• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

4 years ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

4 minutes ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

43 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

1 hour ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

2 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

3 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

15 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

17 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

18 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

19 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…

editor by editor
November 26, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
য’তেই নাথাকক শিঁপা ভাৰততেই! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই কৰা নৃত্য ভাইৰেল হ’ল সামাজিক মাধ্যমত…
0
SHARES
744
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লণ্ডনৰ এক বিশেষ নৃত্যানুষ্ঠানত নৃত্য পৰিবেশন কৰিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ কন্যাই৷ ঋষিৰ কন্যা অনুষ্কাৰ নৃত্যৰ দৃশ্য এতিয়া নেটদুনীয়াত ভাইৰেল হৈ পৰিছে৷

লণ্ডনৰ এই নৃত্যানুষ্ঠানত ৪ বছৰীয়া শিশুৰ পৰা ৮৫ বছৰীয়া বৃদ্ধলৈ প্ৰায় ১০০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছিল৷ সেই অনুষ্ঠানতেই নৃত্য পৰিবেশন কৰিছিল ঋষি ছুনাকৰ জীয়াৰী অনুষ্কাই৷ সেই অনুষ্ঠানতেই অনুষ্কাৰ আইতাক, মাক, ককাক সকলো উপস্থিত থাকে৷ ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান আয়োজন কৰা হৈছিল৷

বিগত অক্টোবৰত ব্ৰিটেইনৰ প্রধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে ঋষি ছুনাকে৷ ভাৰতীয় বংশোদ্ভূত ঋষি ছুনাকৰ ভাৰতৰ সৈতে শিঁপাৰ সম্পৰ্ক আছে বুলি বহুতেই বিভিন্ন সময়ত দাবী কৰি আহিছিল৷ জীয়াৰী অনুষ্কাই এই অনুষ্ঠানত ভাগ লোৱাৰ পিছতেই প্রধানমন্ত্ৰী ছুনাকৰ কন্যা অনুষ্কাই তেওঁৰ মন্তব্যত কয়, ‘ভাৰত হ’ল এনে এখন দেশ, য’ত মোৰ শিঁপা আছে৷ ভাৰতীয় সংস্কৃতিয়েই মোৰ সংস্কৃতি৷ সেইখন দেশলৈ আমি প্ৰত্যেক বছৰেই যাওঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants
জীৱনশৈলী

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

October 3, 2026
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক
বিবিধ

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

October 3, 2026
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো
জীৱনশৈলী

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

October 3, 2026
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
Next Post

গুজৰাট ট্ৰেজেডী! মাচ্ছু নদীত সেইদিন কোনে বিক্ৰী কৰিছিল মৃত্যুৰ টিকট? মাত্ৰ এই পাঁচটা ভুলেই কাঢ়িছিল শতাধিক লোকৰ জীৱন...

ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

ফেচবুকে সলাইছে নিয়ম! ১ ডিচেম্বৰৰ পৰা প্ৰফাইলত নাথাকিব এইকেইটা তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.