• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

12 months ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

8 minutes ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

32 minutes ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

59 minutes ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

2 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

3 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

4 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

5 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

5 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

6 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

15 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

16 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

editor by editor
June 4, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ
0
SHARES
793
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিবাহ পাশত আৱদ্ধ হিনা খান, ফটো দেখি বহুতেই দিলে আশীৰ্বাদ

ষ্টেজ থ্ৰী স্তন কেন্সাৰত আক্ৰান্ত অভিনেত্ৰী হিনা খানে আজি বিবাহ পাশত আৱদ্ধ হয়। দীৰ্ঘদিনীয়া প্ৰেমিক ৰকি জয়ছৱালৰ সৈতে বিবাহৰ বান্ধোনত বান্ধ খায় হিনা। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত বিবাহৰ ফটো শ্বেয়াৰ কৰি এই বিষয়ে জানিবলৈ দিয় হিনাই।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰকি জয়ছোৱালৰ সৈতে বিবাহৰ কেইবাখনো সুন্দৰ ফটো। হিনা খানে পঞ্জীয়নভুক্ত বিবাহ সম্পন্ন কৰে। বিয়াৰ বাবে পিন্ধা শাৰীৰ আঁচলত হিনাই লিখি লৈছিল নিজৰ আৰু স্বামীৰ নাম- ৰকি-হিনা।

The Guwahati Times | TV actress Hina Khan got married to her longtime  boyfriend Rocky Jaiswal in an intimate ceremony. On Wednesday (June 4), Hina  Khan shared... | Instagram

হিনা খানে নিজৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে, ‘দুখন ভিন্ন জগতৰ পৰা আমি প্ৰেমৰ বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰিলোঁ। আমাৰ মতানৈক্যবোৰ নাইকিয়া হৈ গ’ল, হৃদয়বোৰ এক হৈ পৰিল, আজীৱন স্থায়ী হৈ থকা এটা বন্ধনৰ সৃষ্টি হল। আমি আমাৰ ঘৰ, আমাৰ পোহৰ, আমাৰ আশা আৰু একেলগে আমি সকলো বিপদ অতিক্ৰম কৰোঁ। আজি আমাৰ মিলন প্ৰেম আইনত চিৰদিনৰ বাবে ছীল কৰা হৈছে। আমি আপোনাৰ আশীৰ্বাদ আৰু শুভেচ্ছা বিচাৰিছো।’

The Guwahati Times | TV actress Hina Khan got married to her longtime  boyfriend Rocky Jaiswal in an intimate ceremony. On Wednesday (June 4), Hina  Khan shared... | Instagram

উল্লেখ্য যে, হিনাৰ কঠিন সময়ত সদায়ে কাষত আছিল ৰকি জয়ছৱাল। দুয়োৰ প্ৰেম বহু দিনীয়া। ৰকি জয়ছৱালৰ প্ৰকৃত নাম জয়ন্ত জয়ছৱাল। ৰকি এজন সুপৰিচিত টেলিভিছন প্ৰযোজক আৰু ব্যৱসায়ী। বহু টিভি শ্ব’ত পৰ্দাৰ আঁৰত কৰা কামৰ বাবে তেওঁ খ্যাতি অৰ্জন কৰিছে।

Hina Khan marries her longtime boyfriend Rocky Jaiswal after more than a  decade of dating | See Photos | Tv News – India TV

হিনাৰ সৈতে তেওঁৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ‘য়েহ ৰিস্তা ক্যা কেহলাতা হ্যে’ৰ চেটত। ধাৰাবাহিকখনত হিনা মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hina KhanmarriageTV Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!
জীৱনশৈলী

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

May 20, 2026
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!
জীৱনশৈলী

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

May 20, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
Next Post
মায়ংকৰ ভাগ্য, মাৰ্চত দৰ্শক হৈ খেল চাইছিল আই চি বিৰ খেল, জুনত সেই দলৰেই হৈ তুলি ধৰে পদক

মায়ংকৰ ভাগ্য, মাৰ্চত দৰ্শক হৈ খেল চাইছিল আই চি বিৰ খেল, জুনত সেই দলৰেই হৈ তুলি ধৰে পদক

IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.