• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

1 month ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

13 minutes ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

35 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

1 hour ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

2 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

8 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

8 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

অষ্ট্ৰেলিয়া, ভাৰতে ক্ৰিকেটত কৰিব নোৱাৰা কাম কৰিলে স্পেইনে

editor by editor
August 17, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব, লেখা
0
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু
0
SHARES
734
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্যসমাপ্ত ফিফা বিশ্বকাপত চেম্পিয়নৰ খিতাপ অৰ্জন কৰা স্পেইনে ক্ৰিকেটৰ ফালে এইবাৰ মন মেলিছে। কেৱল মন মেলাই নহয়, ক্ৰিকেটত এনে এটা কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হৈছে যিটো অষ্ট্ৰেলিয়া বা ভাৰতৰ দৰে ক্ৰিকেটত অধিপত্য বিস্তাৰ কৰা দেশেও কৰিব পৰা নাই। স্পেইনে যিটো ৰেকৰ্ডৰ গৰাকী হ’বলৈ সক্ষম হৈছে হয়টো বহু ক্ৰিকেট অনুৰাগীয়ে শুনিলেও বিশ্বাস কৰিবলৈ টান পাব।

সম্প্ৰতি স্পেইনে আগন্তুক ২০২৮ T20 বিশ্বকাপ খেলাৰ মানসেৰে ইউৰো ছাব-ৰিজঅ’নেল কোৱালিফাৰ-চি পৰ্যায়ৰ টুৰ্নামেণ্ট খেলি আছে। টুৰ্নামেণ্টখনৰ এখন মেচত ফিনলেণ্ডক ৮ উইকেটত পৰাস্ত কৰাৰ লগে লগে স্পেইনে এক অনন্য কৃতিত্বৰ গৰাকী হয়। মেচখনত জয়লাভ কৰাৰ লগে লগে স্পেইনে একেৰাহে ২১খনকৈ আন্তঃৰাষ্ট্ৰীয় মেচত জয়লাভ কৰাৰ অনবদ্য ৰেকৰ্ডৰ গৰাকী হয়। এই ঐতিহাসিক জয়ৰ লগে লগে স্পেইনে ২০০৩ চনত ৰিকি পণ্টিঙৰ অধিনায়কত্বত বিশ্ব ক্ৰিকেটত দপদপাই থকা ‘অজেয়’ অষ্ট্ৰেলিয়া দলৰ ২৩ বছৰীয়া ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াই টেষ্ট আৰু এদিনীয়া মিলাই একেৰাহে ২০খন আন্তঃৰাষ্ট্ৰীয় মেচত জয়লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এতিয়া সেই অভিলেখ স্পেইনৰ নামত।

স্পেইনৰ নাম শুনিলেই সাধাৰণতে বুলফাইটিং, ফুটবল আৰু বাৰ্চিলোনা-ৰিয়েল মাদ্ৰিদৰ দৰে বিখ্যাত ক্লাবৰ কথা মনলৈ আহে। কিন্তু ক্ৰিকেটৰ ক্ষেত্ৰত দেশখনৰ উপস্থিতি তুলনামূলকভাৱে নতুন। তথাপিও স্পেইনৰ পুৰুষ ক্ৰিকেট দলে শেহতীয়াকৈ যি প্ৰদৰ্শন আগবঢ়াইছে, সেয়া সমগ্ৰ ক্ৰিকেট বিশ্বকে আচৰিত কৰি তুলিছে। বৰ্তমান ICCৰ টি-২০ ৰেংকিঙত ২৮ নম্বৰ স্থানত থকা স্পেইনৰ বাবে এই যাত্ৰা যেন এক ক্ৰিকেটীয় ৰূপকথা। ইউৰোপৰ কেইবাখনো এছ’চিয়েট দলৰ বিৰুদ্ধে স্পেইনে ধাৰাবাহিকভাৱে সফলতা লাভ কৰি আহিছে। T20 ক্ৰিকেটত আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰাৰ পিছত স্পেইনে এতিয়ালৈ মুঠ ৫০খন মেচ খেলিছে। আচৰিত হ’বলগীয়া কথাটো হৈছে স্পেইনে ইয়াৰে ৪১খন মেচতে জয়লাভ কৰিছে। আনহাতে, মাত্ৰ ৮খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে আৰু এখন মেচ ফলাফলহীন হৈ ৰৈছে। অৱশ্যে উচ্চমানৰ দলৰ বিৰুদ্ধে স্পেইনৰ এই অজেয় ধাৰা সহজেই ভংগ যে তাত কোনো সন্দেহ নাই। তথাপিও সমকক্ষৰ মাজৰ পৰা উজলি উঠা এনেবোৰ ঘটনাই ক্ৰিকেটৰ ক্ষেত্ৰতো দেশখনক আগুৱাই যাবলৈ প্ৰেৰণা যে দিব তাতো কোনো সন্দেহ নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CcricketSpain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
Next Post
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.