• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

9 months ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

20 minutes ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

1 hour ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

1 hour ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

2 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

3 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

3 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

4 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

4 hours ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

4 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

19 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

20 hours ago
১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

১০০০ কোটিৰ ধুৰন্ধৰ-২ ত অভিনয় কৰিছে তেওঁ, কিন্তু ছবি চাবলৈ টিকটৰ টকা নাই বদৰুলৰ, তেওঁৰ মন্তব্য শুনিলে চকু সেমেকি উঠিব আপোনাৰো

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

editor by editor
July 1, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব
0
নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নৱেম্বৰলৈ শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে লাভৱান কৰিব এই ৩ ৰাশিৰ লোকক

ন্যায়ৰ দেৱতা শনি চলিত জুলাই মাহত ৰেট্ৰ’গ্ৰেড গতিৰে গতি কৰিবলৈ ওলাইছে। শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে বহু ৰাশিত প্ৰভাৱ পেলাব। ১৩ জুলাইত মীন ৰাশিত শনি ৰেট্ৰ’গ্ৰেড হ’ব। শনিৰ ৰেট্ৰ’গ্ৰেড গতিৰ ফলত বহু ৰাশিৰ উপকাৰ হোৱাৰ সম্ভৱনা।

১৩ জুলাইৰ পুৱা ৯:৩৬ বজাত মীন ৰাশিত শনি ৰেট্ৰ’গ্ৰেড হ’ব। পৰৱৰ্তী ১৩৮ দিনধৰি ৰেট্ৰ’গ্ৰেড অৱস্থাত থাকিব শনি, অৰ্থাৎ ২৮ নৱেম্বৰত মীন ৰাশিত শনি প্ৰত্যক্ষ হ’ব। নবেম্বৰলৈ ৰেট্ৰ’গ্ৰেড গতিত থকাৰ ফলত ৩ ৰাশিৰ লোকৰ বিশেষকৈ লাভ হ’বলৈ গৈ আছে।

বৃষ ৰাশি-
বৃষ ৰাশিৰ লোকৰ বাবে শনিৰ ৰেট্ৰ’গ্ৰেড গতিয়ে শুভ ফলাফল কঢ়িয়াই আনিব। এই সময়ছোৱাত বৃষ ৰাশিৰ লোকৰ জীৱনত হঠাৎ কিবা এটা পৰিঘটনা ঘটিব পাৰে যিয়ে লাভৱান হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি চাকৰি কৰে, তেন্তে এই সময় আপোনাৰ বাবে অতি উত্তম হ’ব। পদোন্নতি হব আপোনাৰ। বিবাহিত জীৱনত সুখ থাকিব। পৰিয়ালৰ সদস্যৰ সহায় লাভ কৰিব।

কৰ্কট ৰাশি-
কৰ্কট ৰাশিৰ বাবে শনিৰ ৰেট্ৰ’গ্ৰেড গতিবেগে ভাগ্যৰ সৈতে অনুকূল হৈ পৰিব। এই সময়ছোৱাত বাকী থকা কামবোৰ সম্পূৰ্ণ হ’ব। যদি কাৰোবাক ধন ধাৰে দিছে তেন্তে এই সময়ছোৱাত ঘূৰাই পাব পাৰে। ব্যৱসায়ত নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে।

মীন ৰাশি
শনিৰ ৰেট্ৰ’গ্ৰেড গতি মীন ৰাশিৰ লোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। পুৰণি বিবাদৰ অন্ত পৰিব। সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। আপোনাৰ কাম মানুহে ভাল পাব। বিবাহিত জীৱনত প্ৰেম বাঢ়িব। সমাজত সন্মান বাঢ়িব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astrologydaily horoscopehoroscopeRashirashifal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
প্ৰতিকী ছবি
জীৱনশৈলী

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে
জীৱনশৈলী

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

March 26, 2026
Next Post
দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

দৈনিক ৰাশিফল- শুক্লা সপ্তমীত সৰ্বাৰ্থ সিদ্ধি যোগ, আজি বুধবাৰে কেনে যাব দিন

আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা, এইবাৰ কিমান ভক্তৰ দৰ্শনৰ বাবে পঞ্জীয়ন

আজিৰে পৰা আৰম্ভ অমৰনাথ যাত্ৰা, এইবাৰ কিমান ভক্তৰ দৰ্শনৰ বাবে পঞ্জীয়ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.