• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

1 year ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

46 minutes ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

2 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

3 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

4 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

21 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

22 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

22 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

23 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

24 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

1 day ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

editor by editor
June 4, 2025
in ক্ৰীড়া, বিবিধ, ভাৰত
0
আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰ চি বিৰ ভিক্টৰী পেৰেডৰ পূৰ্বে ভয়াৱহ কাণ্ড, ৭ নিহত ৫০ আহত, নিহতৰ সংখ্যা বৃদ্ধিৰ আশংকা

কালি নিশা আৰ চি বিৰ বিজয়ৰ পাছতে সমগ্ৰ দেশতে আই চি বি অনুৰাগীৰ বিজয় উল্লাহ দেখিবলৈ পোৱা যায়। পাছে বেংগালুৰু এই ক্ষেত্ৰত কিছু অধিক ফুৰ্তি কৰা দেখা যায়। পাছে সেই বিজয় উল্লাহ আজি শোক সাগৰত পৰিণত।

বাংগালুৰু বিজয় দল যেতিয়া বাংগালুৰুত উপস্থিত হয় , তেতিয়া বাংগালুৰুৰ হাজাৰ হাজাৰ লোকে বিজয়ী দলটোক চাবলৈ ভিৰ কৰে। ১৮ বছৰৰ পাছত জয়ী হোৱাৰ ফলত যেন এই বিজয় উল্লাহ কিছু অধিক বৃদ্ধ পায়।

যাৰ ফলত হাজাৰ হাজাৰ লোকে দলটোক চাবলৈ ভিৰ কৰে বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়াম। কাৰণ সেই ষ্টেডিয়ামৰ পাৰই আৰম্ভ হোৱাৰ কথা আছিল ভিক্টৰি পেৰেডেৰ। যাৰ বাবে সকলোৱে গেটেৰে ষ্টিডিয়ামৰ ভিতৰ সোমাবলৈ চেষ্টা কৰোতেই লাগি যায় অথন্তৰ। দলটোৰ ভিক্টৰী পেৰেড আৰম্ভ হোৱাৰ পূৰ্বে মৃত্যুৰ পেৰেডলৈ ৰূপান্তৰ হয় সকলো।

পদপৃষ্ট হৈ অকাল মৃত্যুক আঁকোৱালী লয় আৰ চি বিৰ ৭ গৰাকীকৈ অনুৰাগীয়ে। ইয়াৰ বাহিৰে আন ৫০ গৰাকীমান লোক কম বেছি পৰিমানে আহত হয়। যাৰ ফলত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে।

মৃত্যু হোৱা ৭ লোকৰ ভিতৰত ২গৰাকী মহিলা বুলি জানিব পৰা গৈছে। আনহাতে সংকট জনক অৱস্থাত কেইবাগৰাকী লোকক হাস্পতালত ভৰ্তি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BengaluruBengaluru teamrcbVictory Pared
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত
জীৱনশৈলী

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
Next Post
গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

৫ জুনৰ পৰা এই ৫ ৰাশিয়ে ধন-সম্পত্তি আৰু সুখৰ উপহাৰ পাব, দিনবোৰ আনন্দত পাৰ হ’ব

৫ জুনৰ পৰা এই ৫ ৰাশিয়ে ধন-সম্পত্তি আৰু সুখৰ উপহাৰ পাব, দিনবোৰ আনন্দত পাৰ হ’ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.