• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত

যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত

2 years ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

51 minutes ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

1 hour ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

1 hour ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

2 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

3 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

3 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

4 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

উৎসৱৰ বতৰত সোণ নে হীৰা ক্ৰয় কৰাটো উত্তম? জানি হ’ব আচৰিত

5 hours ago
অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

অত্যাধিক ঋণ লোৱা ৩৩খন দেশৰ নতুন মিত্ৰজোঁট, পাকিস্তানে পাইছে অধ্যক্ষৰ চকী

6 hours ago
ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

ভাগ্যৰ দুৱাৰ হ’ব মুকলি, ৫ ৰাশিৰ ধন-সম্পত্তি, কৰ্মজীৱন আৰু প্ৰেমত আহিব পাৰে সুখবৰ

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

হাতলৈ আহিব ধন, আজি ভাগ্য সলনি হ’ব পাৰে এইকেইটা ৰাশিৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত

editor by editor
January 14, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যুদ্ধবিৰতি চুক্তিৰ মাজতে গাজা ষ্ট্ৰিপত পুনৰ আক্ৰমণ, ১৮ নিহত

ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তিৰ আলোচনা চলি থকাৰ মাজতে ইজৰাইলে পুনৰ গাজা ষ্ট্ৰিপত আক্ৰমণ কৰে। এই আক্ৰমণত মহিলা আৰু শিশুসহ ১৮ জন লোকে প্ৰাণ হেৰুৱায়। য়েমেনৰ ইৰাণ সমৰ্থিত হাউথী বিদ্ৰোহীয়ে মঙলবাৰে মধ্য ইজৰাইলত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়।

স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, গাজাৰ মধ্য চহৰ ডেইৰ আল বালাহত সংঘটিত হোৱা দুটা আক্ৰমণত দুগৰাকী মহিলা আৰু তেওঁলোকৰ চাৰিটা সন্তান নিহত হয়। শিশুসকলৰ বয়স এমাহৰ পৰা ন বছৰলৈকে আছিল বুলি সদৰি। মৃতদেহকেইটা আল-আকছা শ্বহীদ চিকিৎসালয়ত ৰখা হৈছে। মৃত্যু হোৱা এগৰাকী মহিলা গৰ্ভৱতী আছিল বুলিও জানিব পৰা গৈছে।

ইয়াৰ উপৰিও ইউৰোপীয় চিকিৎসালয়খনে জনোৱা মতে, দক্ষিণৰ খান ইউনিছ চহৰত সংঘটিত দুটা আক্ৰমণত ১২ জন লোক নিহত হৈছে।

ইজৰাইলৰ সেনাই অৱশ্যে এতিয়ালৈকে এই আক্ৰমণৰ কোনো সঁহাৰি দিয়া নাই। ইজৰাইলে ধাৰাবাহিকভাৱে কৈ আহিছে যে তেওঁলোকে কেৱল হামাছৰ যোদ্ধাকহে লক্ষ্য কৰি লৈছে।

উল্লেখ্য যে, ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি সন্দৰ্ভত আলোচনা অব্যাহত আছে। কোৱা হৈছে যে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আলোচনা চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। হামাছে প্ৰথম পৰ্যায়ত ৩৩ জন ইজৰাইলী পণবন্দীক মুকলি কৰি দিবলৈ সন্মত হৈছে। কোৱা হৈছে যে মঙলবাৰে কাটাৰৰ দোহাত এই চুক্তি সন্দৰ্ভত চূড়ান্ত ৰাউণ্ডৰ আলোচনা অনুষ্ঠিত হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: attackHamasisrael
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!
বাণিজ্য

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

October 14, 2026
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…
বিনোদন

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

October 14, 2026
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প
বাণিজ্য

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

October 14, 2026
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?
জীৱনশৈলী

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 14, 2026
Next Post
শ্বাহী স্নান কি? কিয় নাগা সন্ন্যাসীয়ে কুম্ভমেলাত প্ৰথমে স্নানৰ অধিকাৰ পায়?

শ্বাহী স্নান কি? কিয় নাগা সন্ন্যাসীয়ে কুম্ভমেলাত প্ৰথমে স্নানৰ অধিকাৰ পায়?

শুক্ৰৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, ৩ ৰাশিৰ মংগলময় দিন আৰম্ভ

শুক্ৰৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, ৩ ৰাশিৰ মংগলময় দিন আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.