• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

4 years ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

21 minutes ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

1 hour ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

2 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

11 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

12 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

12 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

13 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

14 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

14 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

15 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

16 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ

editor by editor
March 14, 2022
in অসম, ৰাজনীতি
0
অসম বিধানসভা বাজেট অধিবেশন : প্ৰথম দিনাই সদনৰ পৰা বহিষ্কৃত বিধায়ক অখিল গগৈ
0
SHARES
212
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোমবাৰৰ পৰা অসম বিধানসভাৰ চলিত বৰ্ষৰ বাজেট অধিবেশন আৰম্ভ হৈছে৷ অধিবেশনৰ আজিৰ প্ৰথমটো দিনতে সদনৰ পৰা বহিষ্কাৰ হ’ল ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈ৷

বাজেট অধিবেশনৰ আৰম্ভণিৰ দিনটোৰ ৰাজ্যপালৰ বাজেট ভাষণৰ সময়তে নিজ আসনৰ পৰা থিয় হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক অখিল গগৈক সদনৰ পৰা বহিষ্কাৰ কৰে৷

উল্লেখ্য যে ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে বাজেট ভাষণ দি থকা সময়তে বিধায়ক অখিল গগৈয়ে ‘১০ মে’ৰ ভিতৰত ১ লাখ নিৱনুৱাক নিযুক্তি দিয়ক’ লিখা প্লে কাৰ্ড লৈ সদনৰ মজিয়াতে প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছিল৷

লগতে পঢ়ক কেন্সাৰ আৰু মানসিক বিকাৰগ্ৰস্ততাত আক্ৰান্ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন!

ৰাজ্যপালে বাজেট ভাষণত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলিও গুৰুতৰ অভিযোগ তুলি বিধায়ক গগৈয়ে প্ৰতিবাদ কৰি সদন উত্তাল কৰে৷ বিধায়ক গগৈয়ে তথ্যসহকাৰে ৰাজ্যপালে বাজেট ভাষণত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি গুৰুতৰ অভিযোগ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা ১ লাখ চাকৰিৰ নিযুক্তি কেতিয়া দিব বুলিও প্ৰশ্ন কৰিছিল৷

বিধানসভাৰ অধ্যক্ষই ৰাজ্যপালৰ ভাষণৰ পাছত তেওঁৰ ভাষণ ৰাখিবলৈ অনুৰোধ কৰিছিল যদিও ক্ষান্ত হোৱা নাছিল বিধায়ক অখিল গগৈ। ইয়াৰ পিছতে বাহিৰত ধৰ্ণা দিয়কগৈ বুলি মন্তব্য কৰি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক অখিল গগৈক বহিষ্কাৰ কৰে৷

বহিষ্কাৰ হোৱাৰ পিছতে সদনৰ বাহিৰত বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত ৰাজ্যপালে বাজেট ভাষণত মিছা কথা আৰু তথ্য সন্নিৱিষ্ট কৰা বুলি মন্তব্য কৰে৷

লগতে পঢ়ক  নতুন শিক্ষা নীতি মঞ্জুৰ কেন্দ্ৰীয় কেবিনেটৰ, নৱম মানৰ পৰাই আৰম্ভ হ’ব ছেমিষ্টাৰ পদ্ধতি

ইফালে, সদনৰ বাহিৰত বিধায়ক অখিল গগৈয়ে চৰকাৰে ১ লাখ চাকৰি নিযুক্তি আৰু ছয় জনগোষ্ঠী জনজাতিকৰণক লৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱা আৰু প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা বুলি গুৰুতৰ অভিযোগ কৰে৷

উল্লেখ্য যে ১ এপ্ৰিললৈকে চলিবলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
Next Post
যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু

যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু

উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.