• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

1 year ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

1 hour ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

2 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

2 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

4 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

5 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

6 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

6 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

8 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

9 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম

editor by editor
February 12, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP, মানিব লাগিব ১০টাকৈ নিয়ম
0
SHARES
992
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৩ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ’ল SOP
মানিব লাগিব ১০টাকৈ নিয়ম।

পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাধ্যত ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা বলবৎ হ’ব। পৰীক্ষাৰ সময়চোৱাত এই স্থানত আন কোনো লোকৰ প্ৰৱেশ নিষিদ্ধ হ’ব।

শিক্ষা বৰ্ডৰ বিশেষ কন্ট্ৰ’ল ৰুমৰ পৰা পৰীক্ষা কেন্দ্ৰৰ CCTV সমূহ অহৰহ নিৰীক্ষণত ৰাখিব।
প্ৰতিটো স্পৰ্শকাতৰ কেন্দ্ৰতে সষ্টম থাকিব আৰক্ষী CRPF বাহিনী।
পৰীক্ষা হ’লৰ ১০০ মিটাৰ দূৰত্বলৈকে প্ৰৱেশ নিষিদ্ধ সাধাৰণ লোকৰ বাবে।
২০০ মিটাৰ দূৰত্বলৈকে বজাব নোৱাৰিব কোনো ধৰণৰ লাউড স্পীকাৰ। লাউড স্পীকাৰত গান বজালেই বিপদত পৰিব।
পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰে জড়িত ব্যক্তিৰ বাহিৰে আন কোনো লোক পৰীক্ষাগৃহত প্ৰৱেশ কৰিব নোৱাৰিব।
পৰীক্ষাগৃহৰ পৰা ১০০ মিটাৰ দূৰত্বলৈকে কোনো লোক জুম বান্ধি থাকিব নোৱাৰিব। পৰীক্ষাগৃহৰ বাউণ্ডেৰীত সোমাবলৈও ল’ব লাগিব অনুমতি।  অনুমতি অবিহনে কোনো ব্যক্তিয়েই পৰীক্ষাগৃহৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিব নোৱাৰিব।
বাহিৰা লোকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ ঘোষণা।
পৰীক্ষা হ’ললৈ কোনো পৰীক্ষাৰ্থীয়ে অনুমতিবিহীন সামগ্ৰী লগত লৈ যাব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে ইলেক্ট্ৰ’নিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে লগত মোবাইল ফোন লৈ পৰীক্ষাহলত সোমাব নোৱাৰিব।
কোনো পৰীক্ষাৰ্থীয়ে লগত স্মাৰ্ট ঘড়ী আৰু কেলকুলেটৰ লৈ পৰীক্ষাগৃহত সোমাব নোৱাৰিব।
পৰীক্ষাগৃহৰ বাহিৰত অনুমতি অবিহনে পাৰ্কিং কৰাতো নিষেধাজ্ঞা জাৰি।
ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩নং অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশনা জাৰি।
নিয়ম ভংগ কৰিলেই সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ।
মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গোলাঘাট প্ৰশাসনে জাৰি কৰিলে এই SOP।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamexamExam SOPGolaghat District
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

July 31, 2026
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ
অসম

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

July 31, 2026
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’
অসম

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

July 31, 2026
Next Post
গুৱাহাটীত ভয়ংকৰ কাণ্ড, পত্নী-সন্তানক শেষ কৰি নিজেও…

গুৱাহাটীত ভয়ংকৰ কাণ্ড, পত্নী-সন্তানক শেষ কৰি নিজেও...

পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া

পোহৰলৈ ন ন তথ্য, কন্যাক অশালীন আচৰণ কৰি কাৰাগাৰ গৈছিল পত্নী-কন্যাৰ হত্যাকাৰী লোহিত ঠাকুৰীয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.