• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

2 weeks ago
কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

কন্যাৰ নামত প্ৰতিদিনে মাথো ১২১ টকা জমা কৰক, বিবাহৰ সময়ত লাভ কৰক ২৭ লাখ টকা

4 hours ago
জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

জুলাই মাহত ডাঙৰ বিপদত পৰিব পাৰে ৪ ৰাশিৰ লোক, সন্মুখীন হ’ব প্ৰত্যাহ্বানৰ

4 hours ago
এইবাৰ আন এখন চৰকাৰৰ চমক,  প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

এইবাৰ আন এখন চৰকাৰৰ চমক, প্ৰতিটো পৰিয়াললৈ ১০ লাখ টকাৰ স্বাস্থ্য বীমা

5 hours ago
লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

লৰ্ডছৰ ভাৰত-ইংলেণ্ডৰ তৃতীয় টেষ্ট মেচত দেখা পোৱা যাব পাৰে বিৰাটক, পোৱা গৈছে ইংগিত

6 hours ago
ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

ডিজিটেল পেমেণ্ট, এতিয়া এপ নোহোৱাকৈ ঘড়ী, টিভি, বাহনৰ দ্বাৰাই হ’ব কাম

7 hours ago
নীতিশ কুমাৰৰ নিৰ্বাচন বিশেষ অফাৰ- চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণ

নীতিশ কুমাৰৰ নিৰ্বাচন বিশেষ অফাৰ- চৰকাৰী চাকৰিত মহিলাৰ বাবে ৩৫ শতাংশ সংৰক্ষণ

7 hours ago
কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

কৰ্কট ৰাশিত সূৰ্যৰ গোচৰে জুলাই মাহত ৪ ৰাশিৰ জীৱনলৈ আনিব প্ৰেমৰ জোৱাৰ

8 hours ago
ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

ধুবুৰীত ভয়ংকৰ দুৰ্ঘটনা, দ’ খাৱৈত ট্ৰাক বাগৰি প্ৰাণ হেৰুৱালে ৪জনে

8 hours ago
হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ভগৱানৰ দূত হৈ আহিছে এটা কুকুৰ! পোষ্য কুকুৰটোৰ তৎপৰতাতেই প্ৰাণৰক্ষা ৬৭জন লোকৰ

9 hours ago
এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

এই ৪ ৰাশিৰ পৰা সাৱধান, দৰকাৰত নিজৰ ভায়েক-ভনীয়েককো ঠগিব পাৰে

10 hours ago
মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

মস্তিষ্কৰ বিশ্ৰামৰ দৰকাৰ! আপুনি মানসিকভাৱে ক্লান্ত কেনেকৈ বুজিব?

10 hours ago
জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

জুলাই মাহত ডাঙৰ বিপদ এই ৪ৰাশিৰ, এটাৰ পাছত আনটো চেলেঞ্জ আহিব আপোনাৰ সন্মুখত

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন

editor by editor
June 21, 2025
in Uncategorized
0
ভয়ংকৰ শক্তি বাঢ়িছে গ্ৰহৰাজ সূৰ্যৰ! ৫ ৰাশিৰ ফুলিব কঁপাল, হাতলৈ আহিব ধন
0
SHARES
9.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
গ্ৰহৰাজ সূৰ্যই ২২ জুনত আৰ্দ্ৰ নক্ষত্ৰত গোচৰ কৰিব আৰু ৬ জুলাই পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আৰ্দ্ৰ নক্ষত্ৰ ২৭ টা নক্ষত্ৰৰ চিৰিজৰ ষষ্ঠ স্থানত অৱস্থিত আৰু এই নক্ষত্ৰৰ দেৱতা হৈছে ৰুদ্ৰ আৰু অধিপতি হৈছে ৰাহু৷
জ্যোতিষশাস্ত্ৰ অনুসৰি যেতিয়া সূৰ্যই আৰ্দ্ৰ নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যই এই নক্ষত্ৰত প্ৰৱেশ কৰাৰ লগে লগেই বৃষ্টিপাতৰ সম্ভাৱনা আৰম্ভ হয়৷ সূৰ্যৰ ৰাশি আৰু নক্ষত্ৰৰ পৰিবৰ্তন মেষৰ পৰা মীন পৰ্যন্ত সমস্ত ১২ ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়৷ সূৰ্যই প্ৰায় ৩০ দিন ধৰি এটা ৰাশিত অৱস্থান কৰে, তাৰপাছতেই ৰাশি পৰিবৰ্তন কৰে৷ যেতিয়া সূৰ্যই দুটা ৰাশি পৰিবৰ্তন কৰে তেতিয়া পৰিবেশ পৰিবৰ্তন হয়৷ ৬ জুলাই পৰ্যন্ত সূৰ্যৰ আৰ্দ্ৰ নক্ষত্ৰত গোচৰৰ কাৰণে  ৫ৰাশিৰ জাতকৰ প্ৰচুৰ লাভ হব৷ এই ভাগ্যবান ৰাশিৰ জাতকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই লাভ পাব আৰু বহু কামো সম্পন্ন হব৷ জানি থওক আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰৰ ফলত লাভৱান হব কোন কোন?

মিথুন ৰাশি

আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰৰ কাৰণে মিথুন ৰাশিৰ জাতক জাতিকাই ভাল সুবিধা পাব৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ ইতিবাচক পৰিবৰ্চন দেখা পাব যাৰ ফলত ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতি হব৷ এই নক্ষত্ৰ পৰিবৰ্তনৰ ফলত আয়ৰ উৎস প্ৰকাশ পাব, যি আৰ্থিক স্থিতিশীলতা বৃদ্ধি কৰিব৷ চাকৰিয়াল আৰু ব্যৱসায়ীসকলৰ সাফল্যৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কামৰ বাবে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে৷ বিবাহিত জীৱনৰ কথা ক’বলৈ গলে মিথুন ৰাশিৰ জাতক জাতিকাই তেওঁলোকৰ পত্নীৰ সৈতে ভাল সময় কটাব, যিয়ে সম্পৰ্কক শক্তিশালী কৰিব৷

সিংহ ৰাশি

আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ সিংহ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক অৱস্থা ক্ৰমশ শক্তিশালী হ’ব আৰু ঋণৰ পৰাও মুক্তি পাব৷ যিসকলৰ নিজস্ব ব্যৱসায় আছে তেওঁলোকেও ভাল লাভ পাব৷ ব্যৱসায়ক আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব পাৰে৷ সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনত অৰ্থ উপাৰ্জনৰ নতুন সুযোগ প্ৰদান কৰিব আৰু বন্ধুৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ প্ৰেম আৰু সম্পৰ্ক মজবুত হব, যি কঠিন সময়ত সান্তনাৰ উৎস হৈ উঠিব৷ গ্ৰহসমূহে সামঞ্জস্যৰ ইংগিত দিয়ে যিয়ে সিংহ ৰাশিৰ জাতকক তেওঁলোকৰ পাৰিবাৰিক সম্পৰ্কক শক্তিশালী কৰিবলৈ সুযোগ দিয়ে৷ পৰিয়ালৰ চাহিদা পূৰণত সফল হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ ফলপ্ৰসূ হব৷ কন্যা ৰাশিৰ জাতকে ভাগ্যৰ পূৰ্ণ সমৰ্থন পাব আৰু আপোনাৰ প্ৰচেষ্টাই আপোনাক সফলতাৰ দিশেৰে লৈ যাব৷ ধৰ্মীয় কৰ্মকাণ্ডত সক্ৰিয় অংশগ্ৰহণ কৰিব৷ আপুনি যদি নিজৰ ঘৰ বা ফ্লেট ক্ৰয় কৰিব খুজিছে তেন্তে এই সময়ৰ মাজত আপোনাৰ ইচ্ছা পূৰণ হব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আৰ্দ্ৰা নক্ষত্ৰত সূৰ্যৰ গোচৰ শুভ হব৷ সূৰ্যৰ প্ৰভাৱত সমাজত বৃশ্চিক ৰাশিৰ জাতকৰ সন্মান বৃদ্ধি পাব আৰু বহু চৰকাৰী কৰ্মকৰ্তাৰ সৈতে পৰিচিতিও বৃদ্ধি পাব৷ এই ৰাশিৰ জাতকৰ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কেৰিয়াৰ সম্পৰ্কিত সুসংবাদ পাব৷ ব্যৱসায়ীসকলৰ বাবে শুভ দিন আৰম্ভ হব যাৰ কাৰণে আৰ্থিক অৱস্থা ভালে থাকিব৷ বৃশ্চিক ৰাশিৰ জাতকে এই সময়ত বন্ধুৰ ফুৰিবলৈ যাব পাৰে, যাৰবাবে মন শান্ত থাকিব৷ প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তন খুবেই উপকাৰী৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আৰ্দ্ৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ উপকাৰী হব৷ মকৰ ৰাশিৰ জাতক জাতিকাই অসম্পূৰ্ণ কাম সম্পন্ন কৰিব আৰু বন্ধু বান্ধৱ আৰু প্ৰিয়জনৰ পৰা পূৰ্ণ সমৰ্থন পাব৷ আপুনি যদি চাকৰি পৰিবৰ্তন কৰাৰ কথা ভাৱিছে বা দীৰ্ঘদিন ধৰি চাকৰি বিচাৰি আছে তেতিয়া এই সময়ৰ মাজত আপুনি কিছু দুৰ্দান্ত চাকৰিৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?
Uncategorized

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

July 2, 2025
শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত
Uncategorized

শক্তিশালী ৰাজযোগ গঠন কৰিব বৃহস্পতিয়ে, জুলাইত ধনৰ বৃষ্টি এই ৩ৰাশিৰ জীৱনত

May 15, 2025
‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?
Uncategorized

‘পাৰমাণৱিক যুদ্ধ হোৱাৰ পৰা দুই দেশক ৰক্ষা কৰিছো!’ প্রধামন্ত্ৰীৰ ভাষণৰ পূৰ্বেই ডনাল্ড ট্ৰাম্পে কিয় দিছিল এই বাৰ্তা?

May 12, 2025
কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী
Uncategorized

কিৰানা পাহাৰত পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ ভাণ্ডাৰ থকাৰ কথা আমাক জনোৱাৰ বাবে ধন্যবাদ, আমি তাত আক্ৰমণ কৰা নাইঃ এয়াৰ মাৰ্ছেল এ কে ভাৰতী

May 12, 2025
Next Post
মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

মে ডে কল কৰিলে পাইলটে, বাংগালুৰুত জৰুৰী অৱতৰণ ইণ্ডিগোৰ বিমানৰ

ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণৰ পাছতেই নিউয়ৰ্কসহ আমেৰিকাৰ এইকেইখন চহৰত হাই এলাৰ্ট জাৰি, কি কৈছে প্ৰেছিডেণ্ট ট্ৰাম্পে?

ইৰানৰ পাৰমানৱিক কেন্দ্ৰত আক্ৰমণৰ পাছতেই নিউয়ৰ্কসহ আমেৰিকাৰ এইকেইখন চহৰত হাই এলাৰ্ট জাৰি, কি কৈছে প্ৰেছিডেণ্ট ট্ৰাম্পে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.