• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

12 months ago
শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

1 hour ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

2 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

3 hours ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

3 hours ago
‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘দেহ ব্যৱসায় কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

8 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

8 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

9 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

10 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

11 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

11 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি

editor by editor
October 28, 2025
in জীৱনশৈলী
0
১৪২ দিনৰ পাছত টোপনি ভাঙিছে নাৰায়ণৰ, শ্ৰীহৰিৰ কৃপাত মালামাল হ’ব এই ৪ৰাশি
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেৱোত্থানী একাদশী এইবছৰ ১ নৱেম্বৰ, শনিবাৰে উদযাপন কৰা হ’ব৷ এইদিনটোতেই ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ উপাসনা কৰা হয়৷ এই একাদশীক দেৱোত্থান একাদশী, দেবুত্থান একাদশী অথৱা দেৱ প্ৰবোধিনী একাদশীও কোৱা হয়৷ এই একাদশীৰ পৰা সকলো মাংগলিক কাম যেনে বিবাহ, মুণ্ডনৰ দৰে পবিত্ৰ কামসমূহ আৰম্ভ হ’ব৷ আৰু এইদিনটোতেই চৰ্তুমাহৰ সমাপন হ’ব৷ এই বছৰ দেৱোত্থনী একাদশী খুবেই বিশেষ বুলি ধাৰণা কৰা হৈছে৷ প্ৰকৃততে এইদিনটোত ৰবি যোগ আৰু ৰুচক মহাপুৰুষ ৰাজযোগ সংযোগ তৈয়াৰ হ’ব৷ দেৱোত্থনী একাদশীত ভগৱান বিষ্ণুৱে প্ৰায় ১৪২ দিনৰ পাছত যোগনিদ্ৰাৰ পৰা উঠিব৷ যাৰ কাৰণে কিছু ৰাশিৰ ওপৰত শ্ৰী হৰিৰ কৃপা বৰ্ষিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই একাদশী আৰ্থিক দিশৰ পৰা লাভজনক প্ৰমাণিত হব৷ হঠাৎ অৰ্থ লাভৰ সম্ভাৱনা আছে৷ শ্ৰীহৰিৰ আশীৰ্বাদত কোনো সুখবৰ আহিব পাৰে৷ সুখেৰে ভৰপুৰ কোনো নতুন দিনৰো আৰম্ভণি হব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে এই একাদশীয়ে ব্যৱসায়ত উন্নতি আনিব৷ কৰ্মস্থানত সহকৰ্মীসকলৰ পৰা পূৰ্ণ সহযোগিতা পাব৷ আৰ্থিক দিশৰ পৰা এই সময় খুবেই অনুকূল থাকিব৷ আপুনি কোনো নতুন প্ৰজেক্টৰ ওপৰত কাম আৰম্ভ কৰিব পাৰে৷ ইয়াৰ সৈতে ভগৱান বিষ্ণুৰ কৃপাও আপুনি পাব পাৰে৷

বৃশ্চিক ৰাশি

দেৱোত্থনী একাদশীত বৃশ্চিক ৰাশিৰ জাতকৰ বাবে ভাগ্য তুংগত থাকিব৷ কেৰিয়াৰত উন্নতি আৰু সন্মান লাভৰ সম্ভাৱনা আছে৷ বিনিয়োগৰ বাবে এই সময় খুবেই শুভ৷ আৰ্থিক দিশৰ পৰা আপুনি আৰু মজবুত হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতকৰ বাবে এই সময়কাল সাফল্যৰে পূৰ্ণ থাকিব৷ বেছিভাগ প্ৰচেষ্টাতেই সফল হব৷ সামাজিক প্ৰতিপত্তি বৃদ্ধি পাব৷ বিবাহিত জীৱনত সম্প্ৰীতি আৰু ভালপোৱা বৃদ্ধি পাব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময়কালত অগ্ৰগতি আৰু সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?
জীৱনশৈলী

শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানেনে?

October 10, 2026
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
Next Post
বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.