• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ মহালয়াত বছৰৰ শেষ সূৰ্যগ্ৰহণ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ

কাইলৈ মহালয়াত বছৰৰ শেষ সূৰ্যগ্ৰহণ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ

2 years ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

53 minutes ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

1 hour ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

3 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

4 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

4 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

5 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

5 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

6 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

6 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

7 hours ago
অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

অত্যাধিক চিন্তা আৰু টোপনি হ্ৰাস… ৰাশিফলত চন্দ্ৰ দুৰ্বল হোৱাৰ সংকেত নেকি?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ মহালয়াত বছৰৰ শেষ সূৰ্যগ্ৰহণ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ

কাইলৈ মহালয়াত বছৰৰ শেষ সূৰ্যগ্ৰহণ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ

editor by editor
October 1, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈ মহালয়াত বছৰৰ শেষ সূৰ্যগ্ৰহণ, সৌভাগ্যৰ দুৱাৰ খুলিব এই ৫ৰাশিৰ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ আহিন মাহৰ অমাবস্যা৷ এই তিথিক সৰ্বপিতৃ অমাবস্যা বুলিও কোৱা হয়৷ এই দিনটোতে পালিত হয় মহালয়া৷ কাইলৈ মহালয়াৰ বিশেষ দিনটোতেই থাকিব গ্ৰহণ৷ সূৰ্যই বৰ্তমান অৱস্থান কৰি আছে কন্যা ৰাশিত৷ ভাৰতীয় সময় অনুসৰি কাইলৈ নিশা ৯বাজি ১৩ মিনিটত সূৰ্যগ্ৰহণ আৰম্ভ হৈ নিশা ৩বাজি ১৭ মিনিট পৰ্যন্ত থাকিব গ্ৰহণ৷ ৬ঘণ্টা ৪ মিনিট ধৰি গ্ৰহণ চলিব৷

ভাৰতত গ্ৰহণৰ সময় নিশা হোৱাৰ বাবে আমাৰ দেশৰ পৰা এই গ্ৰহণ দেখা নাযাব৷ জ্যোতিষবিদে জনাইছে যে গ্ৰহণ চাক্ষুখভাৱে দেখা নগ’লেও গ্ৰহণ যোগৰ প্ৰভাৱ পৰিব বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক গ্ৰহণৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

মেষ ৰাশি

সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত ব্যৱসায়ত ডাঙৰ কোনো উন্নতি কৰিব পাৰিব৷ নিজৰ আৰ্থিক লাভৰ লাভৰ পৰিমান বহুপৰিমানে কাইলৈ বৃদ্ধি পাব৷ দাম্পত্য জীৱনত সুখ বাঢ়িব৷ পৰিয়ালত কোনো আনন্দৰ ঘটনা ঘটিব পাৰে৷

মিথুন ৰাশি

সৰ্বপিতৃ অমাবস্যাত এই সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত জীৱন সলনি হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত এটাৰ পাছত আনটো ভাল ঘটনা আপোনাৰ সৈতে ঘটিব৷ পাবলগীয়া ধন এই সময়ত লাভ কৰিব আপুনি৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ এই সময়ত শিখৰত থাকিব৷ আৰ্থিক পৰিস্থিতি বেছ উন্নীত হ’ব৷

সিংহ ৰাশি

বছৰৰ শেষত সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনত কোনো বৃহৎ উন্নতি হ’ব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনৰ কোনো সমস্যা এই সময়ত দূৰ হ’ব৷ নিজৰ বুদ্ধি আৰু সাহস কামত লগাই সকলো সমস্যাৰ সমাধান বাহিৰ কৰিব পাৰিব আপুনি৷ হঠাৎ হাতলৈ ধন আহিব আপোনাৰ৷ এই সময়ত বিদেশ যাত্ৰা কৰাৰ যোগ আছে সিংহ ৰাশিৰ জাতকৰ৷

কন্যা ৰাশি

২০২৪ চনৰ শেষ সূৰ্যগ্ৰহণত সৌভাগ্যৰ তলা খুলিব কন্যা ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ দিন সাফল্যৰে উজ্জ্বল হৈ উঠিব৷ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পত ডাঙৰ সাফল্য পাব পাৰে আপুনি৷ নতুন কাম আৰম্ভ কৰাৰ বাবে আপোনাৰ এই সময় শুভ সময়৷ পৰিয়ালত এই সময়ত সুখৰ পৰিবেশ থাকিব কন্যা ৰাশিৰ জাতকৰ৷

ধনু ৰাশি

কেৰিয়াৰত নিজকে ঠিক যি স্থানত চাব বিচাৰে তাতেই পাব ধনু ৰাশিৰ জাতকে৷ নিজৰ সকলো কামতে আপুনি পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জোৰত সাফল্য অৰ্জন কৰিব পাৰিব৷ দৰকাৰী কামৰ প্ৰথম ধাপত আপুনি এই সময়ত উত্তীৰ্ণ হ’ব৷ গ্ৰহণৰ প্ৰভাৱত সকলো কামতেই ভাগ্যৰ সহায়তা পাব ধনু ৰাশিৰ জাতকে৷ নিজৰ লক্ষ্যৰ একেবাৰে কাষত অৱস্থান কৰিব পাৰিব আপুনি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?
বাণিজ্য

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

September 25, 2026
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি
বাণিজ্য

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

September 25, 2026
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ
বাণিজ্য

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

September 25, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

September 25, 2026
Next Post
BSNLৰ বিশেষ অফাৰ…মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

BSNLৰ বিশেষ অফাৰ...মাত্ৰ ৫ টকাত আনলিমিটেড কলিং, ডাটা আৰু SMSৰ সুবিধা

৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??

৫০ বাৰকৈ ধ/ৰ্ষ/ণ, ওছোৰ আশ্ৰমৰ ভিতৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা ক’বলৈ গৈ কি ক’লে ব্ৰিটিছ মহিলাই??

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.