• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

12 months ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

4 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

5 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

5 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

6 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

7 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

8 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

8 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

9 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

9 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

10 hours ago
এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

এই ৰাশিৰ লোকৰ বাবে আহিব নতুন সুযোগ

11 hours ago
দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

দৰিদ্ৰ মহিলাক টাৰ্গেট IVF কেন্দ্ৰৰ! ধনৰ বিনিময়ত মহিলাৰ পৰা ‘যধে-মধে’ ডিম্বাণু সংগ্ৰহ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?

editor by editor
October 28, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
মাত্ৰ ২ মাহতেই সলনি হ’ব ভাগ্য! মালব্য ৰাজযোগত কোন ৩ ৰাশিৰ ওপৰত ধনৰ বৃষ্টি হ’ব? চাকৰি আৰু ৰাজকীয় জীৱন কাৰ কাৰ?
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ন-সম্পদ, ভোগ বিলাস আৰু সৌন্দৰ্যৰ কাৰক গ্ৰহ শুক্ৰই যেতিয়া নিজৰ ৰাশি তুলাত গোচৰ কৰে তেতিয়াই মালব্য ৰাজযোগ নামেৰে এক বিৰল আৰু অত্যন্ত শুভ যোগৰ সৃষ্টি হয়৷ জ্যোতিষশাস্ত্ৰত এই পাঁচটা মহাপুৰুষ ৰাজযোগৰ অন্যতম হিচাপে গণ্য৷

২ নৱেম্বৰ ২০২৫ঃ শুক্ৰৰ শুভ গোচৰ

আগন্তুক ২ নৱেম্বৰত শুক্ৰ গ্ৰহই গোচৰ কৰি নিজৰ ৰাশি তুলাত প্ৰৱেশ কৰিব৷ এই গোচৰৰ ফলত মালব্য ৰাজযোগ সৃষ্টি হ’ব যি ২৬ নৱেম্বৰ পৰ্যন্ত থাকিব৷ এই সময়ত এনে কিছু শুভ গ্ৰহ সংযোগ হ’ব যিয়ে তিনিটা ৰাশিৰ জাতকৰ জীৱনলৈ নতুন কৰ্মসুযোগ, অৰ্থলাভ আৰু সমৃদ্ধিৰ দ্বাৰ খুলি দিব৷ বছৰৰ শেষত ডাঙৰ লাভৰ মুখ দেখিব৷ জানি থওক কোন কোন ৰাশি এই বিশেষ সৌভাগ্যৰ অধিকাৰী হ’ব?

তুলা ৰাশি

এই ৰাজযোগৰ সৰ্বাধিক শুভ প্ৰভাৱ পৰিব তুলা ৰাশিৰ জাতকৰ ওপৰত৷ কাৰণ শুক্ৰই নিজৰ স্বৰাশিতেই ৰাজযোগ গঠন কৰিছে৷ এই সময়ত ব্যক্তিত্বলৈ নতুন আভা আহিব৷ অৰ্থ আৰু সম্পত্তি বৃদ্ধি পাব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ অবিবাহিতসকললৈ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে৷ ব্যৱসায়িক অংশীদাৰিত্বত ডাঙৰ মুনাফা হ’ব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকেও এই সময়ত অপ্ৰত্যাশিতভাৱে উপকৃত হ’ব৷ চাকৰিয়ালৰ পদোন্নতিৰ সুযোগ আহিব৷ উচ্চপদত অধিষ্ঠিত হোৱাৰ সম্ভাৱনাও আছে৷ ব্যৱসায়ত নতুন উচ্চতা আৰু হঠাৎ অৰ্থলাভৰ সম্ভাৱনা প্ৰৱল৷ সন্মান আৰু প্রভাৱ বৃদ্ধি পাব৷ জীৱনত আনন্দ উপভোগ কৰিব৷

ধনু ৰাশি

মালব্য ৰাজযোগে ধনু ৰাশিৰ জাতকৰ বাবেও বিশেষ শুভ ফল আনি দিব৷ আয়ৰ নতুন উৎস সৃষ্টি হব৷ বিনিয়োগত মুনাফা আহিব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা আছে৷ ৰৈ থকা অৰ্থ উভতাই পাব পাৰে৷ ভাগ্যচক্ৰ ঘূৰি যাব৷ কোনো সুখবৰ লাভৰো যোগ আছে৷

এই শুভ সময়ত শুক্ৰৰ আশীৰ্বাদত তিনিটা ৰাশিৰ জাতকৰ জীৱনলৈ উন্নতি ঐশ্বৰ্য আৰু আনন্দৰ অভিজ্ঞতা আহিব৷ এই সময়ক কামত লগাতলে ২০২৫ চন তেওঁলোকৰ বাবে স্মৰণীয় বছৰ হৈ থাকিব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক
অসম

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

October 23, 2026
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…
অপৰাধ

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

October 23, 2026
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!
জীৱনশৈলী

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

October 23, 2026
Next Post
সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.