• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

2 years ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

36 minutes ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

56 minutes ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

2 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

3 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

3 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

4 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

5 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

5 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

6 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

7 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

7 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ

editor by editor
January 9, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা, শিক্ষা
0
নতুন বছৰত কেইবাৰ চন্দ্ৰ গ্ৰহণ আৰু সূৰ্য গ্ৰহণ হ’ব? ভাৰতৰ পৰা এই গ্ৰহণ দৃশ্যমান হ’বনে? এতিয়াই জানি থওক সবিশেষ
0
SHARES
569
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহণ আমাৰ জীৱনৰ অত্যন্ত মাহাত্ম্যপূৰ্ণ ঘটনা। ইয়াৰোপৰি বৈজ্ঞানিক আৰু ভৌগোলিক দিশৰ পৰাও গ্ৰহণৰ বিশেষ গুৰুত্ব আছে। সনাতন ধৰ্মত সূৰ্য আৰু চন্দ্ৰ গ্ৰহণৰ বিশেষ মাহাত্ম্য আছে। সেয়ে গ্ৰহণৰ সময়ত বেছ কিছু সাবধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হৈছে। নিজৰ কক্ষপথত ঘুৰি থাকোতে চন্দ্ৰই যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজলৈ আহে তেতিয়াই চন্দ্ৰৰ ছায়া পৃথিৱীৰ ওপৰত পৰে। এই অৱস্থাকেই সূৰ্যগ্ৰহণ বুলি কোৱা হয়। আকৌ যেতিয়া পৃথিৱীৰ ছায়া চন্দ্ৰৰ ওপৰত পৰে তেতিয়াই চন্দ্ৰগ্ৰহণ হয়। গ্ৰহণৰ ৯ঘণ্টা আগৰ পৰাই আৰম্ভ হয় সূতক কাল। এই সময়ত কোনো শুভ কাম কৰাটো নিষেধ বুলি শাস্ত্ৰত উল্লেখ আছে। আনকি সূতক কাল চলি থাকোতে মন্দিৰৰ দুৱাৰো বন্ধ কৰি ৰাখিব লাগে।

সূৰ্যগ্ৰহণ সদায়ে অমাবস্যা তিথিত আৰু চন্দ্ৰগ্ৰহণ সদায়ে পূৰ্ণিমা তিথিত হয়। নতুন বছৰত কেইটা সূৰ্যগ্ৰহণ আৰু কেইটা চন্দ্ৰগ্ৰহণ আছে?

সূৰ্যগ্ৰহণ ২০২৪
আগন্তুক বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ হ’ব ৮ এপ্ৰিল সোমবাৰে। এই গ্ৰহণ ভাৰতৰ পৰা দৃশ্যমান নহ’ব।

২০২৪ চনৰ দ্বিতীয় সূৰ্যগ্ৰহণ হ’ব ২ অক্টোবৰ ২০২৪ৰ বুধবাৰে। এই গ্ৰহণো ভাৰতৰ পৰা দেখা নাযাব। সেই কাৰণে কোনো সূতক কাল কাৰ্যকৰী নহ’ব।

চন্দ্ৰগ্ৰহণ ২০২৪
আগন্তুক বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণ হ’ব ২৫মাৰ্চ ২০২৪ৰ সোমবাৰে। বছৰৰ প্ৰথম চন্দ্ৰগ্ৰহণো ভাৰতৰ পৰা দেখা নাযাব। সেয়ে এই গ্ৰহণৰো কোনো সূতক কাল নাথাকে। গ্ৰহণ থাকিব মুঠ ৪ঘণ্টা ৩৬ মিনিট পৰ্যন্ত।

পঞ্জিকা অনুসৰি নতুন বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণ হ’ব আগন্তুক ১৮ ছেপ্টেম্বৰ ২০২৪ ৰ বুধবাৰে। এই গ্ৰহণ থাকিব ৪ঘণ্টা ৪ মিনিটলৈ। ভাৰতৰ পৰা গ্ৰহণ দেখা নাযাব বাবে ইয়াৰো সূতক কাল নাথাকিব।

অৰ্থাৎ নতুন বছৰত সূৰ্য আৰু চন্দ্ৰ মিলি মুঠ ৪বাৰ গ্ৰহণ হ’লেও এইবাৰ আমাৰ দেশৰ পৰা কোনো এটা গ্ৰহণেই দৃশ্যমান নহয়। সেয়ে গ্ৰহণ সম্পৰ্কীয় কোনো সাৱধানতা বা বিধিনিষেধ ভাৰতীয় লোকে পালন কৰিব নালাগে। গ্ৰহণ দেখা গ’লেহে নিয়মসমূহ মানি চলাটো জৰুৰী।

পুৰাণ অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত উত্থিত অমৃতৰ ভাগক লৈ দেৱতা আৰু দানৱৰ মাজত যুঁজ চলিছিল। মোহিনী ৰূপ ধাৰণ কৰি বিষ্ণুয়ে অসুৰসকলৰ পৰা অমৃতৰ ভাণ্ডাৰ হৰণ কৰি আনে। তেতিয়াই ৰাহু আৰু কেতু নামৰ দুই অসুৰে দেৱতাৰ ৰূপ ধৰি অমৃত পান কৰিবলৈ আহে। চন্দ্ৰ আৰু সূৰ্যই তেওঁলোক দুয়োকে চিনি পায় বিষ্ণুক সেই কথা জনাই। তেতিয়াই বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰ দি ৰাহু আৰু কেতুৰ ডিঙি চিঙি পেলাই। কিন্তু সেই সময়ত অমৃত তেওঁলোকৰ ডিঙিলৈকে পাইছিল সেয়ে তেওঁলোকৰ দেহৰ মৃত্যু হ’লেও মূৰ দুটা অমৰ হৈ ৰয়। তেতিয়াৰ পৰাই ৰাহু আৰু কেতুৱে সূৰ্য আৰু চন্দ্ৰৰ কক্ষপথত লুকাই বসবাস কৰি আছে। চন্দ্ৰ আৰু সূৰ্য একে সৰলৰেখালৈ আহিলেই ৰাহু আৰু কেতুৱে দুটাকে গিলি পেলাই। এই সময়কেই গ্ৰহণ বুলি কোৱা হয়। ৰাহু কেতুৱে গিলি দিলেও ডিঙি কাটি দিয়াৰ বাবে ক্ষন্তেকতেই বাহিৰলৈ ওলাই আহে চন্দ্ৰ আৰু সূৰ্য।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24best news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?
জীৱনশৈলী

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

March 16, 2026
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ
জীৱনশৈলী

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
Next Post
বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় ‘ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

বিশ্ব ফুটবলত আকৌ নক্ষত্ৰপতন! বিশ্বফুটবলত তেওঁ জাৰ্মানীক পৰিচিত কৰোৱাইছিল, সোমাই পৰিছিল বিতৰ্কতো, বিদায় 'ডাৰ কাইজাৰ’ বেকেনবাউৱাৰ

মাত্ৰাধিক ভিৰৰ আশংকা! অযোধ্যাত ৰামৰ মূৰ্তি দৰ্শন অনুষ্ঠান বাতিল কৰিলে ৰাম মন্দিৰ কৰ্তৃপক্ষই

মাত্ৰাধিক ভিৰৰ আশংকা! অযোধ্যাত ৰামৰ মূৰ্তি দৰ্শন অনুষ্ঠান বাতিল কৰিলে ৰাম মন্দিৰ কৰ্তৃপক্ষই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.