• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

2 years ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

5 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

5 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

6 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

7 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

7 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

8 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

8 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

10 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

10 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

11 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

12 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত

editor by editor
July 12, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কৰ্কটত ত্ৰিগ্ৰহী যোগ, ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, প্ৰেম জীৱনত ৰোমান্স চৰম পৰ্যায়ত
0
SHARES
19.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৰ্থ আৰু বৈভৱৰ কাৰক গ্ৰহ শুক্ৰ আৰু বুদ্ধি, বিচক্ষণতাৰ অধিপতি গ্ৰহ বুধে বৰ্তমান কৰ্কট ৰাশিত বিৰাজ কৰিছে৷ এইবাৰ এই ৰাশিত সূৰ্যৰ প্ৰৱেশৰ সৈতে গঠিত হ’ব ত্ৰিগ্ৰহী যোগ৷ ২৯ জুনৰ পৰা বুধ আৰু ৭ জুলাইৰ পৰা শুক্ৰই কৰ্কট ৰাশিত ভ্ৰমণ কৰিছে৷ ১৬ জুলাইত চন্দ্ৰৰ আধিপত্যযুক্ত ৰাশি কৰ্কটত সূৰ্যৰ প্ৰৱেশ হ’ব৷ যাৰ ফলত কৰ্কট ৰাশিত সূৰ্য, শুক্ৰ আৰু বুধৰ যুঁটি তৈয়াৰ হ’ব৷ এই তিনি গ্ৰহই একত্ৰিত হ’লে ত্ৰিগ্ৰহী যোগ৷ জ্যোতিষে জনোৱা অনুসৰি কৰ্কট ৰাশিত সৃষ্ট এই ত্ৰিগ্ৰহী যোগ বেছ কিছু ৰাশিৰ বাবে শুভ৷ ইয়াৰ প্ৰভাৱ কোন কোন ৰাশিৰ ভাগ্যোন্নতি হ’ব জানি থওক সবিশেষ৷

মিথুন ৰাশি

জ্যোতিষ গণনা অনুসৰি কৰ্কট ৰাশিত সৃষ্ট ত্ৰিগ্ৰহী যোগ কৰ্কট ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব৷ আপোনাৰ মনত মাজত ইতিবাচক চিন্তাভাৱনা থাকিব৷ সমস্ত কামত অগ্ৰণী ভূমিকা পালন কৰিব৷ আনকি সূৰ্য, বুধ আৰু শুক্ৰৰ ত্ৰিফলাত আপোনাৰ মনত ধৰ্মীয় আৱেগ বাঢ়িব৷ ধৰ্ম-কৰ্মত লিপ্ত হ’ব৷ স্বাস্থ্য ভালে থাকিব৷

কৰ্কট ৰাশি

ত্ৰিগ্ৰহী যোগে কৰ্কটৰ জাতকসকলক অনুকূল ফলাফল প্ৰদান কৰিব৷ ৰাশিৰ লগ্নিত এই যোগ গঢ়ি উঠিব, যাৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকৰ উন্নতিৰ পথ প্ৰশস্ত হ’ব৷ আনকি অবিবাহিত জাতকে বিয়াৰ প্ৰস্তাৱ পাব পাৰে৷ প্ৰেমৰ সম্পৰ্ক মধুৰ হ’ব৷ অংশীদাৰীৰ কামত লাভাম্বিত হ’ব পাৰে এই ৰাশিৰ জাতক৷ পৰিকল্পনাত সফল হোৱাত মুখত ফুটি উঠিব হাঁহি৷

সিংহ ৰাশি

তিনি গ্ৰহৰ যুঁটি সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ গ্ৰহৰ গতি পৰিবৰ্তনৰ ফলত এই ৰাশিৰ জাতকৰ ধৰ্মীয় কামত ৰুচি বাঢ়িব৷ আৰ্থিক জীৱনত স্থায়ীত্ব দেখা যাব৷ ব্যয় নিয়ন্ত্ৰণ কৰা অত্যন্ত জৰুৰী৷ প্ৰেম জীৱনৰ বাবে সময় অনুকূল৷ প্ৰেমিক-প্ৰেমিকাৰ মাজত ৰোমান্স চৰম পৰ্যায়ত থাকিব৷ কঠিন সময়ত পৰিয়ালৰ সদস্যসকলক কাষত পাব৷

তুলা ৰাশি

ত্ৰিগ্ৰহী যোগ তুলা ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব৷ কাম আৰু ব্যৱসায়ত উন্নতি হ’ব৷ এই ৰাশিৰ বেকাৰ যুৱকে নতুন চাকৰি পাব পাৰে৷ অৰ্থ সঞ্চয় কৰা সহয় হ’ব৷ উৎসাহ আৰু অন্য লাভৰ মাধ্যমেৰে আয় বৃদ্ধি হ’ব৷ কেৰিয়াৰত ইতিবাচক পৰিবৰ্তন দেখা যাব এই সময়ত৷ সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ ব্যৱসায় লাভৰ প্ৰৱল সম্ভাৱনা আছে৷ পিতৃৰ সৈতে সম্পৰ্ক উন্নতি হ’ব৷

বৃশ্চিক ৰাশি

বুধ, শুক্ৰ আৰু সূৰ্যৰ যুঁটি বৃশ্চিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত  লাভজনক৷ আয় বৃদ্ধিৰ একাধিক নতুন উৎস বিচাৰি পাব এই ৰাশিৰ জাতকে৷ এই মাহত সমস্ত কামত সাফল্য লাভ কৰিব পাৰিব৷ কেৰিয়াৰৰ বাবে সময় অনুকূল৷ চাকৰিয়াল জাতকে নতুন দায়িত্ব পাব পাৰে৷ প্ৰেমিক-প্ৰেমিকাই ভাল সময় কটাব৷ দাম্পত্য জীৱনত সুখেৰে পাৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ
বিনোদন

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

July 24, 2026
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক
জীৱনশৈলী

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

July 24, 2026
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
Next Post
ভূমিস্খলন, চকুৰ পচাৰতে হেৰাই গ’ল ৬৩গৰাকী যাত্ৰী, ক’ত এই ঘটনা?

ভূমিস্খলন, চকুৰ পচাৰতে হেৰাই গ’ল ৬৩গৰাকী যাত্ৰী, ক’ত এই ঘটনা?

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ কনিষ্ঠ পুত্ৰৰ বিয়া, জানক বিয়াৰ সময়, অভ্যৰ্থনালৈ কাক কেতিয়া মাতিছে?

এছিয়াৰ আটাইতকৈ ধনী ব্যক্তিৰ কনিষ্ঠ পুত্ৰৰ বিয়া, জানক বিয়াৰ সময়, অভ্যৰ্থনালৈ কাক কেতিয়া মাতিছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.