• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

2 years ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

5 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

5 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

6 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

6 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

7 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

8 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

8 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

9 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

10 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

11 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

12 hours ago
২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

২জুনৰ পৰা সতৰ্ক থাকক, আগন্তুক ১৫২দিন কঠিন সময় ৪ৰাশিৰ

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

editor by editor
May 16, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আপোনাৰ শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে
0
SHARES
354
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ শ্ৰী কৃষ্ণ হৈছে বিশ্বৰ ব্ৰহ্মাণ্ডৰ সকলোতকৈ ডাঙৰ শিক্ষক৷ তেওঁ মৰ্ত্যবাসীক ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ বাণী শিকাই গৈছে৷ তেওঁৰ মুখেৰে ওলোৱা বাণীয়েই হিন্দুৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ভাগৱত গীতাৰ সৃষ্টি কৰিছে৷ শ্ৰী কৃষ্ণৰ মুখৰ ভিতৰতেই বিশ্বৰূপৰ দৰ্শন পাইছিল অৰ্জুনে৷ ভাদ মাহৰ কৃষ্ণপক্ষত জন্মলোৱা শ্ৰী কৃষ্ণৰ শাৰীৰিক গঠনৰো কেইবাটাও বৈশিষ্ট্য আছে৷ শ্ৰী কৃষ্ণৰ শৰীৰত কেইটামান বিশেষ চিহ্ন আছে৷ এই চিহ্নসমূহ সাধাৰণ মানুহৰ গাত থকাটো অত্যন্ত শুভ বুলি কোৱা হয়৷

শ্ৰী কৃষ্ণৰ শৰীৰত থকা এই চিহ্নসমূহ কোনো লোকৰ শৰীৰত থাকিলে তেওঁৰ ওপৰত স্বয়ং শ্ৰী কৃষ্ণৰ আশীৰ্বাদ থাকে৷ জানি লওক শ্ৰী কৃষ্ণৰ শৰীৰত থকা এই চিহ্নসমূহৰ বিষয়ে৷ শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত অৰ্ধচন্দ্ৰৰ দৰে এটা চিহ্ন আছিল বুলি শাস্ত্ৰত উল্লেখ আছে৷ মহাদেৱৰ মূৰতো অৰ্ধচন্দ্ৰ থাকে৷ কোনো ব্যক্তিৰ শৰীৰত যদি অৰ্ধচন্দ্ৰৰ দৰে চিহ্ন থাকে তেন্তে এয়া অত্যন্ত শুভ বুলি কোৱা হয়৷ এনে ব্যক্তিয়ে নিজৰ কেৰিয়াৰত সফলতা লাভ কৰে৷

শঙ্খ
শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত শংখ আকৃতিৰ চিহ্ন আছিল৷ শংখই আমাৰ অন্তৰাত্মা আৰু বিবেকক শুদ্ধ কৰি তোলে৷ শৰীৰৰ কোনো এলেকাত শংখৰ দৰে চিহ্ন থাকিলে সেয়া অত্যন্ত শুভ৷ ইয়াৰ প্রভাৱত জাতকৰ জীৱনলৈ সুখ, শান্তি আৰু সাফল্য আহিব৷

মাছ
শ্ৰী কৃষ্ণৰ ভৰিত মাছৰ দৰেও চিহ্ন আছিল৷ হিন্দু ধৰ্মত মাছ হ’ল বিষ্ণুৰ অন্যতম অৱতাৰ৷ আপোনাৰ শৰীৰতো যদি মাছৰ দৰে চিহ্ন আছে তেন্তে শ্ৰী কৃষ্ণৰ আশীৰ্বাদত সমাজত মান সন্মান বৃদ্ধি পাব৷

তীৰ
শ্ৰী কৃষ্ণৰ ভৰিত তীৰৰ দৰে চিহ্ন থকাটোও শুভ৷ এই চিহ্ন যাৰ শৰীৰত আছে সেই ব্যক্তিয়ে জীৱনত যিকোনো পৰিস্থিতিতেই হাৰি নাযায়৷ শৰীৰৰ ভৰিৰ ফালে এই চিহ্ন থকাটোৱে ব্যক্তিজনৰ জীৱনত সুখৰ আগমন হোৱাৰ ইংগিত দিয়ে৷

ত্ৰিভূজ
শ্ৰী কৃষ্ণৰ ভৰিৰ পতাত ত্ৰিভূজাকৃতি চিহ্ন আছিল৷ আপোনাৰ গাতো ত্ৰিভূজৰ দৰে চিহ্ন যদি আছে তেন্তে আপুনিও জীৱনত সফল হ’ব৷ জীৱনত প্ৰচুৰ ধনলাভ কৰাৰো যোগ আছে৷ এওঁলোকে খুব সুন্দৰ ৰূপত অন্যৰ সৈতে বাৰ্তালাপ কৰিব পাৰে৷

কানত তিল
কাণত তিল থকাটো অত্যন্ত শুভ৷ যিসকল ব্যক্তিৰ কাণত তিল থাকে তেওঁলোকৰ জীৱনত খুব বেছি পৰিশ্ৰম নকৰাকৈয়ে সফলতা আহে৷

হাতত তিল
শ্ৰী কৃষ্ণৰ মতে হাতত তিল থকা ব্যক্তিয়ে জীৱনত কঠোৰ পৰিশ্ৰমী আৰু সৰল প্ৰকৃতিৰ হয়৷ এওঁলোকৰ বিবাহিত জীৱন সুখৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি
জীৱনশৈলী

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

May 21, 2026
Next Post
ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

ভয়ংকৰ দুৰ্ঘটনাত একেবাৰে থেঁতেলা খাই পৰিল বাহন, কৰুণ মৃত্যুক সাৱটিলে ৮ গৰাকী লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.