• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

2 years ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

1 hour ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

2 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

3 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

3 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

4 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

4 hours ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

5 hours ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

5 hours ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

6 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

7 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

7 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?

editor by editor
May 16, 2024
in অসম, বিবিধ
0
কাজিৰঙাৰ মাজেৰে যাত্ৰা কৰিলে ভুলতো য’তে ত’তে নৰব, ৰ’লেই বিপদ হ’ব আপোনাৰ, কি জাননী দিছে বনবিভাগে?
0
SHARES
170
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে থকা বনাঞ্চলত বিচৰণ কৰে বিভিন্ন বন্য জীৱ-জন্তুৱে৷ এই জীৱ-জন্তু চাবলৈ সততে ভিৰ কৰে বহু লোকে। বাহনেৰে যাত্ৰা কৰাৰ সময়ত বহু যাত্ৰীয়ে  কাজিৰঙাৰ ৰাজপথত ৰৈ বন্যজন্তুৰ ফটো উঠাবলৈ গৈ অনাধিকাৰ উদ্যানত প্ৰৱেশ কৰাও দেখা যায়।

শেহতীয়াকৈ এই সন্দৰ্ভত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দিছে কেইবাটাও নীতি-নিৰ্দেশনা৷ উদ্যানখনৰ কাষেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয়  ঘাইপথৰ পথত বন্য জীৱ-জন্তু দৰ্শনৰ বাবে এনিমেল ভিউ’ পইন্ট আছে। য’ত দৰ্শনাৰ্থীয়ে ৰৈ ফটো উঠাৰ লগতে বন্যজন্তু দৰ্শনৰ উপযুক্ত ব্যৱস্থাও আছে। কিন্তু যাত্ৰীসকলে এই ভিউ’ পইণ্টত ৰোৱাৰ বিপৰীতে কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ অন্য স্থানত ৰৈ যাতে নিয়ম ভংগ নকৰে তাৰ বাবে সতৰ্ক কৰি দিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই।

আনহাতে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণী দৰ্শন কৰাৰ সময়ত বহুলোক অৰ্তকিতে উদ্যানৰ ভিতৰত প্ৰৱেশো কৰে৷ যাৰ ফলত সংঘটিত হ’ব পাৰে যিকোনো অনাকাংক্ষিত ঘটনা। বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে বিচৰণ কৰে গঁড়-হাতীকে ধৰি অন্য বন্যজন্তুৱে। এই ক্ষেত্ৰত দৰ্শনাৰ্থীক বাধা দিয়াক লৈ বনকৰ্মীৰ লগত দৰ্শনাৰ্থীৰ খণ্ড-যুদ্ধও হয় । এনে কাৰ্যৰ পৰা সকলোকে বিৰত থাকিবলৈ আহ্বান জনাইছে উদ্যান কৰ্তৃপক্ষই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?
বিবিধ

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন
অসম

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

September 4, 2026
Next Post
আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.