• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক…

চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক…

4 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

3 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

4 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

4 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

5 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

5 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

6 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

7 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

7 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

8 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

9 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

9 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক…

editor by editor
November 4, 2022
in বিজ্ঞান, স্বাস্থ্য
0
চেম্পু ব্যৱহাৰ কৰোতে সাৱধান! এইকেইবিধ চেম্পুৱেই কৰ্কটৰ কাৰক…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ধুলিৰ বতৰ আহিছে। দুদিনৰ মূৰে মূৰে চেম্পু নকৰিলেই নহয়। চেম্পু কৰোতে সময় লাগে সেয়ে বহুতেই এতিয়া ড্ৰাই চেম্পুকেই ব্যৱহাৰ কৰে। কিন্তু ড্ৰাই চেম্পু ব্যৱহাৰ কৰোতে চুলিৰ ক্ষতি হয় নেকি? চুলিৰ ক্ষতিৰ বাহিৰেও বহু ৰোগৰ কাৰক হৈছে ড্ৰাই চেম্পু বুলি গৱেষণাৰ অন্তত পোহৰলৈ আহিছে। ড্ৰাই চেম্পুত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী যৌগ বেঞ্জিন। গৱেষকসকলে প্ৰায় ৩৪ টা সংস্থাৰ ড্ৰাই চেম্পু পৰীক্ষা কৰি ৭০ শতাংশ বেঞ্জিন পোৱা বুলি প্ৰকাশ কৰিছে। এই ৰাসায়নিক লিউকেমিয়াৰ কৰ্কট ৰোগৰ কাৰক বুলি দাবী কৰিছে বিজ্ঞানীমহলে।

‘নট ইয়ৰ মাদাৰছ’ নামৰ এটা জনপ্ৰিয় চেম্পু প্ৰস্তুতকাৰক সংস্থাই ড্ৰাই চেম্পুত আটাইতকৈ বেছি পৰিমানে বেনজিন পোৱা গৈছে। ইয়াৰোপৰিও বাতিস্ত, চান বাম আদি বহুকেইটা সংস্থাৰ ড্ৰাই চেম্পুত এইধৰণৰ ৰাসায়নিক পদাৰ্থ পোৱাৰ কথা উল্লেখ কৰিছে বিজ্ঞানীৰ দলটোৱে। ইতিমধ্যে বহুকেইটা সংস্থাৰ চেম্পু বিক্ৰি বন্ধ কৰিছে পৰীক্ষাকাৰী দলটোৱে। ইপিনে কিছুদিন পূৰ্বে ডাভ, ট্ৰেছমি আদি বহুকেইবিধ চেম্পুতো পোৱা গৈছিল বেঞ্জিন।

উল্লেখ্য যে এফডিএ-ৰ পৰা জনোৱা অনুসৰি ড্ৰাই চেম্পুত বেঞ্জিনৰ ওপৰিও প্ৰপেইন আৰু বিউটেন ব্যৱহাৰ কৰা হয়। এই উপাদানকেইটা পেট্ৰলিয়ামৰ পৰা পোৱা যায়। পেট্ৰলিয়ামৰ বিভিন্ন উপজাত পদাৰ্থৰ মাজত অশুদ্ধি হিচাপে থাকে বেঞ্জিন। এই বেঞ্জিনে মানৱ শৰীৰত বিভিন্ন ৰোগৰ কাৰক বুলিও বিজ্ঞানীয়ে দাবী কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!
জীৱনশৈলী

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

August 18, 2026
Next Post
সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? ‘বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে…

সৰ্বা ডাঙৰীয়া এয়া কি হৈছে? 'বন্ধু’ ৰ প্ৰিমিয়াৰ শ্ব’ত বিকৃত জাতীয় সংগীত শুনি নেটিজেনে সুধিছে...

অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.