• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?

জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?

2 years ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

21 minutes ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

56 minutes ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

2 hours ago
জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

জানক কেনে যাব আপোনাৰ আজিৰ দিনটো

3 hours ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

15 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

17 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

17 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

17 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

18 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

18 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

20 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?

বিশ্বকাপৰ ছেমিফাইনেলত কিমানবাৰ পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা?

editor by editor
June 30, 2024
in ক্ৰীড়া, বিশ্ব
0
জিকি জিকিও হৰাৰ বেদনা কি দক্ষিণ আফ্ৰিকাক সোধক, কিমান বাৰ ছেমিফাইনেলৰ পৰা বিদায় লৈছে দক্ষিণ আফ্ৰিকাই?
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৯৯২ চনত কেপলাৰ ৱেছেলছৰ নেতৃত্বত দক্ষিণ আফ্ৰিকাৰ দলটোৱে ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল৷

১৯৯৯ চনত হেন্সি ক্ৰোনিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈছিল দক্ষিণ আফ্ৰিকাৰ দলটো৷

২০০৭ চনত গ্ৰেইম স্মিথৰ নেতৃত্বত থকা দক্ষিণ আফ্ৰিকাৰ দলটো অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হৈ ছেমিফাইনেলৰ পৰাই বিদায় লৈছিল৷

২০১৫ চনৰ অডিআই বিশ্বকাপৰ ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল দক্ষিণ আফ্ৰিকাৰ দলটো৷

২০২৩ ত আকৌ বিশ্বকাপৰ ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে পৰাজয় বৰণ কৰিবলগা হৈছিল দক্ষিণ  আফ্ৰিকাই৷

২০০৯ চনত টি-২০ ছেমিফাইনেলত পাকিস্তানৰ বিপক্ষে পৰাজয় বৰণ কৰিছিল গ্ৰেম স্মিথৰ দঃ আফ্ৰিকা৷

২০১৮ চনৰ টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত ভাৰতৰ বিপক্ষে পৰাস্ত হয় দক্ষিণ আফ্ৰিকাৰ দলটো৷

অৱশেষত ২০২৪ চনত টি-২০ বিশ্বকাপৰ ছেমিফাইনেল জয় কৰি ফাইনেলত প্ৰৱেশ কৰিলেও ভাৰতৰ হাতত পৰাস্ত হয় দক্ষিণ আফ্ৰিকাৰ দলটো৷

১৯৯৮ চনত প্ৰথম আই চিচিৰ ট্ৰফিৰ সোৱাদ পোৱাৰ ২৬ বছৰ পাছত টি-২০ৰ ফাইনেলত উঠিছিল দক্ষিণ আফ্ৰিকাৰ দলটো৷ কিন্তু ফাইনেলত প্ৰৱেশ কৰিও খালী হাতে ঘৰলৈ উভতিব লগা হৈছে নেলচন মেণ্ডেলাৰ দেশ দক্ষিণ আফ্ৰিকাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়
অসম

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

October 2, 2026
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
Next Post
মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

মনোজ পাণ্ডেৰ বিদায়! দেশৰ নতুন সেনাপ্ৰধান উপেন্দ্ৰ দ্বিবেদী, কোন এই উপেন্দ্ৰ দ্বিবেদী?

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহি বক্ৰী হ’ব শনি, বেংক বেলেন্স বাঢ়িব কুম্ভসহ এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.