• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

4 years ago
কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

কুকুৰ পোহপাল দিয়া মালিকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ

6 hours ago
তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

6 hours ago
সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

সূৰ্য গোচাৰ, এই ৬ ৰাশিৰ বাঢ়িব পাৰে সমস্যা!

7 hours ago
গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

গোবিন্দাৰ শয়নে-সপোনে এতিয়া কেৱল স্বৰ্ণময়ী ‘ৰাণী’

7 hours ago
এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

এনেকৈ কৰক SSC পৰীক্ষাৰ প্ৰস্তুতি, নিশ্চিতভাৱে পাব চৰকাৰী চাকৰি

8 hours ago
সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

সূৰ্যদেৱে সিংহ ৰাশিত কৰিব প্ৰৱেশ, জানক কোন ৰাশিৰ লোকৰ সলনি হ’ব ভাগ্য

9 hours ago
ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

ৰাজধানী দিল্লীৰ কেইবাটাও স্থান বো*মাৰে উৰুৱাই দিয়াৰ ভাবুকি

10 hours ago
‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

‘বন্যাৰ্তৰ নামত সংগ্ৰহ কৰা ৩১ লাখ টকা YouTuber-এ সোমালে নিজৰ পকেটত’

11 hours ago
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

11 hours ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

12 hours ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

12 hours ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস

editor by editor
February 26, 2022
in বিশ্ব, ৰাজনীতি
0
উভতি ধৰিছে ইউক্ৰেইনে : হাজাৰো অধিক ৰুছ সেনাক নিধন, যুদ্ধ বিমানসহ ক্ষেপণাস্ত্ৰৰো ধ্বংস
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে তিনিটা দিন অতিক্ৰম কৰিলে৷ ইউক্ৰেইনৰ প্ৰধান চহৰসমূহৰ লগতে সামৰিক ঘাটি, অস্ত্ৰ ভাণ্ডাৰ, বিমান ঘাটি আদিক যুদ্ধবাজ ৰাছিয়াই আক্ৰমণৰ লক্ষ্য কৰি ল’লেও ইউক্ৰেইনৰ সেনাৰ লগতে সাধাৰণ নাগৰিকৰো প্ৰাণ হানি হৈছে৷

ইফালে ইউক্ৰেইনৰ সেনাই আগ্ৰাসী ৰুছ সেনাক প্ৰতিৰোধৰ লগতে প্ৰত্যাক্ৰমণৰ চেষ্টাও কৰিছে৷ যুদ্ধ বিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ইউক্ৰেইনৰ সৈন্যৰ মনোবল বৃদ্ধি কৰিবলৈ বুলেটপ্ৰুফ জাকেট পৰিধান কৰি সামৰিক শিবিৰবোৰ পৰিভ্ৰমণ কৰিছে৷

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কোনোপ্ৰধ্যে ৰাছিয়াৰ ওচৰত আত্মসমৰ্পণ নকৰো বুলি ঘোষণা কৰিছে৷ ৰাষ্ট্ৰপতিৰ মনোবল বৃদ্ধিয়ে ইউক্ৰেইনৰ সৈন্য বাহিনীক ৰাছিয়াক প্ৰত্যাক্ৰমণ কৰিবলৈ অধিক সাহসী কৰি তুলিছে৷

ইয়াৰ মাজতে ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে তেওঁলোকৰ প্ৰত্যাক্ৰমণত ১ হাজাৰো অধিক ৰুছ সৈন্যৰ প্ৰাণ হানি হৈছে৷ শনিবাৰে ইউক্ৰেইন সেনাই দাবী কৰা অনুসৰি ১ হাজাৰো অধিক ৰুছ সেনাৰ মৃত্যু হৈছে৷ কিন্তু ৰুছ সেনাই এই মুহূৰ্তলৈকে এই সম্পৰ্কে কোনো মুখ খোলা নাই৷

ইউক্ৰেইন সেনাই লগতে দাবী কৰিছে যে তেওঁলোকে শত্ৰুপক্ষৰ অতি কমেও ৮০ খন টেংকাৰ, ৫১৬ খন অস্ত্ৰসজ্জিত গাড়ী, ৭ খন হেলিকপ্টাৰ, ১০ খন যুদ্ধ বিমান আৰু ২০ খন ক্ৰুজ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছে৷

আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহে প্ৰকাশ কৰা অনুসৰি শনিবাৰে ইউক্ৰেইনৰ ৰাজধানী কীয়েভত তুমুল যুদ্ধ অব্যাহত আছে৷ দেশখনৰ ৰাজধানী চহৰখন বিস্ফোৰণত কঁপি উঠিছে৷ ৰাছিয়ান সৈন্যই তীব্ৰ আক্ৰমণ কৰিলেও এতিয়াও ৰাজধানী চহৰখন দখল কৰিবলৈ সক্ষম হোৱা নাই৷

ইউক্ৰেইনৰ চৰকাৰে ৰাছিয়াৰ সৈন্যক প্ৰতিহত কৰিবলৈ সাধাৰণ নাগৰিকক হাতত অস্ত্ৰ তুলি যুদ্ধ কৰিবলৈও আহ্বান জনাইছে৷

ইফালে এতিয়ালৈকে ইউক্ৰেইনৰ অতি কমেও ২১১ টা সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰা বুলি দাবী কৰিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ সৈন্যক যুদ্ধ এৰি শান্তি আলোচনাৰ আহ্বান জনাইছে৷ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰই প্ৰকাশ কৰিছে যে ৰাছিয়াৰ এই আহ্বানৰ পিছতে আলোচনাৰ বাবে উপযুক্ত স্থান আৰু সময় নিৰ্ধাৰণৰ বাবে কথা বতৰা চলিছে৷

Se More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা
ৰাজনীতি

তামিলনাডুৰ বিজয় থালাপতি চৰকাৰৰ বৃহৎ ধামাকা

August 14, 2026
ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?
ভাৰত

ভাৰতৰ কিমান শতাংশ মুছলমানে পছন্দ কৰে পাকিস্তানক?

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
Next Post
এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.