• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…

লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…

1 year ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

3 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

3 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

4 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

4 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

5 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

6 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

7 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

7 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

8 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

8 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

9 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…

editor by editor
May 19, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লিফ্ট দিয়াৰ নামত প্ৰৌঢ় মহিলাকো নেৰিলে লম্পটে, মাৰপিট কৰাৰ লগতে জংঘললৈ নি…

এগৰাকী যুৱকৰ নিকৃষ্ট মানসিকতাৰ বলি হল এগৰাকী প্ৰৌঢ় মহিলা। লিফ্ট দিয়াৰ নামত বয়সস্থ মহিলা গৰাকীৰ সৈতে সংঘটিত কৰিলে জঘন্য ঘটনা। এই ঘটনা সংঘটিত হৈছে হিমাচল প্ৰদেশত। জঘন্য ঘটনা সংঘটিত কৰাৰ লগতে ৬৫ বৰ্ষীয়  মহিলাগৰাকীৰ সৈতে মাৰপিটো কৰে ৩৫ বৰ্ষীয় পাষণ্ড যুৱকে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, নিশা প্ৰায় ৯ মান বজাত জলন্ধৰৰ পৰা আহি বাছৰ পৰা নামে মহিলাগৰাকী। বাছ ষ্টেণ্ডৰ পৰা ঘৰলৈ যোৱাৰ বাবে টেক্সি বিচাৰে। কিন্তু ৮০০-৯০০ টকা বিচৰাত মহিলাগৰাকী বিমোৰত পৰে। কাৰণ সেই সময়ত মহিলাগৰাকীৰ ওচৰত নাছিল সিমান টকা।

ভাবি চিন্তি থাকোতেই স্কুটী লৈ থকা এগৰাকী যুৱক আগবাঢ়ি আহি বয়সস্থ মহিলাগৰাকীৰ ঘৰৰ ফালেই যাম বুলি মহিলাগৰাকীক লিফ্ট দিয়ে। নিজৰ পুত্ৰ তথা নাতিৰ বয়সৰ যুৱকৰ কথাত বিশেষ নাভাৱে মহিলাই।

মহিলাক স্কুটীত বহোৱাৰ পাছতে বহু তীব্ৰ গতিত বাহন চলাই যায়। কিন্তু কিছু দূৰ যোৱাৰ পাছতে স্কুটীৰে সৈতে দুয়ো পৰে। কাৰণ সেই সময়ত মদ্যপান কৰি নিচাত আছিল যুৱক। স্কুটীৰ পৰা পৰাৰ পাছতে মহিলাগৰাকীক টানি টানি জোৰজবৰ্দস্তি কাষৰ জংঘললৈ লৈ যায়।

মহিলাগৰাকীয়ে এই কাৰ্যত হকা বাধা কৰি চিঞৰ বাখৰ কৰে। যাৰ বাবে যুৱকে মহিলাগৰাকীক বেয়াকৈ মাৰপিট কৰি নিজৰ মনোকামনা পূৰ কৰি সেই স্থানৰ পৰা পলায়ন কৰে।

মহিলাগৰাকীয়ে কোনোমতে সেই স্থানৰ পৰা ওলাই আহি নিকট লোকৰ পৰা সহায় লৈ পৰিয়াললৈ খবৰ কৰে লগতে আৰক্ষীকো খবৰ কৰে। আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে, লগেত ভাষ্য সংগ্ৰহ কৰি অপৰাধীৰ সন্ধানত নামি পৰে।

আৰক্ষীৰ অনুসন্ধাত ধৰা পৰে অপৰাধী। জংঘলতে অন্য ঠাইত লুকাই আছিল। অপৰাধীক আটক কৰি কাইলৈ আদালতত হাজিৰ কৰোৱাব অভিযুক্ত যুৱকক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Himachal PradeshOld Lady Rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ
অপৰাধ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

October 5, 2026
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স
বিশ্ব

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
Next Post
৬ জুলাইত গুৰুৰ নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, ৩ ৰাশিৰ সলনি ভাগ্য

৬ জুলাইত গুৰুৰ নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, ৩ ৰাশিৰ সলনি ভাগ্য

পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

পুনৰ লকডাউনৰ দিশে নেকি বিশ্ব! হংকং-ছিংগাপুৰৰ পাছত এইবাৰ ভাৰতত কভিড, অভিনেত্ৰী শিল্পা আক্ৰান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.