• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

5 years ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

7 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

8 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

8 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

8 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

9 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

10 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

10 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

11 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

Baba Vanga Predictions: বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ধ্বংস হ’ব নেকি পৃথিৱী?

11 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু! পূৰ্বেই উমান পাইছিল নেকি মৃত্যুৰ কথা, গীতে সৃষ্টি কৰিছে চৰ্চা

13 hours ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

13 hours ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?

editor by editor
February 26, 2022
in বিশ্ব, ৰাজনীতি
0
ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ভাইৰেল হোৱা ৰক্তাক্ত শিশুটিৰ ফ’টোখন সঁচা নে ভুৱা?
0
SHARES
341
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে সামাজিক মাধ্যমত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ বিভিন্ন ফ’টো আৰু ভিডিঅ’ ভাইৰেল হৈছে৷ এই ফ’টো আৰু ভিডিঅ’সমূহত যুদ্ধ বীভৎসতাৰ প্ৰকাশ পাইছে৷

এই অসংখ্য ফ’টোৰ মাজত এখন ফ’টোৱে যোৱা ৩৬ ঘণ্টাত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ সৰ্বাধিক চৰ্চা লাভ কৰা ফ’টোখন হৈছে ৰক্তাক্ত মুখায়ৱৰ ক্ৰন্দৰত এটি শিশুৰ৷

ৰক্তাক্ত মুখমণ্ডলৰ ক্ৰন্দৰত শিশুটিৰ ফ’টোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বিভিন্নজনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উদ্দেশ্যি কৈছে, ‘‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আটাইতকৈ হৃদয় বিদাৰক ছবি৷ মানৱতাৰ স্বাৰ্থতে পুটিনে যুদ্ধ বন্ধ কৰা উচিত৷’’

সামাজিক মাধ্যমত এই ফ’টোখন ব্যাপকভাৱে ভাইৰেল হৈ চৰ্চা লাভ কৰাৰ পিছতে ফ’টোখনৰ সত্যতাকলৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ প্ৰকৃততে এই ফ’টোখন ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফ’টো হয়নে?

ফ’টোখনৰ উৎসৰ সন্ধান কৰি জানিব পৰা গৈছে যে এইখন ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফ’টো নহয়৷ এই ফ’টোখন হৈছে ছিৰিয়াৰ গৃহযুদ্ধ সময়ৰ ফ’টো৷ ছিৰিয়া যুদ্ধৰ সময়ত এই ফ’টোখনসহ যুদ্ধ বিধ্বস্ত বিভিন্ন ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ যুদ্ধ বিধ্বস্ত ছিৰিয়াৰ ক্ৰন্দৰত ৰক্তাক্ত বহু শিশুৰ ফ’টো সেই সময়তে ভাইৰেল হৈছিল৷

বৰ্তমান বহু চৰ্চিত এই ফ’টোখন তিনিবছৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ ফ’টোখন প্ৰথমে ২০১৮ চনৰ ৯ নৱেম্বৰত টুইটাৰ যোগে ভাইৰেল হোৱা বুলি কোৱা হৈছে৷

অৱশ্যে ইয়াৰ পিছত ২০১৯ৰ ৮ জুলাইত এঞ্জেলা নামৰ এটা টুইটাৰ হেণ্ডলত বহুকেইখন যুদ্ধ বিধ্বস্ত ছিৰিয়াৰ ক্ৰন্দৰত ৰক্তাক্ত শিশুৰ ফ’টো শ্বেয়াৰ কৰা হৈছিল৷ টুইটটোত উক্ত ফ’টোখন মাম্বেল গাঁৱৰ এটি শিশু বুলি দাবী কৰা হৈছিল য’ত ৭ টি শিশুৰ মৃত্যু হৈছিল৷

Only in this year 140 children killed in northwest #Syria. 7 children killed YESTERDAY in #Mhambel village. What the value of victory in #war when innocent children killed ??? They are our children, my and your !!!
#NeverATarget #ENDViolence #NotATarget #ChildrenUnderAttack pic.twitter.com/Q0bNsxCBOv

— Anzhela (@ANZHELA_YAN) July 8, 2019

বৰ্তমান ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইনৰ ৰক্তাক্ত শিশুৰ দাবীৰে সামাজিক মাধ্যমত ভাইৰেল হৈ চৰ্চা লাভ কৰা এই ফ’টোখন যে প্ৰকৃতে ছিৰিয়া যুদ্ধৰহে ফ’টো সেইটো নিশ্চিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী
ভাৰত

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

August 27, 2026
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?
বিনোদন

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

August 27, 2026
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?
বিনোদন

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

August 26, 2026
Next Post
দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

দেশ মাতৃক ৰক্ষা কৰিবলৈ হাতত বন্দুক তুলি ল’লে ইউক্ৰেইনৰ সুন্দৰী যুৱতী সাংসদে

দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?

দেশৰ আজৱ গাঁও! ঘৰে ঘৰে পুহে বিষাক্ত সাপ, সাপৰ সৈতে খেলে শিশুৱে; ক’ত এই গাঁও?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.