• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

12 months ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

9 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

10 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

10 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

11 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

12 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

12 hours ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

13 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

14 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

15 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

15 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য

editor by editor
October 28, 2025
in জীৱনশৈলী
0
সূৰ্যৰ ঘৰত থাকিব কেতু, হঠাৎ প্ৰচুৰ অৰ্থলাভ, নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰতি ডেৰ বছৰৰ অন্তৰে অন্তৰে নিজৰ স্থান পৰিবৰ্তন কৰে কেতুৱে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি কেতু হৈছে নিৰ্দয় আৰু নিৰ্মম গ্ৰহ৷ বিগত ১৮ মে ২০২৫ চনৰ পৰা কেতু সূৰ্যৰ ৰাশি সিংহত অৱস্থান কৰিছে৷ এই গ্ৰহ সকলো সময়তে বক্ৰীদশাত থাকে৷ ৫ ডিচেম্বৰ ২০২৬ত কেতুৱে সিংহ ৰাশি এৰি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ তাৰ পূৰ্বে আগন্তুক বছৰ কেতুৰ প্ৰভাৱত ডাঙৰ লাভ কৰিব চাৰি ৰাশিৰ জাতকে৷ জানক পাপী গ্ৰহ কেতুৱে কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

২০২৬ত কেতুৰ প্ৰভাৱত উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ বিনিয়োগ কৰি উল্লেখযোগ্য ৰিটাৰ্ণ পাব আপুনি৷ মাতৃৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ হঠাৎ আৰ্থিক লাভ হোৱাৰ কাৰণে বেংক বেলেন্স বাঢ়িব৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ দৰমহা বাঢ়িব, ব্যৱসায়তো লাভ বাঢ়িব৷

মিথুন ৰাশি

কেতুৰ প্ৰভাৱত আগন্তুক বছৰ বিলাসবহুল জীৱন কটাব পাৰে মিথুন ৰাশিৰ জাতকে৷ অৰ্থ উপাৰ্জনৰ নতুন সুযোগ খুলিব আপোনাৰ সন্মুখত৷ কৰ্মৰতসকলে নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ ধৰ্মীয় বিষয়ত আগ্ৰহ বাঢ়িব পাৰে৷ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ সম্পৰ্কৰ মাজত বুজাপৰা পূৰ্বতলৈ ভাল হব৷

বৃশ্চিক ৰাশি

নানান দিশৰ পৰা ২০২৬ত লাভৱান হ’ব বৃশ্চিক ৰাশিৰ জাতক৷ পাৰিবাৰিক জীৱন খুব সুন্দৰকৈ উপভোগ কৰিব পাৰিব৷ কেৰিয়াৰৰ বাবেও আগন্তুক বছৰ আপোনাৰ বাবে শুভ৷ এটাৰ পাছত আনটো সাফল্য লাভ কৰিব৷ যিসকলে চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে তেওঁলোকেও ভাল সুযোগ পাব৷ ব্যৱসায়ীসকলৰ আয় আৰু সন্মান বাঢ়িব৷

মীন ৰাশি

নতুন বছৰত লাভজনক ফল পাব মীন ৰাশিৰ জাতকে৷ এই ৰাশিত শনিৰ চাৰে সাতি দশা থাকিব আগন্তুক বছৰতো৷ সতৰ্কতা অৱলম্বন কৰা জৰুৰী৷ আয় বাঢ়িব, ইয়াৰোপৰি বিলাসিতাতো অতিৰিক্ত খৰচ কৰিব৷ চেলেঞ্জ আহিলেও সেয়া দূৰ কৰি ওলাই আহিব পাৰে৷ স্বাস্থ্যৰ যত্ন লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

October 11, 2026
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!
অপৰাধ

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

October 11, 2026
Next Post
অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

অষ্টম পে দৰমহা আয়োগৰ চৰ্তত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনঃ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব পাৰে অষ্টম দৰমহা আয়োগ, ৫০ লাখ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰৰ বাবে ভাল খবৰ

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.