• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই

এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই

2 years ago
বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

29 minutes ago
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

1 hour ago
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

2 hours ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

14 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

15 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

15 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

16 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

17 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

18 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

19 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

19 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই

এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে যদি সফল হ’বই

editor by editor
April 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
এই ৪ অভ্যাসেই দিয়ে সফলতাৰ গেৰেণ্টি, আপোনাৰ যদি এই ৪ অভ্যাস আছে সফল হ’বই
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সাফল্যৰ চূড়াত উপনীয় হ’বলৈ কোনে নিবিচাৰে! কিন্তু ইচ্ছা থাকিলেও সকলোৰে বাবে এয়া সম্ভৱ হৈ নুঠে৷ নিৰন্তৰ চেষ্টা চলাইয়ো বহুতে সফল হ’ব নোৱাৰে৷ নিজৰ লক্ষ্যৰ প্ৰতি দৃষ্টি স্থিৰ ৰাখি মন শান্ত কৰিলে কামত সফলতা পোৱা যায়৷ কি কি অভ্যাস আমি নিজৰ মাজত গঢ়ি তুলিলে সফলতা অৰ্জনৰ পথ সুগম হ’ব জানি থওক সবিশেষ৷

কঠোৰ পৰিশ্ৰম

কথাতেই কয় পৰিশ্ৰমৰ কোনো বিকল্প নাই৷ সাফল্য লাভ কৰাৰ আববে সকলোতকৈ জৰুৰী হৈছে পৰিশ্ৰম কৰা৷ মনত ৰাখিব পৰিশ্ৰম অবিহনে সাফল্য লাভ কেতিয়াও সম্ভৱ নহয়৷ সেয়ে নিজৰ লক্ষ্য স্থিৰ কৰি সেয়া অৰ্জন কৰিবৰ বাবে চেষ্টা চলাই যাব৷ পৰিশ্ৰমৰ বলতেই জীৱন পথৰ সকলো বাধাই দূৰ হ’ব৷

ব্যৰ্থতাক চেলেঞ্জ হিচাপে লওক

ব্যৰ্থতাক চেলেঞ্জ হিচাপে লোৱাটোৱে সাফল্য লাভৰ অন্যতম উপায়৷ ব্যৰ্থতা আমাৰ জীৱনলৈ আহেই৷ সেই ব্যৰ্থতাত ভাঙি নপৰি ব্যৰ্থতাক চেলেঞ্জ হিচাপে লৈ আগবাঢ়ক৷ জীৱনৰ কঠিন সময় আহিলে ভয় নকৰি মুখামুখি হওক৷ ব্যৰ্থতাক চেলেঞ্জ হিচাপে লৈ আগুৱাই যাওক৷

পজিটিভ চিন্তা

যিমানেই বেয়া সময় আহক মনৰ মাজত নিগেটিভ চিন্তা আহিবলৈ নিদিব৷ কঠিন সময়ত মনৰ মাজত নানান ধৰণৰ বেয়া চিন্তা আহিব পাৰে৷ আপোনাৰ মনত যদি এই চিন্তা আহে তেন্তে আপুনি সাফল্য লাভৰ যোগ্য নহয়৷ পজিটিভ এটিটিউড থাকিলে আপুনি সফল হ’বই৷ পজিটিভ চিন্তাই আপোনাক বহু দূৰ আগুৱাই নিব৷

সময়ৰ সঠিক ব্যৱহাৰ

সময়ক সঠিকভাৱে ব্যৱহাৰ কৰাটোও এক বিশেষ দক্ষতা৷ সময়ৰ সঠিক ব্যৱহাৰ কৰা লোকক কোনোৱে সফলতাৰ পথৰ পৰা আঁতৰাই দিব নোৱাৰে৷ কোনো জৰুৰী কাম কৰাৰ বাবে আপোনাৰ হাতত সময় নাই সেই কথা কেতিয়াও মনত নানিব৷ কোনটো কাম কোন সময়ত কৰিব সেই বিষয়তো গুৰুত্ব ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই
বিনোদন

বিশ্বৰ কোনেও কৰিব নোৱাৰা কাম কৰিলে ৰবীন্দ্ৰ জাদেজাই

August 18, 2026
মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!
ভাৰত

মুখ্যমন্ত্ৰীকো গ্ৰেপ্তাৰ কৰিবলৈ ভয় নকৰা ‘লেডী সিংহাম’ৰ ডি ৰূপাৰ কাহিনী!

August 18, 2026
ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ
জীৱনশৈলী

ব্যৱসায়, চাকৰিত নতুন সুযোগ; আৰ্থিক সঁহাৰিকে ধৰি আছে নতুন খবৰ

August 18, 2026
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
Next Post
কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, বজৰংবলীৰ কৃপাত সকলো পৰীক্ষাতে ভাল ফল পাব এই ৫ ৰাশিৰ জাতকে

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

এটা পেনড্ৰাইভ, ৩ হাজাৰ অশ্লী* ভিডিঅ’! দেশৰ সৰ্ববৃহৎ ছে* স্কেণ্ডেলত বিজেপিৰ সহযোগী দল JD(S)ৰ নেতা প্ৰজ্বল ৰেভান্না

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.