• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

5 months ago
‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

‘দোস্তী’ৰ বাবে দেৱাশীষ শৰ্মাক কি চৰ্ত আজমলৰ?

1 hour ago
এছিয়ান গেমছত ওলাইছে জলপৰী

এছিয়ান গেমছত ওলাইছে জলপৰী

2 hours ago
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

3 hours ago
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

15 hours ago
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

16 hours ago
৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

৪৮ ঘণ্টাৰ DEADLINE, পুনৰ দেশজুৰি আন্দোলনৰ হুংকাৰ CJPৰ

16 hours ago
দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

দুটাকৈ ধ*ৰ্ষণৰ অভিযোগ! নিলম্বিত হ’ল এইজন ইংলিছ ক্ৰিকেটাৰ

17 hours ago
তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

তৃতীয় সন্তান জন্ম দিলেই পাব ৫০ হাজাৰ টকা, ভাৰতৰ কোন সম্প্ৰদায়ৰ এই ঘোষণা?

17 hours ago
এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

এটা লাড্ডুৰ দাম উঠিল ১.০১ কোটি টকা

18 hours ago
মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

মুছলমান বিৱাহক লৈ ডাঙৰ খবৰ, মুছলমানৰ বিৱাহত আৰু নচলিব কাজীৰ ৰাজত্ব!

18 hours ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

19 hours ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?

editor by editor
April 25, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ
0
বিগত এবছৰ ধৰি শ্বাহৰুখ আছে ভাড়াঘৰত, ইফালে মেনেজাৰ পূজা দাদলানিয়ে কিনিছে বিলাসী ফ্লেট? কিমান দাম পূজাৰ এই লাক্সাৰী ফ্লেটৰ?
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইৰ অভিজাত এলেকা বান্দ্ৰাত নতুন ঠিকনা গঢ়িলে শ্বাহৰুখ খানৰ ব্ৰেণ্ড মেনেজাৰ পূজা দাদলানিয়ে৷ চৰকাৰী ৰেজিষ্ট্ৰেচন নথি অনুসৰি পূজাই তেওঁৰ স্বামী হিতেশ প্ৰকাশ আৰু পিতৃ মোহন শিউৰাম দাদলানিৰ সৈতে মিলি কাৰ্টাৰ ৰোডত তিনিটা প্ৰিমিয়াম এপাৰ্টমেণ্ট কিনিছে৷ এই মেগা ডিলৰ মুঠ অৰ্থমূল্য প্ৰায় ৩৮.২১ কোটি টকা৷

কাৰ্টাৰ ৰোডৰ বৰুণ নামৰ এক পুননিৰ্মাণ প্ৰকল্পত তেওঁ তিনটা ফ্লেট কিনিছে তেওঁ৷ প্ৰতিটো ফ্লেটৰ কাৰ্পেট এৰিয়া ১,৫১১.১৫ বৰ্গফুট আৰু ইয়াৰ সৈতে আছে ৮১.১৬ বৰ্গফুটৰ বিশাল বেলকনি৷ সকলো মিলি প্ৰায় ৪৭৭৬ বৰ্গফুট এলেকা জুৰি আছে তেওঁৰ এই নতুন ৰাজপ্ৰাসাদ৷ লটাছ ডেভেলপাৰ্ছৰ অধীনত থকা ট্ৰিক্সা ৰিয়েল এষ্টেট প্ৰাইভেট লিমিটেডৰ পৰা এই ফ্লেটসমূহ কিনা হৈছে৷ বিগত ২১ এপ্ৰিলত এই লেনদেনৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে৷ যাৰ বাবে ২.১৬ কোটি টকা ষ্টাম্প ডিউটি আৰু ৯০ হাজাৰ টকা ৰেজিষ্ট্ৰেছন ফি জমা দিয়া হৈছে৷ এই চুক্তিৰ সৈতে ৬টা পাৰ্কিং স্পটো পাইছে তেওঁ৷

পাব্লিক প্ৰফাইল খুবেই সন্মুখলৈ নাহিলেও পূজা বিনোদন জগতৰ অন্যতম প্ৰভাৱশালী নাম৷ দীৰ্ঘ সময় ধৰি তেওঁ শ্বাহৰুখ খানৰ ব্ৰেণ্ড এনডৰ্ছমেণ্ট আৰু পাব্লিক এপিয়াৰেন্স চম্ভালি আছে৷ ২০২৩ চনত পূজাই তেওঁৰ ঘৰৰ ভিতৰৰ ডিজাইন সলনি কৰিছিল৷ আৰু এই সমগ্ৰ কাম কৰিছিল শ্বাহৰুখৰ পত্নী গৌৰী খানে৷ পূজাৰ ঘৰৰ নতুন ৰূপ চাবলৈ তাত উপস্থিত হৈছিল শ্বাহৰুখ খানো৷

পূজাই যেতিয়া ৩৮ কোটিৰ ঘৰ কিনিছে তেতিয়া শ্বাহৰুখ খানে নিজেই কিন্তু এতিয়াও ভাড়াঘৰতে দিন কটাইছে৷ তেওঁৰ আইকনিক বাংলো মন্নতৰ মেৰামতিৰ কাম চলি থকাৰ বাবে বিগত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁ দুটাকৈ লাক্সাৰি ডুপ্লেক্স এপাৰ্টমেণ্ট লিজত লৈছে৷ তিনি বছৰৰ বাবে সেই লিজত শ্বাহৰুখে খৰচ কৰিছে প্ৰায় ৮.৬৭ কোটি টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এছিয়ান গেমছত ওলাইছে জলপৰী
বিনোদন

এছিয়ান গেমছত ওলাইছে জলপৰী

September 25, 2026
কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ
জীৱনশৈলী

কেইবাটাও ৰাশিৰ আজি আৰ্থিক লাভৰ সুযোগ

September 25, 2026
ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!
অসম

ছিংগাপুৰৰ অভিমন্যু তালুকদাৰক মনত আছেনে? জুবিন দাক হেনো ভালকৈ চিনিয়েই পোৱা নাছিল অভিমন্যুই!

September 24, 2026
নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?
প্ৰযুক্তি

নতুন গ্ৰহৰ সন্ধান! সঁচাকৈয়ে আছে নেকি এলিয়েন?

September 24, 2026
Next Post
নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

নিজৰ ৰাশিত প্ৰৱেশ কৰিব ৰঙা গ্ৰহই, মঙ্গল-সূৰ্য-বুধৰ মিলন! অন্ধকাৰ ভেদি উজলিব ৫ৰাশি

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.