• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  

গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  

5 years ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

13 minutes ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

60 minutes ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

2 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

3 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

3 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

4 hours ago
কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

কেনে অৱস্থাত ভাৰত আৰু চীনৰ অৰ্থনীতি! ছি জিনপিঙৰ দিল্লী ভ্ৰমণৰ মাজতে ভাৰত-চীনৰ বাণিজ্যৰ সত্যতা

5 hours ago
জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

জুবিনক লৈ ৰাজনীতি কৰিলে জুবিন গাৰ্গে নিজেই শান্তি নাপাব…

5 hours ago
‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

‘দেৱাশীষ শৰ্মা উগ্ৰ সাম্প্ৰদায়িক, মুছলমান বিৰোধী, বিষাক্ত প্ৰাণী’

8 hours ago
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  

editor by editor
February 25, 2022
in অপৰাধ, ক্ৰীড়া, ভাৰত
0
গাৰ্হস্থ্য অপৰাধ : আদালতত দোষী সাব্যস্ত ভাৰতীয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ  
0
SHARES
361
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ নক্ষত্ৰ লিয়েণ্ডাৰ পেজ গাৰ্হস্থ্য হিংসাৰ অপৰাধ দোষী সাব্যস্ত হৈছে৷ শুকুৰবাৰে মুম্বাই মেট্ৰ’পলিটান দণ্ডাধীশৰ আদালতে ভাৰতীয় টেনিছ তাৰকাগৰাকীক দোষী সাব্যস্ত কৰিছে৷

উল্লেখ্য যে লিয়েণ্ডাৰ পেজৰ প্ৰাক্তন সংগী ৰিয়া পিল্লাইয়ে ২০১৪ চনত তৰা গাৰ্হস্থ্য হিংসাৰ এক গোচৰৰ বিচাৰ কৰি আদালতে এই ৰায় প্ৰদান কৰিছে৷

আদালতে লিয়েণ্ডাৰ পেজক দুটা ৰাস্তা দিছে৷ লিয়েণ্ডাৰ পেজে হয় ৰিয়াৰ সৈতে একেটা ঘৰতে একেলগে থাকিব লাগিব, নহয় ৰিয়াক ত্যাগ কৰিব লাগিব৷ এই ক্ষেত্ৰত লিয়েণ্ডাৰে ৰিয়াক ঘৰভাৰা হিচাপে ৫০ হাজাৰ টকা আৰু ঘৰুৱা খৰচ হিচাপে প্ৰতি মাহে ১ লাখ টকাকৈ দিব লাগিব৷ যদি ৰিয়াই লিয়েণ্ডাৰ সৈতে একেটা ঘৰতে থাকে তেনে এই ধন লাভ নকৰিব৷

আনহাতে, আইনী খৰচৰ বাবদ লিয়েণ্ডাৰ পেজে ৰিয়াক ১ লাখ টকা দিব লাগিব৷ ৰিয়া আৰু লিয়েণ্ডাৰ সন্তানৰ খা-খৰচ, পঢ়া-শুনা খৰচো লিয়েণ্ডাৰে বহন কৰিব লাগিব৷ অৱশ্যে ৰিয়াৰ খা-খৰচৰ বাবদ কোনো ধন দিব নেলাগে লিয়েণ্ডাৰে৷ ইফালে মুম্বাইৰ যিটো গৃহত ৰিয়া আৰু লিয়েণ্ডাৰে আছিল সেই বাসগৃহটো ভাগ বতৰোৱা কৰাৰ ৰিয়াৰ আবেদন আদালতে খাৰিজ কৰিছে৷

ৰিয়াই দাবী কৰিছে যে ২০০০ চনত লিয়েণ্ডাৰ সৈতে সম্পৰ্কলৈ অহা তেওঁৰ আৰু লিয়েণ্ডাৰৰ ২০০৬ চনত এটি সন্তান জন্ম হয়৷ ২০০৬ চনৰ পৰা লিয়েণ্ডাৰে মুম্বাইৰ সম্ভ্ৰান্ত এলেকা বান্দ্ৰাত থাকিবলৈ আৰম্ভ কৰে৷ আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু ২০১৪ চনত ৰিয়াই লিয়েণ্ডাৰৰ বিৰুদ্ধে আদালতত ঘৰুৱা হিংসাৰ গোচৰ তৰে৷ ৭ বছৰো অধিক সময় ধৰি গোচৰটো বিচাৰ চলাৰ পিছত শুকুৰবাৰে আদালতে ৰায় প্ৰদান কৰিছে৷

ইফালে লিয়েণ্ডাৰ অধিবক্তাই দাবী কৰিছে যে ৰিয়াৰ অভিযোগৰ কোনো আইনী ভিত্তি নাছিল, কাৰণ লিয়েণ্ডাৰৰ সৈতে সহবাস কৰা সময়ত ৰিয়া বিবাহিত আছিল৷ ২০০৮ চনতহে ৰিয়াৰ অভিনেতা সঞ্জয় দত্তৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল৷ লিয়েণ্ডাৰে দাবী কৰিছে যে সহবাসৰ সময়ত ৰিয়াই বিবাহিত বুলি তেওঁ অৱগত নাছিল৷

ৰিয়াই ইয়াৰ প্ৰত্যুত্তৰ কয় যে সেই সময়ত সঞ্জয় দত্তৰ সৈতে তেওঁ যে নাছিল সেই কথা লিয়েণ্ডাৰ জানিছিল৷ সঞ্জয় দত্তৰ বিৰুদ্ধ গোচৰ চলি থকা আৰু তেওঁৰ পিতৃৰ মৃত্যুৰ বাবেহে বিবাহ বিচ্ছেদত পলম হোলা বুলি দাবী কৰিছে ৰিয়াই৷

আদালতে জনায় যে লিয়েণ্ডাৰে ৰিয়াৰ সঞ্জয় দত্তৰে সৈতে বিবাহ বিচ্ছেদৰ মোকৰ্দমা জ্ঞাত নহয় বুলি কোৱাতো বিশ্বাসযোগ্য নহয় আৰু লিয়েণ্ডাৰ ৰিয়াৰ সম্পৰ্কতো বৈবাহিক সম্পৰ্ক হিচাপেই মানি লৈ বিচাৰ প্ৰক্ৰিয়া চলাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalLeander PaesRhea Pillai
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!
অসম

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.