দৰঙৰ ধূলা থানাৰ SI উৎপল বৰাক বৰ্খাস্ত
পূৰ্বে নিলম্বিত হৈ আছিল বিতৰ্কিত SI বৰা
প্ৰসংগঃ বনকৰা কিশোৰীৰ হত্যাকাণ্ডৰ গোচৰ
গোচৰৰ তদন্তত বিষয়াজনে কৰিছিল গাফিলতি
হত্যাকাৰীক ৰক্ষণাবেক্ষণ দিছিল বিষয়া উৎপলে
SI বৰাৰ বিৰুদ্ধে হৈছিল বিভাগীয় তদন্ত
বিষয়টো পৰ্যবেক্ষণ কৰি আছিল DGP জিপি সিঙে
অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ’ল SI উৎপল বৰা
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ