• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

11 months ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

6 hours ago
দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

7 hours ago
শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

শিক্ষাৰ্থীৰ প্ৰতিবাদত কঁপিছে সমগ্ৰ ফান্স

7 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বেই অঘটন

8 hours ago
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

9 hours ago
ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

ডিটেনচন চেণ্টাৰত বাংলাদেশী মহিলাৰে ৩ আৰক্ষী কনিষ্টবলৰ জঘন্য কাণ্ড

9 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

10 hours ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

11 hours ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

11 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

12 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

12 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান

editor by editor
October 28, 2025
in জীৱনশৈলী
0
আহি আছে মন্থাঃ ১১০ কিঃমিঃ বেগত বলিছে বতাহ, চাৰি ৰাজ্যৰ পৰা ৫০ হাজাৰ লোকক স্থানান্তৰ, বাতিল ১২০খন ৰে’ল, ৫২খন বিমান
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শক্তি বাঢ়ি অন্ধ্ৰপ্ৰদেশৰ উপকূলৰ দিশে আগুৱাইছে ঘূৰ্ণিবতাহ ‘মন্থা’৷ মঙলবাৰে সন্ধিয়া অন্ধ্ৰপ্ৰদেশৰ মছলিপত্তনম আৰু কলিঙ্গপত্তনমৰ মাজত কাকিনাড়াৰৰ চুবুৰীয়া এলেকাত ভয়াৱহ প্ৰভাৱ পেলাব পাৰে মন্থাই৷ মন্থাৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে পশ্চিমবংগতো৷ ইতিমধ্যেই পশ্চিমবংগত আৰম্ভ হৈছে বৰষুণ আৰু ধুমুহাৰ৷ বতৰ বিজ্ঞানৰ তৰফৰ পৰা জাৰি কৰা হৈছে সতৰ্কতা৷

মঙলবাৰে নিশা অন্ধ্ৰপ্ৰদেসৰ উপকূলত সৰ্বোচ্চ ১১০ কিঃমিঃ গতিবেগত বলিছে ঘূৰ্ণিবতাহ৷ এই ঘূৰ্ণিবতাহে প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে পশ্চিমবংগৰ ওপৰতো৷ অসমতো মন্থাৰ প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা৷ নামনি অসমত বিশেষ প্রভাৱ পেলাব পাৰে মন্থাই৷

মন্থাৰ প্ৰভাৱ অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, পশ্চিমবংগ আৰু ওড়িশাত সম্পূৰ্ণৰূপে পৰিব বুলি জনাইছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা৷ এই ৰাজ্যসমূহত ইতিমধ্যে আৰম্ভ হৈছে প্ৰচণ্ড বতাহ, বহু ঠাইত উভালি পৰিছে গছ৷ বৰষুণো আৰম্ভ হৈছে এইকেইখন ৰাজ্যত৷  এই ৰাজ্যসমূহৰ উপকূলীয় অঞ্চলৰ পৰা ৫০ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে৷ ইতিমধ্যে ১২০ খন ৰে’ল সোমবাৰ আৰু মঙলবাৰে বাতিল কৰা হৈছে৷ বিশাখাপট্টনম বিমানবন্দৰৰ পৰা ৩২খনকৈ বিমানো বাতিল কৰা হৈছে৷ একেদৰে বিজয়াৱাড়া বিমানবন্দৰৰ পৰা ১৬খন আৰু তিৰুপতি বিমানবন্দৰৰ পৰা ৪খন বিমান বাতিল কৰা হৈছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আগন্তুক ৩ দিন কেৰালা, কৰ্ণাটক, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু ঝাৰখণ্ডতো বৰষুণৰ সম্ভাৱনা আছে৷ এই ঘূৰ্ণীবতাহৰ নাম ৰাখিছে থাইলেণ্ডে৷ ‘মন্থা’ থাই ভাষাত ইয়াৰ অৰ্থ সুগন্ধি ফুল। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী
জীৱনশৈলী

দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ সামগ্ৰী

October 5, 2026
শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি
জীৱনশৈলী

শীঘ্ৰেই মগজুৰ পৰা ইচ্ছা অনুসৰি মচি পেলাব পাৰিব দুখৰ স্মৃতি

October 5, 2026
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.