• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

8 months ago
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

50 minutes ago
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

2 hours ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

2 hours ago
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

4 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

4 hours ago
কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

5 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

5 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

6 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

6 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

7 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

8 hours ago
সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

editor by editor
April 21, 2025
in জীৱনশৈলী
0
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
যিকোনো গ্ৰহৰ ৰাশি পৰিবৰ্তন জ্যোতিষশাস্ত্ৰত গোচৰ নামেৰে অভিহিত৷ কাৰোবাৰ বাবে শুভ আৰু কাৰোবাৰ বাবে অশুভ ফল দিয়ে ৰাশি পৰিবৰ্তনে৷ এইবাৰ অক্ষয় তৃতীয়াৰ পূৰ্বেই চাৰি ৰাশিৰ বাবে যেন বিপদৰ ঘণ্টা বাজিব৷ শনিয়ে তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ যি ৰাশিতেই যাব তাতেই শক্তি বৃদ্ধি পায়৷ ইয়াৰ সৈতে কিছু ৰাশিৰ ওপৰত কোপদৃষ্টিৰ প্ৰভাৱো বৃদ্ধি পাব৷
জ্যোতিষশাস্ত্ৰ অনুসৰি কলিযুগত শনিৰ প্ৰভাৱ সকলোতকৈ শক্তিশালী বুলি ধাৰণা কৰা হয়৷ শনি হৈছে সকলোতকৈ ধীৰ গতিৰ গ্ৰহ৷ শনিয়ে প্ৰতি আঢ়ৈ বছৰৰ অন্তৰে অন্তৰে ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ ইয়াৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰতো পৰে৷ শনিক ন্যায়ৰ দেৱতা বুলি কোৱা হয়৷ ইয়াৰ সৈতে শনিক দুঃখ, ৰোগ, সংগ্ৰাম, মৃত্যু, তপস্যা আৰু চাকৰিৰ কাৰক ৰূপেও বিবেচনা কৰা হয়৷ শনিৰ কৃপাত মানুহ নিশাৰ ভিতৰতে ধৰি হ’ব পাৰে৷ দৰিদ্ৰও ৰজা হ’ব পাৰে৷ কিন্তু যদি শনিৰ কু দৃষ্টি কাৰোবাৰ ওপৰত পৰে তেতিয়া তেনেলোকৰ জীৱন ধ্বংস হ’বলৈ বেছি সময় নালাগে৷ জীৱনত নানান ধৰণৰ সমস্যাই দেখা দিব পাৰে৷
জ্যোতিষীৰ ভাষ্য অনুসৰি অক্ষয় তৃতীয়াৰ পূৰ্বে অৰ্থাৎ ২৮ এপ্ৰিল ২০২৫ তাৰিখে পূৰ্বভাদ্ৰপদ নক্ষত্ৰৰ পৰা শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ শনিয়ে তাৰ নক্ষত্ৰ পৰিবৰ্তন কৰাৰ লগে লগে চাৰি ৰাশিৰ মানুহৰ বাবে বেয়া সময় আৰম্ভ হব৷ কাৰণ উত্তৰভাদ্ৰপদ নক্ষত্ৰ হৈছে শনিৰ নিজৰ ৰাশি৷ শনিয়ে ইয়াত প্ৰৱেশ কৰাৰ লগে লগেই তাৰ শক্তি বৃদ্ধি পাব আৰু বহুতেই সৰ্বনাশ কঢ়িয়াই আনিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকা শনিৰ অশুভ দৃষ্টিৰ অধীনত থাকিব৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলৰ সৈতে সম্পৰ্কৰ অৱনতি হ’ব পাৰে৷ কোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন নহ’ব৷ ব্যৱসায়ত আৰ্থিক ক্ষতি হ’ব পাৰে৷ কিছু সময়ৰ বাবে টকাৰ অভাৱো হ’ব পাৰে৷ কেৰিয়াৰত উত্থান পতন থাকিব৷ পৰিয়ালত কোনো বিষয়ক লৈ উত্তেজনা থাকিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতক জাতিকা নেতিবাচকভাৱে প্ৰভাৱিত হ’ব পাৰে৷ যিসকলে বাহন চলাই তেওঁলোকে সাৱধানে গাড়ী চলোৱা উচিত৷ অন্যথা দুৰ্ঘটনা ঘটিব পাৰে৷ আপুনি হাস্পতাললৈ যাব লগাও হব পাৰে৷ ব্যৱসায়ীসকলৰ যিকোনো ডাঙৰ অৰ্ডাৰ বাতিল হ’ব পাৰে৷ মন অস্থিৰ থাকিব৷ অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক হ’ব পাৰে৷
মকৰ ৰাশি
এই ৰাশিৰ জাতক জাতিকাও নেতিবাচকভাৱে প্ৰভাৱিত হব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকে কিছু সাৱধানে থকা উচিত৷ অন্যথা চাকৰি হেৰুৱাব পাৰে৷ পৈতৃক সম্পত্তিক লৈ ভায়েক আৰু পিতৃৰ সৈতে বিৰোধ হ’ব পাৰে৷ ধনৰ লেনদেনৰ সময়ত মুঠেও খৰধৰ নকৰিব৷ অন্যথা ধন হেৰুৱাব পাৰে৷
কুম্ভ ৰাশি
শনিৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা নাপায় কুম্ভ ৰাশিৰ জাতকেও৷ কামৰ সূত্ৰে আপুনি ভ্ৰমণ কৰিব পাৰে৷ সেই যাত্ৰা ব্যস্ততাপূৰ্ণ আৰু ক্লান্তিকৰ হ’ব৷ ব্যৱসায়ত বিনিয়োগৰ পূৰ্বে সাবধাৱ হওক৷ অন্যথা আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷ আয় কম হ’ব আৰু ব্যয় বেছি হ’ব৷ স্বামী-স্ত্ৰীৰ মতবিৰোধ হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব
জীৱনশৈলী

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

December 17, 2025
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?
জীৱনশৈলী

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

December 17, 2025
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা
জীৱনশৈলী

পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

December 17, 2025
Next Post
মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

হাৰ্ট এটেকৰ এমাহ পূৰ্বে শৰীৰত ফুটি উঠে এই ৩লক্ষণ, অৱহেলা কৰিলেই পৰিণতি মৰ্মান্তিক হয়, গৱেষণাই কি কৈছে?

হাৰ্ট এটেকৰ এমাহ পূৰ্বে শৰীৰত ফুটি উঠে এই ৩লক্ষণ, অৱহেলা কৰিলেই পৰিণতি মৰ্মান্তিক হয়, গৱেষণাই কি কৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.