• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

47 minutes ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

1 hour ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

2 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

3 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

4 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

5 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

6 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

6 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

7 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

editor by editor
September 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ
0
SHARES
511
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খান৷ আক্ষৰিক অৰ্থতেই তেওঁ ইণ্ডাষ্ট্ৰিৰ কিং৷ অনুৰাগীসকলৰ মনত তেওঁ বাদশ্বাহ৷ একাধিকবাৰ মানৱধৰ্মত বিশ্বাসী বুলি প্ৰমাণ দিছে শ্বাহৰুখে৷ মানুহেই তেওঁৰ বাবে ভগৱান সেয়ে সাধাৰণ মানুহৰ মনত তেওঁ ভগৱান৷ অসমকো তেওঁ বান পৰিস্থিতিত সহায় কৰি থৈছে৷ শেহতীয়াকৈ বাদশ্বাহ শ্বাহৰুখ ঠিয় হৈছে বানবিধ্বস্ত পঞ্জাৱৰ জনতাৰ কাষত৷ কিং চিনেমাৰ শ্বুটিং কিংবা সন্তান আৰিয়ান খানৰ প্ৰথম পৰিচালিত ছিৰিজৰ প্ৰচাৰৰ ব্যস্ততা যিমানেই নাথাকক কিয় তেওঁৰ স্বেচ্ছাসেৱী সংস্থা মীৰা ফাউণ্ডেছন কিন্তু প্ৰতিনিয়ত ব্যস্ত হৈ আছে অসহায়ৰ সেৱাৰ বাবে৷ বানবিধ্বস্ত পঞ্জাৱৰ ক্ষেত্ৰতো ব্যতিক্ৰম নহ’ল মীৰা ফাউণ্ডেছন৷

বিগত ৩৭ বছৰৰ পাছত আকৌ ভয়াৱহ বানৰ কৱলত পৰিছে পঞ্জাৱ৷ লেথাৰিকৈ বৰষুণ দি থকাৰ বাবে পানীৰ তলত পঞ্জাৱৰ বিস্তীৰ্ণ এলেকা৷ বাঢ়িছে মৃতকৰ সংখ্যাও৷ পৰিস্থিতি ইমানেই ভয়ংকৰ যে পঞ্জাৱত বহু ঠাইত এতিয়া হাই এলাৰ্ট জাৰি কৰা হৈছে৷ পঞ্জাৱক বিপৰ্যস্ত ৰাজ্য হিচাপে ঘোষণা কৰিছে আপ চৰকাৰে৷ দিনে নিশাই চলিছে উদ্ধাৰকাৰ্য৷ আৰ্মি, নেভি আৰু বায়ুসেনাও নামিছে উদ্ধাৰ অভিযানত৷ তেনে সময়তে জলমগ্ন পঞ্জাৱৰ কাষত প্ৰচাৰ বিহীনভাৱেই থিয় হৈছে কিং খান৷

বাদশ্বাহ শ্বাহৰুখৰ স্বেচ্ছাসেৱী সংস্থা মীৰা ফাউণ্ডেছনে পঞ্জাৱৰ স্থানীয় স্বেচ্ছাসেৱী সংস্থাসমূহৰ সৈতে কান্ধ মিলাই উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে৷ ইয়াৰোপৰি বান বিধ্বস্তসকলৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীও যোগান ধৰিছে তেওঁলোকে৷ ঔষধপাতি পঠিওৱা চিকিৎসক পঠিওৱা আদিৰ দৰে কাম নিজেও তদাৰক কৰিছে কিং খানে৷ জনা গৈছে শ্বাহৰুখ খানৰ তৰফৰ পৰা এই পৰিসেৱা ইতিমধ্যেই পাইছে অমৃতসৰ, পাতিয়ালা, ফজিলকা, ফিৰোজপুৰসহ পঞ্জাৱৰ একাধিক বন্যাকৱলিত এলেকাৰ বাসিন্দাই এই পৰিসেৱা লাভ কৰিছে৷

কিং খানৰ মীৰা ফাউণ্ডেছনৰ প্ৰতিশ্ৰুতি, বন্যাৰ্ত পৰিয়ালসমূহক পুনৰাই মূৰৰ ওপৰত এখন ছাদ গঢ়ি দিয়াতো সহায় কৰিব কিং খানৰ ফাউণ্ডেছনে৷ ইয়াৰ পূৰ্বে পঞ্জাৱবাসীসকলৰ মানসিক শক্তি প্ৰদানৰ কামনাতে এক্সত তেওঁ এটা পোষ্টো কৰিছে৷ তাত তেওঁ লিখিছে, ‘ভয়াৱহ বানত ক্ষতিগ্ৰস্থ পঞ্জাৱৰ মানুহৰ বাবে আমাৰ মনেও কান্দি উঠিছে৷ সকলোৰে বাবে প্ৰাৰ্থনা কৰিছো আৰু ঈশ্বৰৰ ওচৰত শক্তি কামনা কৰিছো৷ পঞ্জাৱৰ মনোবৰ যেন কাহানিও ভাঙি নপৰে৷ ঈশ্বৰে তেওঁলোকৰ মঙ্গল কৰক৷’ লগতে ১৫০০ পৰিয়ালক অন্ন আৰু সংস্থাপনৰো দায়িত্ব লৈছে শ্বাহৰুখ খানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

October 5, 2026
Next Post
শুক্ৰবাৰে শশী যোগ, দেৱী লক্ষ্মীৰ কৃপাদৃষ্টি পাব এই ৫ৰাশিৰ জাতকে

শুক্ৰবাৰে শশী যোগ, দেৱী লক্ষ্মীৰ কৃপাদৃষ্টি পাব এই ৫ৰাশিৰ জাতকে

নাৰীয়ে লিপষ্টিক লগাবলৈকো অনুমতি বিচৰিবলগীয়া কট্টৰ পুৰুষতান্ত্ৰিক দেশ উত্তৰ কোৰিয়াৰ নেতা হ’ব এগৰাকী নাৰী, কোন এই নাৰী?

নাৰীয়ে লিপষ্টিক লগাবলৈকো অনুমতি বিচৰিবলগীয়া কট্টৰ পুৰুষতান্ত্ৰিক দেশ উত্তৰ কোৰিয়াৰ নেতা হ’ব এগৰাকী নাৰী, কোন এই নাৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.