• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

1 year ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

33 minutes ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

1 hour ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

2 hours ago
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

4 hours ago
বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

বিষ হ’লেই বিষনাশক ঔষধ সেৱনৰ অভ্যাস? তেন্তে সাৱধান!

5 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

7 hours ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

7 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

7 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

8 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?

editor by editor
June 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
IPLৰ ট্ৰফি জয়ৰ উৎসৱত ১১ জনৰ মৃত্যু, প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কোহলিয়ে, মুখ খুলিলে আৰ চিবিয়েও, কি কৈছে বিৰাটে?
0
SHARES
2.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাট কোহলীয়ে ১৮ বছৰৰ মূৰত প্ৰথ আই পি এল জয়ৰ ,সোৱাদ লাভ কৰিছে৷ বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত বিজয় উৎসৱৰ আয়োজনো কৰা হৈছিল৷ এই বিজয় উৎসৱেই কিন্তু দুখৰ বতৰা কঢ়িয়াই আনিছে৷ বিজয় উৎসৱত যোগ দিবলৈ গৈ পদপিষ্ট হৈ নিশাৰ ভাগলৈকে প্ৰায় ১১জনে প্ৰাণ হেৰুৱাইছে৷ আহত হৈছে প্ৰায় ৩৩ গৰাকীকৈ লোক৷

বুধবাৰে বিয়লি বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত মৰ্মান্তিক ঘটনাৰ পাছতো ষ্টেডিয়ামৰ ভিতৰত চলিছে উৎসৱ৷ এই বিষয়ক লৈ সমগ্ৰ দেশজুৰি উত্থাপিত হৈছে প্ৰশ্ন৷ অৱশেষত এই ঘটনাৰ ৬ ঘণ্টাৰ পাছত বিবৃতি দিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কৰ্তৃপক্ষই৷ মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণো ঘোষণা কৰিছে কৰ্ণাটক ষ্টেট ক্ৰিকেট এছোচিয়েছনে৷

বুধবাৰে বিয়লি চাৰে ৪ বজাত চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্ট হৈ মৃত্যু হৈছে ১১ জন আৰ চি বি সমৰ্থকৰ৷ আহত হৈছে ৩৩ জন৷ এই ঘটনাৰ পূৰ্বৰে পৰাই দূৰত্ব তৈয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে৷ বিজয় উৎসৰ উদ্যোক্তা আৰ চি বি কৰ্তৃপক্ষই দিয়া সেই বিবৃতি সামাজিকমাধ্যমত ভাগ কৰি কোহলিয়ে লিখিছে, ‘ভাষা বিচাৰি পোৱা নাই৷ অত্যন্ত হৃদয় বিদাৰক৷’

আৰ চি বিৰ বিবৃত্তিত কোৱা হৈছে, ‘বিয়লি দলৰ সদস্যসকল উভতি অহাৰ সময়ত বিশাল জনসমাগম হৈছিল বাংগালুৰুত৷ আমি সংবাদমাধ্যমত প্ৰকাশিত বিভিন্ন প্ৰতিবেদনৰ পৰা জানিব পাৰিছো সেই জনসমাগমতেই মৰ্মান্তিক ঘটনা ঘটিছে৷ এই ঘটনাক লৈ আমি গভীৰভাৱে মৰ্মাহত৷ সকলোৰে নিৰাপত্তা আৰু সুস্থতা আমাৰ ওচৰত অত্যন্ত গুৰুত্বপূৰ্ণ৷ আৰ চি বি কৰ্তৃপক্ষ মৰ্মান্তিক প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে৷ ক্ষতিগ্ৰস্থ পৰিয়ালসমূহক আন্তৰিক সমবেদনা জনাইছো৷’ আৰ চি বি কৰ্তৃপক্ষৰ বিবৃতিত আৰু লিখিছে, ‘ঘটনাৰ কথা জনাৰ লগে লগে আমি দ্ৰুত কৰ্মসূচী পৰিবৰ্তন কৰিছো৷ স্থানীয় প্ৰশাসনৰ নিৰ্দেশ আৰু পৰামৰ্শমতে পদক্ষেপ গ্ৰহণ কৰিছো৷ সকলো সমৰ্থকক নিৰাপদে থাকিবলৈ অনুৰোধ কৰিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ
বিনোদন

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!
বিশ্ব

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

September 10, 2026
অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক
জীৱনশৈলী

অলপতে খং উঠে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

September 10, 2026
Next Post
১৩৯ দিনৰ বাবে বক্ৰী হ’ব শনি, শনিৰ ৰোষত পৰিব এই ৫ৰাশিৰ জাতক, বিপদ কাৰ কাৰ সন্মুখত?

১৩৯ দিনৰ বাবে বক্ৰী হ’ব শনি, শনিৰ ৰোষত পৰিব এই ৫ৰাশিৰ জাতক, বিপদ কাৰ কাৰ সন্মুখত?

অভাৱনীয় হাৰত বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্ব! পুৰুষে মাত্ৰ ১৫ দিন খালেই লাভ কৰিব ফলাফল

অভাৱনীয় হাৰত বাঢ়িব শুক্ৰাণু, দূৰ হ’ব বন্ধ্যাত্ব! পুৰুষে মাত্ৰ ১৫ দিন খালেই লাভ কৰিব ফলাফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.