• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ ৯খন গাঁৱত ৪২ দিনলৈ মোবাইল, টিভি-ৰেডিঅ’ নিষিদ্ধ, উচ্চস্বৰত কথা কোৱাতো বাধা

1 year ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

5 minutes ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

47 minutes ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

1 hour ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

2 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

3 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

4 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

5 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

6 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেশৰ ৯খন গাঁৱত ৪২ দিনলৈ মোবাইল, টিভি-ৰেডিঅ’ নিষিদ্ধ, উচ্চস্বৰত কথা কোৱাতো বাধা

editor by editor
January 14, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
দেশৰ ৯খন গাঁৱত ৪২ দিনলৈ মোবাইল, টিভি-ৰেডিঅ’ নিষিদ্ধ, উচ্চস্বৰত কথা কোৱাতো বাধা
0
SHARES
457
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ ৯খন গাঁৱত ৪২ দিনলৈ মোবাইল, টিভি-ৰেডিঅ’ নিষিদ্ধ, উচ্চস্বৰত কথা কোৱাতো বাধা

হিমাচল প্ৰদেশক ভাৰতৰ দেৱভূমি বুলি জনা যায়। এই ৰাজ্যত বহু দেৱ-দেৱী বাস কৰে বুলি মান্যতা আছে। কংৰা, শিমলা, মাণ্ডী, বিলাসপুৰকে ধৰি বিভিন্ন জিলাত কোনোবা নহয় কোনোবা বিখ্যাত শক্তি পীঠো আছে, য’ত প্ৰতি বছৰে লাখ লাখ ভক্তই এই মন্দিৰসমূহ দৰ্শন কৰে।

পাছে এই ৰাজ্যৰে ৯ খন গাঁৱত অহা ৪২ দিনলৈ বহু ক্ষেত্ৰত নিশেধাজ্ঞা আৰোপ কৰা হৈছে। ৪২ দিনলৈ মোবাইল, টিভি-ৰেডিঅ’ নিষিদ্ধ ৯ খন গাঁৱত, কেৱল সিমানেই নহয় এই ৯ খন গাঁৱত উচ্চস্বৰত কথা কোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এই নিয়মৰ মূলতে হৈছে ৰাজ্যৰ কুল্লু জিলাত দেৱ পৰম্পৰা। সৰ্বাধিক প্ৰচলিত এই পৰম্পৰাৰ বাবেই আজি মঙলবাৰৰ মকৰ সংক্ৰান্তিৰ দিনৰে পৰা ৯ খন গাঁৱত মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ উপৰিও কোলাহল কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ পৰ্যটন চহৰ মানালীত এনে এলেকা আছে, য’ত আজিও মানুহে নিজৰ প্ৰাচীন সংস্কৃতি সংৰক্ষণ কৰি ৰাখিছে। এতিয়া ইয়াৰ গাঁওবাসীয়ে আগন্তুক ৪২ দিনলৈ টিভি অন নকৰে, মন্দিৰত পূজাও নকৰে। আমোদজনক কথাটো হ’ল এই সময়ছোৱাত সমগ্ৰ গাঁওখনৰ মোবাইল ফোনসমূহো চাইলেণ্ট মোডত থাকিব।

মান্যতা অনুসৰি এইদৰে শান্তি বৰ্তাই ৰখাৰ বাবে দেৱ-দেৱীয়ে আদেশ কৰে। এই আদেশ অনুসৰিয়ে ইয়াত ৪২ দিন ৯ গাঁৱত কোনোধৰণৰ হাই-উৰুমি নাথাকে, আনকি মন্দিৰৰৰ ঘণ্টা পৰ্যন্ত ওপৰত তুলি ৰখা হয়। উল্লেখযোগ্য যে এই পৰম্পৰা সেই ৯ গাঁৱত প্ৰতি বছৰে পালন কৰা হয়।

গাঁওবাসীৰ মতে এই আদেশ গৌতম ঋষি, বিয়াছ ঋষি আৰু নাগ দেৱতাই জাৰি কৰিছিল। বিশ্বাস কৰা হয় যে মকৰ সংক্ৰান্তিৰ পিছত উপত্যকাৰ আৰাধ্য দেৱ-দেৱীসকলে নিজৰ তপস্যাত মগ্ন হৈ পৰে আৰু এনে পৰিস্থিতিত দেৱ-দেৱীক নিস্তব্ধ পৰিৱেশৰ প্ৰয়োজন হয় আৰু এই কাৰণেই টিভি, ৰেডিঅ’ আৰু ম’বাইল বন্ধ হৈ থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: manaliTradition
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
Next Post
যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত

শ্বাহী স্নান কি? কিয় নাগা সন্ন্যাসীয়ে কুম্ভমেলাত প্ৰথমে স্নানৰ অধিকাৰ পায়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন