• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

11 months ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

20 minutes ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

53 minutes ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

1 hour ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

2 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

2 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

3 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

4 hours ago
বিপদত ৰাহুল গান্ধী!

বিপদত ৰাহুল গান্ধী!

4 hours ago
কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

কোনো ভাৰতীয় ক্ৰিকেটাৰে কৰিব নোৱাৰা কাম কৰিলে নমন ধীৰে

5 hours ago
অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰোঁতে সাৱধান হওক

5 hours ago
‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

‘No regrets, No apology’ পত্নীক হ*ত্যা কৰি নাই কোনো আক্ষেপ

6 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ

editor by editor
October 28, 2025
in জীৱনশৈলী
0
বুধবাৰে ভগৱান গণেশৰ কৃপা লাভ কৰিব আপুনি, এই ৫ ৰাশিৰ উপাৰ্জন বৃদ্ধিৰ যোগ
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ অক্টোবৰ বুধবাৰ আৰু তিথিত কাতি মাহৰ শুক্লপক্ষৰ অষ্টমী তিথি৷ দেৱতা হৈছে গণেশ, আৰু চন্দ্ৰই মকৰ ৰাশিত গমন কৰিব৷ তাতেই চন্দ্ৰৰ ওপৰত বৃহস্পতিৰ সমসপ্তক দৃষ্টি গজকেশৰী যোগ আৰু কেন্দ্ৰ যোগ তৈয়াৰ কৰিব৷ বুধেও সূৰ্যৰ পৰা দ্বিতীয় ঘৰত গমন কৰিব৷ যাৰ ফলত দুটাকৈ শুভ যোগ তৈয়াৰ হব৷ বুধবাৰে মেষ, কৰ্কট, তুলা, মকৰ আৰু মীন ৰাশিৰ বাবে কল্যাণ কঢ়িয়াই আনিব৷ ভাগ্যই তেওঁলোকক পূৰ্ণ সমৰ্থন কৰিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক ক্ষেত্ৰত ভাগ্য শুভ হ’ব৷ যদি আপুনি চৰকাৰী কাম কৰি আছে তেন্তে আপুনি সফল হব৷ আপোনাৰ ঊৰ্ধতনসকলৰ পৰা আপুনি সহায়তা পাব৷ যিয়ে আপোনাক উন্নতিৰ সুযোগ দিব৷ আপোনাৰ দক্ষতাৰ পৰা আপুনি প্ৰচুৰ উপকৃত হ’ব৷ আপোনাৰ পৰিয়ালৰ মাজত প্ৰেম আৰু সম্প্ৰীতি বিৰাজ কৰিব৷ সাহসী সিদ্ধান্তসমূহেও আপোনাৰ উপকাৰ হ’ব৷ ভ্ৰমণ উপকাৰী হ’ব৷

কৰ্কট ৰাশি

বুধবাৰে কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ আৰু কল্যাণকৰ হ’ব৷ আপুনি আপোনাৰ পিতৃপক্ষৰ পৰা উপকৃত হ’ব৷ কৰ্মক্ষেত্ৰত ইতিবাচক পৰিস্থিতিৰ সদ্ব্যৱহাৰ কৰাত সক্ষম হ’ব৷ গুৰুত্বপূৰ্ণ কাম সম্পন্ন সম্পন্ন হ’লে আপোনাৰ মনত আনন্দ থাকিব৷ আপুনি কোনো নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷ বহু দিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পন্ন হ’ব৷ আপুনি ব্যৱসায়ত অপ্ৰত্যাশিত লাভ কৰিব পাৰে৷ অংশীদাৰিত্বৰ কামত সাফল্য পাব৷ আপুনি আপোনাৰ মেনেজমেণ্টৰ দক্ষতাৰ পৰাও উপকৃত হ’ব৷ আপুনি যানবাহন ক্ৰয় কৰিব পাৰে৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক জাতিকাই বুধবাৰে প্ৰচুৰ স্বাচ্ছন্দ্যৰ অভিজ্ঞতা লাভ কৰিব৷ আপোনাৰ ৰাজনৈতিক আৰু সামাজিক যোগাযোগ উন্নত হ’ব৷ আপুনি কোনো অপৰিচিত ব্যক্তিৰ পৰা সহায় পাব৷ চৰকাৰী প্ৰকল্পৰ পৰাও উপকৃত হব পাৰে৷ কৰ্মক্ষেত্ৰত আপোনাৰ বাবে দিনটো অনুকূল হব৷ আপুনি উপহাৰ আৰু সুবিধা পোৱাৰো সম্ভাৱনা আছে৷ আপুনি কোনো শুভ আৰু মাংগলিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব৷ আপোনাৰ দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব৷ প্ৰেম জীৱনত আপুনি প্ৰেমিকাৰ সৈতে সময় কটাব৷ বিবাহৰ কথা চলিলে সেয়া বাস্তৱত পৰিণত হব৷ সন্ধিয়া আপুনি কোনো ক্ষেত্ৰৰ পৰা অপ্ৰত্যাশিত লাভৰ অভিজ্ঞতা পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্থিক দিশৰ পৰা লাভজনক দিন হব৷ আৰ্থিক পৰিকল্পনাৰ পৰা আপুনি উপকৃত হব৷ যদি আপুনি চৰকাৰী কামৰ সৈতে সম্পৰ্কিত কোনো কাম কৰে তেন্তে সফলতা লাভ কৰিব৷ আপোনাৰ আত্মনিয়ন্ত্ৰণ, ধৈৰ্য্য আৰু সৃজনশীলতাই আপোনাক আগুৱাই নিব৷ সঞ্চয় পৰিকল্পনাৰ পৰাও উপকৃত হব৷ বিবাহিত জীৱন সুখৰ হব৷ যিসকল অসুস্থ তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হব পাৰে৷

মীন ৰাশি

মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্যবান দিন৷ আপুনি আপোনাৰ কল্পনাতকৈ বেছি লাভৱান হব৷ ধৰ্মীয় আৰু সামাজিক কামত অংশগ্ৰহণ কৰি আপুনি সন্মান অৰ্জন কৰিব৷ ব্যৱসায়ত উন্নতি৷ আপোনাৰ ৰৈ থকা অৰ্থও উদ্ধাৰ হব৷ আপুনি এক লাভজনক চাকৰিৰ সুযোগ পাব পাৰে৷ আপোনাৰ ঊৰ্ধতনসকলৰ পৰা সমৰ্থন আৰু উৎসাহ পাব পাৰে৷ আপোনাৰ প্ৰেম আৰু পাৰিবাৰিক জীৱনো ৰোমাণ্টিক হব৷ মীন ৰাশিৰ জাতক জাতিকাই শিক্ষামূলক প্ৰতিযোগিতাত আৰু ভাল পাৰফৰ্ম কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি
জীৱনশৈলী

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

September 8, 2026
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!
জীৱনশৈলী

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

September 8, 2026
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই
জীৱনশৈলী

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

September 8, 2026
Next Post
২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

২০২৬ চনত গল্ডেন টাইম ৩ৰাশিৰ, শনিৰ কৃপাত Good Luck

টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

টোপনিত টকাৰ সপোন দেখিছে? এই সপোনে কিহৰ ইংগিত বহন কৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.