• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

2 years ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

9 minutes ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

51 minutes ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

2 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

3 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

3 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

4 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

5 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

7 hours ago
কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

কেৱল ভাগৰেই নহয়, অনিদ্ৰায়ো বিষ সৃষ্টি কৰিব পাৰে শৰীৰত

7 hours ago
বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

বিপদ আগতে আহে নেকি ছেপ্তেম্বৰত জন্মা লোকৰ? জানক ভাগ্য আৰু স্বভাৱৰ বিষয়ে

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ২০২৬ চনত কি কি বিপদ আহিব পাৰে?

8 hours ago
বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদেশী নহয়, গ্ৰহণ কৰক স্বদেশী! বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

editor by editor
January 15, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কুম্ভমেলাৰ ওপৰত ৫০ বছৰ পূৰ্বে ষ্টীভ জবছে লিখা এখন চিঠি কেইবা কোটি টকাত নিলাম

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত মহা কুম্ভ ২০২৫ত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছে এপলৰ সহ-প্ৰতিষ্ঠাপক ষ্টিভ জবছৰ পত্নী লৰেন পাৱেল জবছ। ইফালে ১৯৭৪ চনত ষ্টিভ জবছে কুম্ভ সন্দৰ্ভত লিখা এখন চিঠি আলোচনাৰ বিষয় হৈ পৰিছে।

এই পত্ৰত জবছে কুম্ভ মেলাৰ প্ৰতি আগ্ৰহ আৰু ভাৰত ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰিছিল। শেহতীয়াকৈ ইয়াক বনহামছে ৫,০০,৩১২ মাৰ্কিন ডলাৰত নিলাম হৈছে। যি ভাৰতীয় হিচাপত প্ৰায় ৪.৩২ কোটি টকাত নিলাম হৈছে।

জবছে এই চিঠিখন তেওঁৰ শৈশৱৰ বন্ধু টিম ব্ৰাউনলৈ লিখিছিল ১৯৭৮ৰ ২৩ ফেব্ৰুৱাৰীত, যেতিয়া তেওঁৰ বয়স আছিল ১৯ বছৰ। এই চিঠিখন পোহৰলৈ অহাৰ পাছত ষ্টিভ জবছৰ পত্নী পাৱেলে স্বামীৰ ইচ্ছা পূৰণৰ বাবে মহাকুম্ভলৈ আহিছে বুলি কথা ওলাইছে।

ষ্টিভ জবছে চিঠিখনত লিখিছে, “মই এতিয়া লছ গেটছ আৰু চান্টা ক্ৰুজৰ মাজৰ পাহাৰৰ এখন ফাৰ্মত বাস কৰি আছো, এপ্ৰিলৰ পৰা আৰম্ভ হোৱা কুম্ভ মেলাৰ বাবে মই ভাৰতলৈ যাব বিচাৰো। “মই মাৰ্চ মাহৰ কোনোবা এটা সময়ত যাম, যদিও এতিয়াও নিশ্চিত নহয়।” চিঠিখনৰ শেষত তেওঁ লিখিছিল “শান্তি, ষ্টিভ জবছ”।

উল্লেখ্য যে, বৰ্তমানে ষ্টিভ জবছৰ পত্নী লৰেন পাৱেলে নিজৰ ৪০ জনীয়া দলৰ সৈতে প্ৰয়াগৰাজত উপস্থিত হৈছে। মহাকুম্ভলৈ অহাৰ লগে লগে তেওঁৰ গুৰু স্বামী কৈলাশানন্দই তেওঁক হিন্দু ধৰ্ম প্ৰদান কৰি ‘কমলা’ নাম দিয়ে। বৰ্তমানে কমলা তথা লৰেন ধ্যান, ক্ৰিয়াযোগ, প্ৰাণায়মৰ দৰে আধ্যাত্মিক অনুশীলনত অংশগ্ৰহণ কৰি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: kumbh melaMaha KumbhPrayagraj
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’
বিনোদন

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

September 1, 2026
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ
জীৱনশৈলী

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

September 1, 2026
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা
ভাৰত

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

September 1, 2026
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

September 1, 2026
Next Post
কাইলৈ আয়ুষ্মান যোগৰ সৈতে গজকেশৰী যোগ, ​​৫টা ৰাশিৰ বাবে অপাৰ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনিব

কাইলৈ আয়ুষ্মান যোগৰ সৈতে গজকেশৰী যোগ, ​​৫টা ৰাশিৰ বাবে অপাৰ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনিব

বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ

বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.