• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

1 year ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

3 minutes ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

42 minutes ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

2 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

2 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

3 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

4 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

5 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

22 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

23 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

23 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

1 day ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

editor by editor
June 4, 2025
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰুতৰ অভিযোগত আটক বিজেপি নেতা, অসমৰ যুৱতীক নি কৰিছিল বেয়া ব্যৱসায়

মধ্যপ্ৰদেশৰ জবলপুৰৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন মণ্ডল সভাপতি অতুল চৌৰাছিয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। অসমৰ যুৱকতীক নি বেয়া ব্যৱসায়ত নিয়োজিত কৰাৰ অভিযোগত বৰ্তমানে আৰক্ষীয়ে আটক কৰিছে বিজেপি নেতাগৰাকীক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ধৰ্ষণ আৰু বেশ্যাবৃত্তিৰ দৰে গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নেতা গৰাকী। অসমৰ এগৰাকী ৩৩ বছৰীয়া ভুক্তভোগীৰ অভিযোগৰ পিছতে পোহৰলৈ আহে এই সমস্ত ঘটনা, লগতে আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰে।

এবছৰতকৈও অধিক সময় ধৰি বলপূৰ্বকভাৱে পণবন্দী কৰি ৰাখি দেহ ব্যৱসায়ৰ দৰে ব্যৱসায়ত ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অসমৰ যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে হোটেলৰ মালিক আৰু যুৱতীৰ বন্ধুৱেও কেইবাবাৰো ধৰ্ষণ কৰিছিল। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱতীগৰাকীৰ বন্ধুৰ সন্ধান আৰম্ভ কৰিছে।

আৰক্ষীয়ে বিজেপি নেতাগৰাকীৰ লগতে আন এগৰাকী মধুৰা ডুবে নামৰ এগৰাকী লোকক এই গোচৰত অভিযুক্ত কৰিছে। এই দুই লোকৰ কবলৰ পৰাই কোনোমতে অসমৰ যুৱতীগৰাকী পলাই গৈ আৰক্ষীৰ কাষ চাপি সমস্ত বিবৰি কোৱাতহে পোহৰলৈ আহে এই সমগ্ৰ ঘটনা।

যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, হোটেল মেনেজমেণ্টৰ কাম দিয়াৰ বুদ্ধিৰে হোটেললৈ নি ১ টা বছৰে ধৰি হোটেলৰ কোঠাত আৱদ্ধ কৰি ৰাখি দেহ ব্যৱসায় কৰিবলৈ বাধ্য কৰায়। লগতে হোটেলৰ মালিক মধুৰা ডুবে আৰু বিজেপি নেতা অতুল চৌৰাছিয়াই কেইবাবাৰো ধৰ্ষণ কৰে।

লগতে এই ব্যৱসায় কৰাৰ বিনিময়ত কোনোদিনে একো টকা নিদিয়াৰ লগতে কোনোদিনে বাহিৰলৈ আহিবলৈয়ো নিদিয়ে। উপৰঞ্চি ভয় আৰু ভাবুকি দি অত্যাতাৰ চলায় ১ বছৰে ধৰি। অৱশেষত কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় যুৱতী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bjp leaderKidnaping and rapeMadhya Pradesh BJP Leaderrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
Next Post
৫ জুনৰ পৰা এই ৫ ৰাশিয়ে ধন-সম্পত্তি আৰু সুখৰ উপহাৰ পাব, দিনবোৰ আনন্দত পাৰ হ’ব

৫ জুনৰ পৰা এই ৫ ৰাশিয়ে ধন-সম্পত্তি আৰু সুখৰ উপহাৰ পাব, দিনবোৰ আনন্দত পাৰ হ’ব

বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.