৷ চেম্প এলিছৰ নৈশ ক্লাবত গৈ তিনিওগৰাকী খেলুৱৈয়ে সুৰাপান কৰাতেই শান্ত নাথাকি যৌনসম্ভোগতো লিপ্ত হয়৷ ৰিবেৰী আৰু বেঞ্জিমাই যাৰ সৈতে যৌন সম্ভোগ কৰিছিল তাৰেই এগৰাকী আছিল নাবালিকা৷ দুই তাৰকাৰ বিৰুদ্ধে আদালতত গোচৰ তৰে নাবালিকাৰ পৰিয়ালে৷

আমেৰিকা

১৯৮৮ চনৰ বিশ্বকাপৰ পূৰ্বে আমেৰিকাৰ খেলুৱৈ জন হাৰকেছক দলটোৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল ষ্টিভ ছেম্পছনে৷ ইয়াৰ কাৰণো আছিল যৌনতা৷ খেলুৈগৰাকীয়ে তেওঁৰেই সতীৰ্থ খেলুৱৈৰ পত্নীৰ সৈতে বিবাহ বহীৰ্ভূত সম্পৰ্কত লিপ্ত হৈছিল যাৰ বাবে শাস্তিমূলকভাৱে সেই বৰ্ষৰ ফিফা বিশ্বকাপত ভাগ ল’ব পৰা নাছিল জনে৷

মেক্সিকো
২০১৮ চনত ৰাছিয়াত অনুষ্ঠিত ফিফা বিশ্বকাপত মেক্সিকো দলৰ খেলুৱৈয়ে ৩০ গৰাকী যৌনকৰ্মীৰ সৈকে গণ সঙ্গমত লিপ্ত হৈছিল৷ এই গণ সঙ্গমৰ ছবি প্ৰকাশ হোৱাৰ পিছতেই আৰম্ভ হৈছিল বিতৰ্ক৷ বহুতেই দাবী কৰিছিল এয়া বিশ্বকাপ খেলিবলৈ যোৱাৰ পূৰ্বে দলটোক বিদায় পাৰ্টী দিয়া হৈছিল৷ মেক্সিকোৰ ফুটবল কৰ্তৃপক্ষই এই সন্দৰ্ভত দিয়া স্পষ্টিকৰণত কয় যে, এজন খেলুৱৈয়ে তেওঁলোকৰ ব্যক্তিগত সময়ত কি কৰিব সেয়া তেওঁলোকৰ ব্যক্তিগত কথা৷ ফুটবলাৰসকলৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ অধিকাৰ নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

September 29, 2026
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!
অসম

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

September 29, 2026
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ
ভাৰত

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

September 29, 2026
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক
জীৱনশৈলী

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

September 29, 2026
Next Post
এই কল্পনা, কল্পনাই কৰা নাছিল! বিধৱা কল্পনাৰ শিৰত সেন্দুৰ আঁকি প্ৰশান্তই দিলে নতুন পৰিচয়…

এই কল্পনা, কল্পনাই কৰা নাছিল! বিধৱা কল্পনাৰ শিৰত সেন্দুৰ আঁকি প্ৰশান্তই দিলে নতুন পৰিচয়...

য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.