সমষ্টি উন্নয়নৰ ধন আত্মসাতৰ অভিযোগ গ্ৰেপ্তাৰ কৰিছিল শ্বেৰমান আলীক। cm ভিজিলেন্সে গ্ৰেপ্তাৰ কৰে বিধায়ক শ্বেৰমান আলীক। ৫ দিনৰ জিম্মাত লৈছিল ভিজিলেন্সে। আজি হাজিৰ কৰোৱা হয় cjm আদালতত। ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিতৰ্কিত বিধায়কগৰাকীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ