• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু

সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু

3 years ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

1 hour ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

4 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

13 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

মহিলাসকলে এঘণ্টা ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিলে হ’ব পাৰে ভয়ংকৰ সমস্যা, বিশেষজ্ঞই ক’লে এইদৰে…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু

editor by editor
November 1, 2023
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সন্তানক লৈ মন বেয়া, প্ৰেমিকৰ টানত পাকিস্তানলৈ গৈছিল যদিও আকৌ ৰাজস্থানলৈ উভতিছে অঞ্জু
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অঞ্জুক মনত আছেনে? প্ৰেমিকৰ টানত ৰাজস্থানত স্বামী, সন্তানক এৰি পাকিস্তানৰ খাইবাৰ পাখতুনখোয়ালৈ যাত্ৰা কৰিছিল অঞ্জুৱে। বিবাহতো বহিছিল প্ৰেমিক নাছৰুল্লাহৰ সৈতে। সেই অঞ্জুৱেই এইবাৰ আকৌ দেশলৈ উভতি অহাৰ সিদ্ধান্ত লৈছে। ভাৰতলৈ আকৌ উভতি আহিবলৈ সিদ্ধান্ত লৈছে অঞ্জুৱে। সন্তানৰ টানতেই ভাৰতলৈ আহিব খুজিছে অঞ্জু।

অঞ্জুৰ বৰ্তমানৰ স্বামী নাছৰুল্লাহে পাকিস্তানৰ এক সংবাদমাধ্যমত প্ৰকাশ কৰা অনুসৰি সন্তানৰ বাবেই অঞ্জুৰ মন ভাঙি পৰিছে। সেয়ে অঞ্জু ভাৰতলৈ আকৌ যাব খুজিছে। পাকিস্তাৱ চৰকাৰে অঞ্জুক ভাৰতলৈ অহাৰ অনুমতিও দিছে বুলি জনাইছে নাছৰুল্লাহে। পাকিস্তানৰ নাগৰিক সীমা হায়দৰে ভাৰতত অবৈধভাৱে প্ৰবেশ কৰাৰ বাতৰিয়ে সমগ্ৰতে স্থান লাভ কৰাৰ সময়তেই দেশ এৰি পাকিস্তানত ভৰি থৈছিল ৩৪ বছৰীয়া মাতৃ তথা গৃহবধু অঞ্জুৱে।

ৰাজস্থানৰ তিৱাৰী জিলাত অঞ্জুৰ স্বামীগৃহ। অৰবিন্দ নামৰ এজন ব্যক্তিৰ সৈতে বিবাহৰ সম্পৰ্কত আছিল অঞ্জু। অঞ্জুৰ দুই সন্তানো আছে। বিগত ২৩ জুলাইত ঘৰৰ পৰা মনে মনে ওলাই পাকিস্তানত ভৰি দিছিল তেওঁ। তাৰ পিছতেই কেইবাটাও ভিডিঅ’ ভাইৰেলো হৈছিল অঞ্জুৰ। সেই ছবি আৰু ভিডিঅ’ত প্ৰেমিকৰ সৈতে নাছৰুল্লাহৰ সৈতে দেখা গৈছে অঞ্জুক। অঞ্জুক আনুষ্ঠানিকভাৱেও বিয়া কৰোৱাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল তেওঁৰ প্ৰেমিক নাছৰুল্লাহে।

স্বামী আৰু সন্তানক এৰি যোৱাৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ভাৰতলৈ উভতি আহিবলৈ সাজু হৈছে অঞ্জু। সংবাদ সংস্থা পিটিআইক নাছৰুল্লাহে জনোৱা অনুসৰি অঞ্জুৱে সন্তানৰ অভাৱ অনুভৱ কৰিছে। মানসিকভাৱে বিপৰ্যস্ত হৈ পৰিছে অঞ্জু। সেয়ে আকৌ ভাৰতলৈ উভতি আহিবলৈ সাঁজু হৈছে অঞ্জু। যদি সম্ভৱ হয় তেন্তে সন্তানক লৈ আকৌ পাকিস্তানলৈ অঞ্জু উভতি যাব বুলিও জনাইছে তেওঁৰ নতুন স্বামী নাছৰুল্লাহে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
Next Post
ছবিখনৰ কাহিনীৰ বাবেই ছবিখন চাবলৈ আহক! হাতযোৰ কৰিলেও দৰ্শক নাযায়, প্ৰায়সমূহ প্ৰেক্ষাগৃহতেই বাতিল হ’ল এই চিনেমা

ছবিখনৰ কাহিনীৰ বাবেই ছবিখন চাবলৈ আহক! হাতযোৰ কৰিলেও দৰ্শক নাযায়, প্ৰায়সমূহ প্ৰেক্ষাগৃহতেই বাতিল হ’ল এই চিনেমা

যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই

যুদ্ধৰ মাজত প্ৰথমবাৰৰ বাবে খুলিল সীমান্তৰ দুৱাৰ! দলে দলে গাজা এৰিছে জনতাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.