• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

4 years ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

3 hours ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

3 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

3 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

4 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

4 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

4 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

6 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

7 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

7 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

9 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

9 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা

editor by editor
July 10, 2022
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
হঠাৎ থমকিল সিন্দে চৰকাৰ। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ উৎকণ্ঠা
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা ৩০ জুনত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছিল ক্ৰমে একনাথ সিন্দে আৰু দেৱেন্দ্ৰ ফাড়নাৱিছে৷ তাৰ পাছতে আৰম্ভ হ’ল মন্ত্ৰীসভা গঠন প্ৰক্ৰিয়া৷

কিন্তু সেইসময়তে থমকি ৰ’বলগীয়া হয় মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছ৷ ইফালে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ একনাথ সিন্দে শিবিৰৰ ৪২ গৰাকী বিধায়ক আৰু বিজেপিৰ মাজত সৃষ্টি হৈছে উৎকণ্ঠাৰ৷ কিন্তু কিয়?

৯ জুলাইত দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহেৰে বৈঠক। ৬ ঘণ্টীয়া বৈঠকৰ অন্তত মন্ত্ৰীসভাক লৈ সিদ্ধান্ত। ১১ জুলাইলৈ স্থগিত মন্ত্ৰীসভা গঠন প্ৰক্ৰিয়া। সুভাষ দেশায়ে বাধা দিলে একনাথ সিন্দেক।

মহাৰাষ্ট্ৰৰ নতুন মন্ত্ৰীসভা গঠনৰ বাবে একনাথ সিন্দে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলাৰ সময়তে সৃষ্টি হৈছে বাধাৰ৷

মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ অতি ঘনিষ্ঠ তথা শিৱসেনাৰ নেতা সুভাষ দেশায়ে মুখ্যমন্ত্ৰী একনাথ সিন্দেক ন্যায়ালয়ত জনালে প্ৰত্যাহ্বান৷

১১ জুলাইত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব সেই গোচৰৰ৷ সেইবাবে মন্ত্ৰীসভা গঘন প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য হ’ল মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু বিজেপিৰ শীৰ্ষ নেতৃত্ব৷

অন্য অৰ্থত একনাথ সিন্দে আৰু বিজেপিৰ সন্মিলিত চৰকাৰক প্ৰথমটো বাধা দিবলৈ সক্ষম হৈছে শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে৷

অৱশ্যে তাৰ মাজতো মন্ত্ৰীসভাৰ প্ৰাৰম্ভিক খচৰা সাজু হোৱাৰ তথ্যও অসম লাইভ ২৪ৰ হাতত পৰিছে৷ মন্ত্ৰীসভাত কাৰ কি স্থান হ’ব?

মহাৰাষ্ট্ৰত মন্ত্ৰীসভাত কাৰ সংখ্যা অধিক হ’ব? ৪০ৰ পৰা ৪৫ জনীয়া হ’ব পাৰে মন্ত্ৰীসভা। বিজেপি ভাগত পৰিব অধিক মন্ত্ৰী। মন্ত্ৰীসভাত ২৫-২৮ গৰাকী হ’ব বিজেপিৰ মন্ত্ৰী।

সিন্দে শিবিৰে পাব সৰ্বাধিক ১৫ মন্ত্ৰী। দেৱেন্দ্ৰ ফাড়নাৱিছলৈ আহিব অধিক ক্ষমতা।

ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক ঘনিষ্ঠ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি মন্ত্ৰীসভাত সৰ্বাধিক ৪৫ গৰাকী মন্ত্ৰী থাকিব৷ বিজেপিয়ে ২৫ৰ পৰা ২৮ গৰাকী লাভ কৰাৰ সম্ভাৱনা আছে৷

তাৰ বিপৰীতে একনাথ সিন্দে শিবিৰৰ পৰা মুখ্যমন্ত্ৰীসহ সৰ্বাধিক ১৭ গৰাকী মন্ত্ৰী থাকিব পাৰে৷ মহাৰাষ্ট্ৰৰ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে গৃহ ৰাজহ আৰু বিত্তীয় বিভাগৰ দায়িত্ব লাভ কৰা নিশ্চিত হৈছে৷

তাৰ লগতে জলসম্পদ নগৰ উন্নয়ন, কৃষি আৰু গড়কাপ্তানি বিভাগো বিজেপিৰ নিজৰ দখলত ৰাখিব৷ অন্য অৰ্থত মুখ্যমন্ত্ৰী একনাথ সিন্দে হয়তো কাৰ্যক্ষেত্ৰত সম্পূৰ্ণভাৱে উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগিব৷

উল্লেখ যোগ্য যে উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে ইয়াৰ পূৰ্বেও সংবাদমাধ্যমত প্ৰকাশ কৰিছিল যে মহাৰাষ্ট্ৰত বিজেপিৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰেহে দলে তেওঁক উপমুখ্যমন্ত্ৰীৰ দায়িত্ব দিছে৷

কিয়নো কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ অন্যতম ৰণকৌশল প্ৰস্তুতকাৰী নেতা অমিত শ্বাহৰ প্ৰত্যক্ষ নিৰ্দেশত উপমুখ্যমন্ত্ৰীৰ পদ লৈছিল দেৱেন্দ্ৰ ফাড়নাৱিছে৷

১১ জুলাইত আদালতৰ ৰায়ৰ পাছতে হয়তো মন্ত্ৰীসভা গঠন প্ৰক্ৰিয়া চূড়ান্ত হ’ব৷ কিন্তু তাৰ পূৰ্বে এইটো স্পষ্ট হৈ উঠিছে যে মহাৰাষ্ট্ৰত শিৱসেনা আৰু বিজেপি মিত্ৰজোঁট চৰকাৰ পৰিচালিত হ’ব উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছৰ নীতি অনুসৰিহে৷

অৰ্থাৎ শিৱসেনা শক্তিহীন কৰি বিজেপিয়ে এককভাৱে মহাৰাষ্ট্ৰৰ শাসনভাৰ পৰিচালনা কৰাৰ সকলো পৰিকল্পনা চূড়ান্ত হৈছে৷ তৎসত্ত্বেও আগন্তুক সময়ছোৱাত শিৱসেনা আৰু একনাথ সিন্দে শিবিৰৰ ৰাজনৈতিক কৌশল বিশেষভাৱে লক্ষ্যণীয় হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhil gogoiasom live 24assamassam bjpassam congressassam ka newsassam ka tazza khabarAssam-Govtaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssambjpBollywoodCongresscovid 19himanta biswa sarmanarendra-modiRATNA KUBER HOROSCOPE ADVICEsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?
ভাৰত

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

October 4, 2026
Next Post
ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

ৰাতি শুৱাৰ আগত নাভিত মাত্ৰ দুটোপাল তেল দিয়ক। পাওক ৭ টা চমৎকাৰী উপকাৰ

ধাৰাষাৰ বৰষুণত বিধ্বস্ত গুজৰাটৰ জনজীৱন। বৰষুণে প্ৰাণ কাঢ়িলে ৬১জনৰ

ধাৰাষাৰ বৰষুণত বিধ্বস্ত গুজৰাটৰ জনজীৱন। বৰষুণে প্ৰাণ কাঢ়িলে ৬১জনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.