• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

2 years ago

শীঘ্ৰে ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৪ ৰাশিৰ লোকৰ, মাথোঁ নকৰিব ভুল!

29 seconds ago
মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

মোহময়ী অভিনেত্ৰী তমন্নাৰ ভৰিত ধৰি ক্ষমা বিচাৰিব অন্নু কাপুৰে! হঠাতে কি হ’ল?

23 minutes ago
পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

পিতৃয়ে চুম্বন কৰিলে নায়িকাক, পুত্ৰ থাকিল চাই! তাৰ পিছত…

51 minutes ago
কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

কিমান সম্পত্তিৰ মালিক ৰাঘৱ চাদ্দা? পত্নী পৰিনীতি চোপ্ৰাতকৈ কিমান গুণ ধনী জানক

1 hour ago
আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

আপুনি কেৱল দৰমহাৰ ওপৰত নিৰ্ভৰ কৰে নেকি? এই সহজ উপায়েৰে বৃদ্ধি কৰক আয়ৰ উৎস

2 hours ago
ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

ঘৰ ঝাড়ু দিলে ভুলতো নকৰিব এই ৫টা কাম, বিপদত পৰিব আপুনি!

3 hours ago
গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

গ্ৰেচুইটিৰ ডাঙৰ পৰিৱৰ্তন, নতুন নিয়ম অনুসৰি কোনে, কিমান আৰু কেতিয়া পাব সুবিধা?

4 hours ago
মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

মে’ মাহত ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, পাব নতুন সুযোগ!

4 hours ago
সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

সন্তান প্ৰসৱৰ পিছত মহিলাসকল সাৱধান! হ’ব পাৰে এই ৫ বিধ ৰোগ

4 hours ago
টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

টোপনিত হঠাৎ শৰীৰটো জোকাৰি উঠে নেকি? ভাগৰ বুলি নকৰিব আওকাণ

5 hours ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

5 hours ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

editor by editor
October 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে
0
SHARES
102
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বোকাখাতত লজ্জিত মানৱ সমাজ! যি মাতৃয়ে জন্ম দি এই ধৰালৈ আনিছিল, সেই সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে মাতৃয়ে

বোকাখাতত কালি ২০ অক্টোবৰৰ নিশা সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। যি ঘটনা পোহৰলৈ অহাৰ পাছতে চাঞ্চল্যই বিৰাজ কৰিছে। জন্মদিয়া সন্তানৰ হাততেই প্ৰাণ হেৰুৱালে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে।

কালি নিশা পাষাণ পুত্ৰ‌ই হত্যা কৰাৰ সন্দেহ মাতৃক। বোকাখাত সাপজুৰি বঙালী গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পুত্ৰই মাতৃ শেৱালী বৰাক হত্যা কৰা সন্দেহ ।

জন্মদাত্ৰী মাতৃক হত্যা কৰাৰ সন্দেহ মাজুপুত্ৰ‌ চন্দন বৰাৰ ওপৰত। নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড। চুবুৰীয়াই ঘটনা সন্দৰ্ভত জানিব পৰাৰ লগে লগে আৰক্ষীক খবৰ কৰে।

লগে লগে বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ হত্যাৰ সন্দেহত মাজু পুত্ৰ চন্দৰ বৰাৰ লগতে আন এগৰাকী পুত্ৰ মামু বৰাকো আটক কৰে।

বোকাখাত আৰক্ষী আৰু দণ্ডাধীশ ঘটনাস্থলিত উপস্থিত হৈ দুই পুত্ৰক আটক কৰাৰ লগতে দুৰ্ভগীয়া মাতৃগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

এতিয়া তদন্তৰ পাছত হে জানিব পৰা জন্মদাত্ৰীৰ প্ৰকৃত হত্যকাৰী কোন, নে দুয়ো পুত্ৰই মিলি হত্যা কৰিছিল মাতৃ শেৱালী বৰাক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bokakhatBokakhat Policekilledmurder caseSon Killed Mother
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?
অসম

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

April 20, 2026
নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!
অসম

নিশাৰে পৰা জলমগ্ন গুৱাহাটী, প্রতিকূল বতৰৰ বাবে বন্ধ বিদ্যালয়!

April 20, 2026
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?
অসম

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

April 18, 2026
Next Post
৩৬ দিনলৈ বিলাসী জীৱন কটাব পাৰিব ৩ ৰাশিৰ লোকে, একেলগে সূৰ্য্য, শুক্ৰ আৰু বুধ দয়ালু হ’ব

৩৬ দিনলৈ বিলাসী জীৱন কটাব পাৰিব ৩ ৰাশিৰ লোকে, একেলগে সূৰ্য্য, শুক্ৰ আৰু বুধ দয়ালু হ’ব

উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন…!

উপ-নিৰ্বাচন,  কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ, বিজেপিৰ কোন কোন...!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.