• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

2 years ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

2 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

3 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

3 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

4 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

5 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

6 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

7 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

7 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

7 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

7 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

8 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

editor by editor
March 19, 2024
in বিনোদন, ভাৰত, ৰাজনীতি
0
3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

3 Idiots ছবিৰ ৰিয়েল হিৰো সোনম ৱাংচুক ১৩ দিনে ধৰি অনশনত

দেশৰ লগতে সমগ্ৰ বিশ্বতে অতিকে জনপ্ৰিয় হৈছিল মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খানে নিৰ্মাণ কৰা ছবি ৩ ইডিয়টছ। সেই ছবিৰ মূল কাহিনীভাগ লোৱা হৈছিল এগৰাকী ৰিয়েল হিৰোৰ পৰা। ৰিয়েল লাইফৰ সেই মানুহ গৰাকী পাছলৈ দেশৰ সকলো মানুহেৰ জনাজাত হৈ পৰিছিল।

চিনেমাত নাম লোৱা ফুংচুক ৱাংগৰু ৰিয়েল লাইফত সোনম বাংচুক। এগৰাকী ইঞ্জিনিয়াৰ তথা বৈজ্ঞানিক হিচাপে নাম থকা সোনম পাছে বিগত ১৩ দিনে ধৰি অনশনত। লাডাখতেই থাকি এইদৰে অনশনত বহিছে সোনম বাংচুক।

২১ দিনৰ আমৰণ অনশনত আছে সোনম ৱাংচুক। আজি অনশনৰ ১৩ দিন। তেখেতৰ এই অনশনত ইতিমধ্যে ১৫০০ৰ ঘৰত লোকে সমৰ্থিত কৰি একগোট হৈছে সেই স্থানত। সেই লোকসকলেও এতিয়া একেলগে অনশন আৰম্ভ কৰিছে।

পাছে কিয় তেনেদৰে অনশনত বহিল সোনম ৱাংচুক। লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীৰ ভিতৰত সন্নিবিষ্ট কৰাৰ বাবে এইদৰে অনশনত বহিছে ৱাংচুক। এই দাবি পুৰণ হলে লাডাখৰ লোকেও প্ৰশাসনৰ সকলো সুবিধা লাভ কৰিব।

তেখেতৰ মান্য যে, এই ষষ্ঠ অনুসূচী ভাৰতৰ একতাৰ ক্ষেত্ৰত এক উদাৰতাৰ প্ৰমাণ দাঙি ধৰে। উল্লেখ্য যে, বিগত ৬ মাৰ্চ তাৰিখৰ পৰা #SAVELADAKH, #SAVEHIMALAYAS নামেৰে এই ২১ দিনৰ অনশন আৰম্ভ কৰিছে। তেখেতে এই অভিযান আৰম্ভ কৰি ইয়াকো কয় যে, প্ৰয়োজন হলে এই অনশন কাৰ্যসূচী আৰু দীঘল হব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian ConstitutionIndian PoliticsSocial Activistsonam wangchuk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!
বিনোদন

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

March 27, 2026
Next Post
লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

লুকুৱাই থৈছিল বহু বছৰে! জনপ্ৰিয় গায়ক তথা অভিনেতা দিলজীৎ পূৰ্বৰে পৰা বিবাহিত, আছে এটি সন্তানো

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী …আছে আৰু বহুতো নাম

বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী ...আছে আৰু বহুতো নাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.