• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

2 years ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

59 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

1 hour ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

2 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

3 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

6 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

6 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি

editor by editor
July 19, 2024
in বিবিধ, ভাৰত, লেখা
0
৫বছৰ পাছত কৰ্কটত সূৰ্য-শুক্ৰৰ যুঁটি, সাফল্যৰ জোৱাৰত তিনি ৰাশি
0
SHARES
700
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কট ৰাশিত বিচৰণ কৰিছে সূৰ্য আৰু শুক্ৰই৷ জ্যোতিষ অনুসৰি সূৰ্য মান-সন্মান, পিতা, পদ প্ৰতিষ্ঠা আৰু চৰকাৰী চাকৰিৰ কাৰক গ্ৰহ৷ অন্যহাতে শুক্ৰ সুখ, সৌভাগ্য, উন্নতিৰ কাৰক গ্ৰহ৷ কৰ্কটত এই দুই ৰাশিৰ যুঁটিয়ে সমস্ত ৰাশিৰ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰিব৷ জ্যোতিষ অনুসৰি শুক্ৰ আৰু সূৰ্যৰ যুঁটিৰ ফলত শুক্ৰাদিত্য ৰাজযোগ তৈয়াৰ হয়৷ এই ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব৷ সুখ সৌভাগ্য বাঢ়িব৷

মিথুন ৰাশি

জ্যোতিষ গণনা অনুসৰি মিথুন ৰাশিৰ জাতকৰ বাবে সূৰ্য আৰু শুক্ৰৰ যুঁটিৰ ফলত সৃষ্ট শুক্ৰাদিত্য যোগ কোনো আশীৰ্বাদতকৈ কম নহয়৷ আপোনাৰ গোচৰ কোষ্ঠীৰ ধন আৰু বাণী স্থানত এই যুঁটি তৈয়াৰ হৈছে৷ আকস্মিক ধনলাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ব্যৱসায়ত সফলতা অৰ্জন কৰিব পাৰিব৷ প্ৰচুৰ পৰিমাণে আমদানি বৃদ্ধি পাব পাৰে৷ ইয়াৰ ফলত বেংক বেলেন্স বাঢ়িব এই ৰাশিৰ জাতকৰ৷ পাবলগীয়া ধন লাভ কৰিব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব৷ ব্যৱসায়ীয়ে ভাল অৰ্ডাৰ পাব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে শুক্ৰ আৰু সূৰ্যৰ যুঁটি লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ লগ্ন স্থানত এই যুঁটি তৈয়াৰ হ’ব৷ ইয়াৰ প্ৰভাৱত সমস্ত কামত সফলতা লাভ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ যোগ্যতা বৃদ্ধি হ’ব এই ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ কোনো সদস্যৰ পৰা সুসংবাদ পাব পাৰে৷ সূৰ্যৰ কৃপাত আত্মবিশ্বাস বাঢ়িব৷ বিবাহিত জাতকৰ বাবে এই সময় অসাধাৰণ৷ অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷

কন্যা ৰাশি

শুক্ৰাদিত্য যোগ কন্যা ৰাশিৰ জাতকৰ বাবে শুভ ফলদায়ী প্ৰমাণিত হ’ব৷ আপোনাৰ গোচৰকোষ্ঠীৰ আয় আৰু লাভৰ স্থানত এই যোগ তৈয়াৰ হ’ব৷ অসাধাৰণ হাৰত আয় বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ আনকি আয়ৰ নতুন নতুন উৎস পাব৷ জীৱনযাপন প্ৰণালীত পৰিবৰ্তন দেখা যাব৷ সামাজিক পৰিসৰ আৰু মান সন্মান বাঢ়িব৷ লগ্নিৰ দ্বাৰা লাভৰ যোগ আছে এই ৰাশিৰ জাতকৰ৷ সন্তানৰ সৈতে সম্পৰ্কযুক্ত কোনো সংবাদ পাব পাৰে৷ আপোনাৰ সমস্ত ইচ্ছাপূৰণ হ’ব৷ অৰ্থ সঞ্চয়ত সফল হ’ব এই ৰাশিৰ জাতকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

October 2, 2026
Next Post
১৫ আগষ্ট পৰ্যন্ত সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

১৫ আগষ্ট পৰ্যন্ত সূৰ্যৰ ওপৰত ৰাহুৰ পঞ্চম দৃষ্টি, সাৱধানে কাম কৰক এই ৩ৰাশিৰ জাতকে

চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

চীন এৰিছে ধনী লোকে, অৰ্থ লৈ দেশৰ পৰা কেনেকৈ উধাও হৈছে চীনৰ ধনবানসকল? 

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.