• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

4 years ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

38 minutes ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

1 hour ago
চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুখবৰ! ১৭,৫০০টকা পৰ্যন্ত বাঢ়িব পাৰে দৰমহা

2 hours ago
‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

‘এতিয়া আৰু মই বিচনাত কাকোৱেই নিবিচাৰো, পুৰুষয়েই হওক বা মহিলা!’

3 hours ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

4 hours ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

4 hours ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

5 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

5 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

6 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

7 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

8 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

editor by editor
February 26, 2022
in বিশ্ব, ৰাজনীতি
0
এয়াহে নেতা : বুলেটপ্ৰুফ জেকেট পিন্ধিত যুদ্ধভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশ সংকটত৷ দেশৰ জনতাৰ জীৱন বিপন্ন৷ চাৰিওফালে আক্ৰমণকাৰী ৰাছিয়াৰ বোমা, বাৰুদ, গোলা বৰ্ষণত বিধ্বস্ত দেশ বৈধ্যভূমিত পৰিণত হৈছে৷

এনে সময়তে দেশৰ সৈন্য বাহিনীৰ মনোবল বৃদ্ধি কৰিবলৈ সামৰিক পোছাক আৰু বুলেটপ্ৰুফ জাকেট পৰিধান কৰি সৈন্য বাহিনীৰ সৈতে যুদ্ধ ক্ষেত্ৰত পৰিভ্ৰমণ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে৷

যুদ্ধ বিমানেৰে ইটোৰ পিছত সিটো ইউক্ৰইনৰ সামৰিক ঘাটি, বিমান ঘাটি আৰু অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰি গৈ আছে ৰাছিয়াই৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কীয়েভ দখলৰ প্ৰায় নিশ্চিত বুলি আশংকা কৰিছে৷

ঠিক তেনে এক সময়তে শুকুৰবাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে আত্মগোপন কৰা বুলিও এক বাতৰি বিয়পি পৰিছিল৷ আত্মৰক্ষাৰ বাবে দেশ এৰি পলায়ন কৰা বুলি বাতৰি উলাইছিল৷

কিন্তু এই সকলো ভুৱা বাতৰিক নস্যাৎ কৰি ৰাষ্ট্ৰপতি জেলেনস্কিক ৰাজপথৰ লগতে সৈন্য বাহিনীৰ সৈতে দেখা গ’ল৷ সামৰিক পোছাক আৰু বুলেটপ্ৰুফ জাকেট পিন্ধি সৈন্য বাহিনীৰ মনোবল বৃদ্ধিৰ লগতে দেশ ৰক্ষাৰ পণ লৈ সেনা বাহিনীৰ মাজে মাজে ঘূৰি ফুৰিছে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে৷

ইফালে শুকুৰবাৰে পুৱাই ৰাজপথৰ পৰাই এক ভিডিঅ’ যোগে জেলেনস্কিয়ে দেশৰ জনতাৰ কাষত থকা বুলি ঘোষণা কৰিছে৷ ‘‘মই ক’লৈকো পলায়ন কৰা নাই৷ মই আপোনালোকৰ মাজত থাকিয়ে ইউক্ৰেইনক ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰি আছো৷’’ ৰাষ্ট্ৰপতি জলেনেস্কিয়ে দেশবাসীক উদ্দ্যেশি কয়৷

উল্লেখ্য যে ৰাষ্ট্ৰপতি জেলেনস্কিৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী, সামৰিক বাহিনীৰ মুৰব্বীসকলে দেশ ৰক্ষাৰ বাবে বিভিন্ন কৌশল প্ৰস্তুত কৰাত ব্যস্ত আছে৷

ইউক্ৰেইন সেনাৰ টুইটাৰ হেণ্ডলত আপলোড কৰা ভিডিঅ’ত লগতে কোৱা হৈছে ‘‘আমি সকলোৱে লগতে আছো। আমাৰ সেনাও  আছে। আমি সকলোৱে আমাৰ দেশ আৰু আমাৰ স্বাধীনতা ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাৱদ্ধ হৈছো।’’

ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামৰিক সাহায্য সম্পৰ্কে মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতেও আলোচনা কৰা বুলি প্ৰকাশ কৰিছে৷

ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ এই ভিডিঅ’ৰ পিছতে সমগ্ৰ বিশ্বজুৰি তেওঁৰ দৃঢ়তা আৰু ৰাষ্ট্ৰ আৰু জনতাৰ প্ৰতি উচ্ছৰ্গিত জীৱনৰ বিষয়ে আলোচনা হৈছে৷ ৰাষ্ট্ৰৰ এই সংকটৰ সময়ত দেশক সন্মুখনৰ পৰা নেতৃত্ব প্ৰদান কৰি চৰ্চিত হৈছে জেলেনস্কি৷

ইফালে ৰাছিয়াই আক্ৰমণ ক্ৰমশঃ তীব্ৰতৰ কৰি তুলিছে৷ ৰাজধানী কীয়েভ দখলৰ বাবে ৰাছিয়াই আকাশী পথেৰে আক্ৰমণ অধিক তীব্ৰ কৰি তুলিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাসমূহৰ মতে বোমা বিস্ফোৰণৰ শব্দত কীয়েভৰ আকাশ বতাহ কঁপি উঠিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalRussia Ukraine invasionvolodymyr zelensky
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা
বিশ্ব

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

July 16, 2026
আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ
বিনোদন

আগন্তুক T20 বিশ্বকাপত নতুন নিয়ম, নতুন ফৰ্মেটৰ প্ৰৱৰ্তন, ঘোষণা ICCৰ

July 15, 2026
শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ
ৰাজনীতি

শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীৰে এইবাৰ Broiler Chicken Partyৰ আত্মপ্ৰকাশ

July 15, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

July 15, 2026
Next Post
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.