• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব

এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব

5 years ago
অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

2 minutes ago
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

45 minutes ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

1 hour ago
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

2 hours ago
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

3 hours ago
দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

দেৱী লক্ষ্মীক সন্তুষ্ট কৰাৰ সহজ উপায়, জানক এই পদ্ধতি

4 hours ago
বৃষকে ধৰি এই ৫টা ৰাশিৰ আহিব সোণালী সময়, সলনি হ’ব ভাগ্য!

মা লক্ষ্মীৰ প্ৰিয় ফুল কি? ৯৯% লোকে এইক্ষেত্ৰত কৰে ভুল!

5 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

6 hours ago
গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

গু*লীচালনাৰ পিছতে আতংকিত টাইগাৰ শ্ৰফ

7 hours ago
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

8 hours ago
‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

‘মোক ধ*ৰ্ষণ আৰু মৃত্যুৰ ভাবুকি দিয়া হৈছে’, ‘পাইছো বহুতো অশ্লী*ল মেছেজ’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব

editor by editor
February 25, 2022
in বিবিধ, ভাৰত
0
এই ৰাশিৰ লোকসকল সাৱধানে থাকক : ২৬ ফেব্ৰুৱাৰিত শনি দেৱতা মংগলৰ সৈতে থাকিব
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬ ফেব্ৰুৱাৰি অৰ্থাৎ অহা শনিবাৰে শনি দেৱতা মংগলৰ কাষলৈ আহিব৷ সেয় তলৰ ৰাশিৰ লোকসকলে অলপ সাৱধান হোৱা মংগলদায়ক৷

 

কৰ্কটঃ কৰ্কট ৰাশিৰ লোকসকলে কৰ্মস্থলীৰ সহকৰ্মীৰ সৈতে বাদ-বিবাদত লিপ্ত হ’ব পাৰে৷ সেয়ে তেওঁলোকে সাৱধান হৈ থকাটো উচিত৷ লগতে তেওঁলোকে কোনো নতুন কাম আৰম্ভ নকৰাটোৱেই পৰাপক্ষত উচিত৷

 

সিংহঃ সিংহ ৰাশিৰ লোকসকলে আইনী মেৰপাকত পৰিব পাৰে৷ অৱশ্যে কেৰিয়া সংক্ৰান্তীয় বিষয়বোৰত অলপ শুভ হ’ব পাৰে৷ যদি কোনো লোকে পূৰ্বৰে পৰা আইনী মেৰপেচত সোমাই আছে তেওঁলোকে কিছু সমস্যাত পৰিব পাৰে৷

 

কন্যাঃ কন্যা ৰাশিৰ লোকসকলে কেৰিয়াৰ সংক্ৰান্তীয় বিষয়বোৰত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে৷ কৰ্মস্থলীত জ্যেষ্ঠ সহযোগীৰ সৈতে মধুৰ সম্পৰ্কৰ ৰক্ষাৰ বাবে সাধুতাৰে কাম কৰিব৷ আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

 

ধনুঃ এই ৰাশিৰ লোকে পৰিয়ালৰ সদস্যৰ সৈতে বিবাদৰ সৃষ্টি হ’ব পাৰে৷ সেয়ে নিজৰ মতামত আৰু খঙক নিয়ন্ত্ৰণ কৰাতো উচিত হ’ব৷

 

মকৰঃ মকৰ ৰাশিৰ লোকসকল স্বভাৱত আক্ৰমণাত্মক হ’ব পাৰে৷ সেয়ে তেওঁলোকে শান্ত আৰু ধৈৰ্য ধৰি থকাতো উচিত হ’ব৷ পাৰিবাৰিক ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে৷ জীৱন সংগীৰ সৈতে সম্পৰ্কৰ কিছু অৱনতি হোৱাৰো সম্ভাৱনা আছে৷

 

আমি ইয়াক সত্য আৰু প্ৰমাণিত বুলি দাবী নকৰো৷ জ্যোতিশাস্ত্ৰত উপলব্ধ হোৱা বিষয়টোহে আপোনালৈ আমি আগবঢ়াইছো৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ
জীৱনশৈলী

অত্যাধিক জোতাৰ দুৰ্গন্ধ? এই টিপচ ব্যৱহাৰ কৰি কাৰো আগত নাপায় লাজ

October 25, 2026
ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত
বিনোদন

ভয়ত কম্পমান টাইগাৰ! এতিয়া আৰু নাথাকে ফ্লেটত

October 25, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

সোমবাৰে ভাগ্যই সংগ দিবনে আপোনাক? জানক ১২টা ৰাশিৰ আজিৰ ভৱিষ্যৎ

October 25, 2026
ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা
জীৱনশৈলী

ৰাজহুৱা স্থানত Free Wifi ব্যৱহাৰে বিপদত পেলাব আপোনাক! ডাটা লিক হোৱাৰ পূৰ্বে জানক এই কথা

October 25, 2026
Next Post
গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  

গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.