• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

2 years ago
৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

৫ বছৰৰ বাবে ১০লাখ টকাৰ Car Loan ল’লে প্ৰতি মাহত EMI কিমান হ’ব? জানি থওক হিচাপ

8 minutes ago
জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

31 minutes ago
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

1 hour ago
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

2 hours ago
‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

‘বুকু বিষাই গৈছে,’ কান্দি কান্দি কিয় এইদৰে ক’লে মিয়া খলিফাই?

3 hours ago
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

3 hours ago
চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

চুম্বন কৰি বিপদত বিপাশা! শ্বুটিং শেষ কৰি দৌৰিলে বাথৰুমলৈ, তাৰ পিছত…

4 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

5 hours ago
কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

কেতিয়া বাঢ়িব দৰমহা আৰু পেঞ্চন? অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ জানি লওক

5 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

6 hours ago
হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

হৰমুজত আৱদ্ধ ৯০ শতাংশ সামগ্ৰী উদ্ধাৰ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনালে এই কথা

7 hours ago
ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

ৰাতিপুৱা টোপনিৰ পৰা উঠি নাচাব এইবোৰ বস্তু, দিনটো যাব বেয়া!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ

editor by editor
September 4, 2024
in জীৱনশৈলী
0
একে বছৰতে স্থান সলাব শনি-ৰাহুৱে, ২০২৫ত বিপদ আহি আছে এই তিনি ৰাশিৰ জাতকৰ
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৪ চনৰ আধা পাৰেই হ’ল৷ আৰু মাত্ৰ ৪টা মাহ পাৰ হ’লেই আৰম্ভ হ’ব ২০২৫ চন৷ জ্যোতিষ গণনা অনুসৰি ২৫ চন কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ হ’ব৷ গ্ৰহৰ অৱস্থানৰ প্ৰেক্ষিতত আগন্তুক বছৰত কেইবাটাও ঘটনা ঘটিব? তাৰ মাজতেই উল্লেখযোগ্য হৈছে শনি আৰু ৰাহুৰ গোচৰ৷ সন্মুখৰ বছৰত ৰাশি পৰিবৰ্তন কৰিব শনি আৰু ৰাহুৱে৷

শনিৰ ৰাশি পৰিবৰ্তন

বৰ্তমান শনিয়ে অৱস্থান কৰিছে কুম্ভ ৰাশিত৷ ৩০ বছৰ পাছত নিজৰ স্ব ৰাশি কুম্ভলৈ আহিছে শনিয়ে৷ ২০২৩ চনৰ ১৭ জানুৱাৰীৰ পৰা শনিয়ে কুম্ভ ৰাশিত অৱস্থান কৰিছে৷ ইয়াৰপাছতেই ২০২৫ চনৰ ২৯ মাৰ্চত নিজৰ স্থান পৰিবৰ্তন কৰি মীন ৰাশিত গোচৰ কৰিব শনিয়ে৷ তাতেই পৰবৰ্তী আঢ়ৈ বছৰ থাকিব সকলোতকৈ ধীৰে স্থান পৰিবৰ্তনকাৰী এই গ্ৰহ৷

ৰাহুৰ ৰাশি পৰিবৰ্তন

বৰ্তমান ৰাহু আছে মীন ৰাশিত৷ ২০২৫ চনৰ ১৮ মেত ৰাহুৱে বক্ৰী চলনেৰে মীন ৰাশি এৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব৷ শনিৰ ৰাশি কুম্ভত ৰাহুৰ প্ৰৱেশৰ ফলত তাৰ অশুভ প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক সন্মুখৰ বছৰত শনি আৰু ৰাহুৰ গোচৰত সমস্যাত পৰিব কোন কোন ৰাশিৰ জাতক?

মকৰ ৰাশি

শনি আৰু ৰাহুৰ গোচৰৰ ফলত ২০২৫ চনত নানান সমস্যাই ঘেৰি ধৰিব মকৰ ৰাশিৰ জাতকক৷ সন্মুখৰ বছৰত আপোনাৰ মানসিক চাপ বাঢ়িব৷ আৰ্থিক পৰিস্থিতিও খুব এটা ভালে নাথাকিব৷ অতিৰিক্ত খৰচ বাঢ়ি যোৱাৰ বাবে সঞ্চয় ভাঙিব লগা হ’ব মকৰ ৰাশিৰ জাতকে৷ সৰু সৰু কামৰ বাবেও বহু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ আগন্তুক বছৰত যি কামতেই হাত দিয়ে তাতেই বাধাৰ সন্মুখীন হ’ব মকৰ ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

২৫ তন কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ অন্যহাতে মীন ৰাশি ত্যাগ কৰি কুম্ভ ৰাশিত আহিব ৰাহু৷ শনি আৰু ৰাহুৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱত নানান চেলেঞ্জ আহিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই সময়ত নতুন কামত হাত নিদিয়াই ভাল৷ বহু বেছি পৰিশ্ৰম কৰিব লাগিব আপুনি৷ আৰ্থিকভাৱেই ক্ষতিৰ মুখত পৰিব কুম্ভ ৰাশিৰ জাতক৷

মীন ৰাশি

মীন ৰাশিতো গ্ৰহৰ অহা যোৱাই কুপ্ৰভাৱ পেলাব৷ ২৫ত মীন ৰাশি এৰিব ৰাহুৱে৷ আকৌ মীন ৰাশিতেই আহিব শনিও৷ ইয়াৰ ফলত নানান অভিজ্ঞতাৰ মাজেৰে পাৰ হ’ব মীন ৰাশিৰ জাতক৷ শনিৰ চাড়ে চাতিৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ’ব মীন ৰাশিত জাতকৰ জীৱনত৷ অন্যহাতে ৰাহুৰ প্ৰভাৱত নানান চেলেঞ্জৰ মুখত পৰিব আপুনি৷ বুদ্ধি খটুৱাই কাম নকৰিলে আপুনি বিপদত পৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24astrologyaxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ
জীৱনশৈলী

জানি থলে সুবিধা আপোনাৰ! এইবাৰ ১০০০০ টকাতকৈ বেছি ডিজিটেল পেমেণ্টত ওপৰত নতুন নিয়ম RBIৰ

April 11, 2026
মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত
জীৱনশৈলী

মীন ৰাশিত মহালক্ষ্মী ৰাজযোগ, নৱবৰ্ষৰ পাছৰ দিনা টকাৰ বৃষ্টি হ’ব এই ৪ৰাশিৰ জীৱনত

April 11, 2026
মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ১০ দিনৰ পাছতেই ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 11, 2026
Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ
জীৱনশৈলী

Love নে Arranged Marriage কৰাটো উত্তম? বিবাহৰ পূৰ্বে জানক টিপছ

April 11, 2026
Next Post
শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

শাৰদীয় দুৰ্গোৎসৱক লৈ আহি গ’ল নতুন SOP, এইবাৰ পূজাত কি কি নতুন নিয়ম?

এতিয়াই জানি থওক! পিতৃপক্ষৰ সময়ত ভুলতো দান নকৰিব এই ৭সামগ্ৰী, পূণ্যৰ সলনি পাপৰ বোজা কঢ়িয়াব আপুনি

এতিয়াই জানি থওক! পিতৃপক্ষৰ সময়ত ভুলতো দান নকৰিব এই ৭সামগ্ৰী, পূণ্যৰ সলনি পাপৰ বোজা কঢ়িয়াব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.